audio audioduration (s) 1.02 14.8 | text stringlengths 7 116 | gender class label 2
classes |
|---|---|---|
সতিনীয়েকহঁতে লচপচকৈ কাপোৰ বৈছে | 0female | |
আৰু চিলনী জীয়েকে একো নকৰাকৈ কপাহবোৰ পেলাই থৈছে | 0female | |
দেখি সিহঁতে পেটে পেটে ৰং পাই ভাবিছে | 0female | |
এই বাৰ বান্ধৈ পৰিল ফান্দত | 0female | |
এই বাৰ চিলনী জীয়েকে কাপোৰ দিব নোৱাৰিলে সদাগৰে শুদাই নেৰে | 0female | |
নিজৰ নিজৰ কাপোৰ গামোচা চোলা চুৰিয়া উলিয়াই | 0female | |
আৰু চিলনী জীয়েকে মাথোন চুঙা চাৰিটা দিলে | 0female | |
চুঙা চাৰিটা গিৰিয়েকৰ হাতত দিয়া দেখি ঢেক ঢেক কৰে হাঁহিবলৈ ধৰিলে | 0female | |
সদাগৰেও খঙত চকু ৰঙা কৰি চিলনী জীয়েকক সুধিলে | 0female | |
এইবোৰ কি দিছ তোৰ কাপোৰ কতা | 0female | |
তাই কলে চুঙাকেইটা মেলি চাওক | 0female | |
সদাগৰে এটা এটাকৈ চুঙাকেইটাৰ সাফঁৰ মেলিলত সুন্দৰ চোলা চুৰিয়া | 0female | |
পাটকাপোৰ আৰু গামোচা ওলাই পৰিল | 0female | |
আৰু এইবোৰ ইমান বঢিয়া আৰু মিহি যে | 0female | |
সেইবোৰৰ আগত সতিনীয়েকহঁতৰবোৰ শোটাকানি বুলিলেই হয় | 0female | |
সাতোজনীয়ে দিয়া কাপোৰ বোৰ ডোখৰ ডোখৰ কৰি কাটি | 0female | |
দলিয়াই পেলাই দি চিলনী জীয়েকে দিয়াবোৰ পিন্ধিলে | 0female | |
লাহে লাহে সতিনীয়েকহঁতে গম পালে যে | 0female | |
এজনী চিলনী আহি তাইক এনেদৰে বুদ্ধি দি যায় | 0female | |
ইযাকে গম পাই সিহঁতে চিলনী জনীক মাৰিবলৈ বুলি বুদ্ধি আলচিলে | 0female | |
তাই কি বুলি চিলনী জনীক মাতে সেইটো | 0female | |
সিহঁতৰ ভিতৰৰ এজনীয়ে চোপা দি লুকাই থাকি শিকিলৈ | 0female | |
এদিন গোহালি ঘৰৰ ভিতৰত সোমাই চিলনীৰ জীয়েকৰ নিচিনাকৈ মাতিলে | 0female | |
চিলনীজনী আহি তাই আগতে পৰিল | 0female | |
তেতিয়াই তাই চিলনীজনীক পূৰ্ণহতীয়াকৈ | 0female | |
বাঢ়নীৰে কোব মাৰি মাৰি পেলাই গোবৰৰ তলত পুতি থলে | 0female | |
চিলনীৰ জীয়েকে এই কথাৰ শুং সূত্ৰকে নাপালে | 0female | |
ইয়াৰ পিচত চিলনীৰ জীয়েকে মাকক ইনাই বিনাই কতবাৰ মাতিলে | 0female | |
কিন্তু মাক আৰু কৰ পৰা আহিব | 0female | |
সতিনিয়েকহঁতে কিবা বুদ্ধি কৰি | 0female | |
চিলনীজনী মাৰিলে বুলি | 0female | |
তেতিয়া চিলনীৰ জীয়েকে বুজিব পাৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে | 0female | |
ইয়াৰ কিছুদিনৰ পিছত সদাগৰ বেপাৰ কৰিবলৈ যাবলৈ ওলাল | 0female | |
যাবৰ সময়ত সদাগৰৰ সাতোজনী ঘৈণীয়েকক দঢ়াই দঢ়াই কলে | 0female | |
সিঁহতে যেন চিলনীৰ জীয়েকক দুখ নিদি ভালকৈ ৰাখে | 0female | |
এদিন মুদৈ এটাই ফণি আৰ্চি সেন্দূৰ খুৰীবাটি গোন্ধতেল | 0female | |
আদি বেচিবলৈ বুলি সদাগৰ ঘাটতে তাৰ নাও বান্ধিলেহি | 0female | |
সদাগৰৰ ঘৈণীয়েকহঁতে সিহঁতৰ চকুৰ কুটা দাঁতৰ শাল | 0female | |
চিলনীৰ জীয়েকক সেই মুদৈটোকে বেচিবলৈ মনে মনে আলচি | 0female | |
মুদৈটোৰ পৰা কিছুমান বস্তু কিনি | 0female | |
সেইবোৰৰ বেচৰ বাবে তাক এজনী ৰূপহী ছোৱালী দিম বুলি কলে | 0female | |
এই ছোৱালীজনীৰ ৰূপ গুণ সিহঁতে | 0female | |
মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে | 0female | |
মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি ছোৱালীজনীকে লৈ যাবলৈ সি মান্তি হল | 0female | |
এই ছোৱালীজনীৰ ৰূপ গুণ সিহঁতে | 0female | |
মুদৈটোৰ আগত এনেকৈ বৰ্ণাইছিল যে | 0female | |
মুদৈৰ লোভ লাগি বস্তুৰ বেচত মাৰি লৈ যাবলৈ সি হল | 0female | |
আমাৰ ঘাটত এটা মুদৈয়ে | 0female | |
এনাও বঢ়িয়া বস্তু বেচিবলৈ আনি নাও বান্ধি আছেহি | 0female | |
আমি চাই মেলি তাৰপৰা কিছুমান বস্তু কিনি আনোগৈ আহ | 0female | |
চিলনীৰ জীয়েকে কলে মোক একো নালাগে | 0female | |
তোমালোকেই যোৱা মই নাযাওঁ | 0female | |
মোক তেখেতে কলৈকো যাবলৈ হাক দি গৈছে | 0female | |
সিহঁতে তাইক নানা ৰকমে বুজাই নেৰানেপেৰাকৈ ধৰাত | 0female | |
শেষত তাই থেৰোগেৰোকৈ সিহঁতৰ লগতে গৈ ঘাট পালেগৈ | 0female | |
সিহঁতে বস্তু চোৱাৰ লাচতে চিলনীৰ জীয়েকক মুদৈৰ নাৱত তুলি দিলত | 0female | |
মুদৈয়ে আগেয়ে সিহঁতৰ সৈতে আলচি থোৱা মতে | 0female | |
থাপ কৰে নাও মেলি দি চিলনীৰ জীয়েকক লৈ গুচি গল | 0female | |
মুদৈয়ে চিলনীৰ জীয়েকক লৈ গৈ নিজৰ ঘৰ পোৱালেগৈ | 0female | |
তাত চিলনীৰ জীয়েকক শুকান মাছৰ ৰখীয়া পাতিলে | 0female | |
নৈৰ পাৰতে মুদৈটোৰ ঘৰ | 0female | |
চিলনীৰ জীয়েকে ৰদত বহি শুকান মাছ ৰখি থাকোঁতে এনেদৰে বিনাই আছিল | 0female | |
কুমাৰনী আয়ে মোক উটুৱাই দিলে | 0female | |
চিলনী আয়ে মোক দাঙি ধৰিলে | 0female | |
সাউদৰ কোঁৱৰে মোক বিয়া কৰালে | 0female | |
সাতসতিনীয়ে মোক ডোমত বেচিলে | 0female | |
ডোমে মোক শুকান মাছ ৰখীয়া কৰিলে | 0female | |
শুকান মাছ ৰখি থাকোঁতে সেইপিনে | 0female | |
সদাগৰ নাৱেৰে উজাই ঘৰলৈ উভতি আহিছিল | 0female | |
দূৰৰপৰা এই বিননি শুনি সদাগৰে সেইখিনিতে | 0female | |
নাও ৰাখি চিলনীৰ জীয়েকৰ ওচৰলৈ গৈ তাইৰ কি হৈছে | 0female | |
কিয় কান্দিছে বুলি সুধিলত সকলো কথা ভাঙি তাই সদাগৰক কলে | 0female | |
তেতিয়া তাইৰ আগত নিজৰ চিনাকি দি | 0female | |
তাইক নাৱত তুলি গা পা ধুৱাই ন ৰিহা মেখেলা পিন্ধাই | 0female | |
নাৱত তুলি লৈ গুচি আহিল | 0female | |
নাৱতে চিলনীৰ জীয়েকক সদাগৰে এটা কাঠৰ পেৰাত | 0female | |
সুমোৱাই থৈ তাই উশাহ লবলৈ পেৰাটোত এটা বিন্ধা কৰি দিছিল | 0female | |
সদাগৰে ঘৰ পাই তেওঁৰ আনবোৰ বয়বস্তুৰে সৈতে | 0female | |
পেৰাটোও তেঁওৰ শোৱনি ঘৰত সুমোৱাই থলে | 0female | |
তহঁতৰ এটাইকেইজনীক দেখিবলৈ পাইছোঁ | 0female | |
কিন্তু চিলনী জীয়েকক নাই পোৱা কিয় | 0female | |
সিঁহতে উত্তৰ দিলে তাই আজি ভালেমান দিন হল | 0female | |
মাকৰ ঘৰলৈ গল উভতি অহাই নাই | 0female | |
এই কথা শুনি সদাগৰে সিঁহতক কলে | 0female | |
মোৰ মনে ধৰিছে তঁহতে তাইক কিবা কৰিলি | 0female | |
বাৰু তহঁতে সচাঁ কথা কৈছ নে মিছা কথা কৈছ | 0female | |
মই তহঁতক এতিয়াই পৰীক্ষা কৰিম | 0female | |
এইবুলি এটা দ গাঁত খন্দাই তাত জেং আৰু কাঁই পুতি | 0female | |
এডাল এৱাঁ সূতা গাঁতটোৰ ইপাৰৰ পৰা সিপাৰলৈ | 0female | |
বান্ধি দি ঘৈণীয়েকহঁতক কলে | 0female | |
যি এই সূতাৰ ওপৰেদি বগাই যাব পাৰিবি | 0female | |
সিয়েই নিৰ্দোষী বুলি জানিম | 0female | |
এজনী এজনীকৈ ছজনী ঘৈনীয়েকে | 0female | |
এৱাঁ সূতাৰ ওপৰেদি গৈ সূতা ছিগি গাঁতত পৰি মৰিল | 0female | |
কিন্তু সপ্তমজনী নপৰিল | 0female | |
সেইজনীয়ে সেই সূতাইদি সাত বাৰ অহা যোৱা কৰিলে | 0female | |
কাৰণ তাই সঁচাকৈয়ে চিলনী জীয়েকক বেচাৰ কথা একো নাজানিছিল | 0female | |
আন সতিনীয়েকহঁতে সেই কাম কৰোঁতে তাই ভাত ৰান্ধিছিল | 0female | |
ইয়াৰ পিছত সদাগৰে তেওঁৰ সেই ছজনী ঘৈনীয়েকক গাঁততে মাটি দি পুতি থলে | 0female | |
আৰু চিলনী জীয়েকক পেৰাৰ পৰা উলিয়ালে | 0female |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.