id
stringlengths 1
5
| input
stringlengths 23
780
| target
stringlengths 21
203
| url
stringlengths 28
1.06k
|
---|---|---|---|
1
|
লখনউ: উত্তরপ্রদেশে ১ লক্ষ টাকা পর্যন্ত কৃষি ঋণ মকুবের সিদ্ধান্ত যোগী আদিত্যনাথ সরকার।
|
৮৬ লক্ষ কৃষকের ১ লক্ষ টাকা পর্যন্ত কৃষি ঋণ মকুবের সিদ্ধান্ত উত্তরপ্রদেশ সরকারের
|
https://bengali.abplive.com/news/nation/yogi-adityanath-govt-of-uttar-pradesh-to-waive-farm-loan-upto-rs-1-lakh-324124
|
2
|
নামতিঃ ৰাজ্যত চৰকাৰীভাৱে পুনৰ শিক্ষকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।
|
২৪x৭ শিক্ষক! দেওবৰীয়া নিৰ্দেশক লৈ বিপদ
|
https://www.newsnextone.com/print/6158
|
3
|
চলি থকা অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ৰসায়ন বিজ্ঞান, গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিস্ফোৰক অভিযোগ উঠিছে।
|
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞান, গণিতৰ প্ৰশ্নকাকত আগতেই হৈছিল 'ফাদিল
|
https://assam.nenow.in/%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%89%e0%a6%9a%e0%a7%8d%e0%a6%9a%e0%a6%a4%e0%a7%b0-%e0%a6%ae%e0%a6%be%e0%a6%a7%e0%a7%8d%e0%a6%af%e0%a6%ae%e0%a6%bf%e0%a6%95-%e0%a6%9a%e0%a7%82%e0%a7%9c%e0%a6%be/
|
4
|
সোমবাৰৰ পৰা মেঘালয়ৰ শিক্ষকসকলে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব প্ৰতিবাদ।
|
ন্যায্য প্ৰাপ্তিৰ দাবীত সোমবাৰৰ পৰা মেঘালয়ৰ শিক্ষকসকলৰ প্ৰতিবাদ
|
https://assam.nenow.in/%e0%a6%a8%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a6%af%e0%a7%8d%e0%a6%af-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%be%e0%a6%aa%e0%a7%8d%e0%a6%a4%e0%a6%bf%e0%a7%b0-%e0%a6%a6%e0%a6%be%e0%a6%ac%e0%a7%80%e0%a6%a4-2/
|
5
|
ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ পৰা সন্যাস লোৱাৰ পাছত মহেন্দ্ৰ সিং ধোনীয়ে ৰাজনীতিত আৰম্ভ কৰিব নতুন কেৰিয়াৰ।
|
বিজেপিত যোগ দিব ধোনীয়ে
|
http://www.newsassam24.com/sports/%e0%a6%ac%e0%a6%bf%e0%a6%9c%e0%a7%87%e0%a6%aa%e0%a6%bf%e0%a6%a4-%e0%a6%af%e0%a7%8b%e0%a6%97-%e0%a6%a6%e0%a6%bf%e0%a6%ac-%e0%a6%a7%e0%a7%8b%e0%a6%a8%e0%a7%80%e0%a7%9f%e0%a7%87/
|
6
|
নাওকাটাঃ আইৰ সমান হব কোন, নৈৰ সমান বব কোন৷ নদী মানুহৰ ঈশ্বৰ, নদী মানুহৰ মাতৃ৷ নদীক মানুহে পূজা কৰে৷ এয়া এক পৰম্পৰা নতুবা বিশ্বাস ৷ ৰজাই যেতিয়া প্ৰজাৰ কাম নকৰে তেতিয়া বিশ্বাস আৰু পৰম্পৰাক আকোৱালি লব লগা প্ৰজাই।
|
প্ৰশাসন চৰকাৰ ফেইল, গৰাখহনীয়া ৰোধৰ বাবে পূজা-অৰ্চনা
|
https://www.newsnextone.com/women-pray-naokata-baksa/#comments
|
7
|
নতুন দিল্লীঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৰণত ২৪ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক বিশেষ মুদ্ৰা মুকলি কৰিব।
|
অটল বিহাৰী বাজপেয়ীৰ স্মৰণত মুকলি কৰা হ'ব মুদ্ৰা
|
https://www.newsnextone.com/bajpayee-new-xoin
|
8
|
গুৱাহাটীঃ বৃহস্পতিবাৰে ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ কেইবাখনো জিলাৰ ছাত্ৰ-ছাত্ৰীয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ বাণিজ্য শাখাত মুঠ ১৭ হাজাৰ ৭৬৭গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল৷ ফলাফল অনুসৰি বাণিজ্য শাখাত উত্তীৰ্ণ হৈছে ১৫,০৩৮ গৰাকীয়ে।
|
বাণিজ্যত ৮৪.৬৪ শতাংশ উত্তীৰ্ণ, ৯৪.৭৪ৰে শীৰ্ষত চিৰাং, উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন কোকৰাঝাৰৰ
|
https://www.newsnextone.com/print/13377
|
9
|
ৰঙিয়াঃ আৰক্ষীৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত জালত পৰিল বিপুল শৰ্মা ওৰফে বিশ্বজিৎ ভট্টাচাৰ্য৷ উজনি-নামনিৰ আৰক্ষীৰ মুৰৰ কোমোৰণি হৈ পৰা বিপুল শৰ্মা ওৰফে বিশ্বজিৎ ভট্টাচাৰ্য বাইক চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰে বিপুল।
|
আৰক্ষীৰ জালত বাইক চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা বিপুল শৰ্মা ওৰফে বিশ্বজিৎ
|
https://www.newsnextone.com/byk-thieft-arrested-bipul-sarma
|
10
|
জাজৰিঃ জাজৰিৰ নিকটৱৰ্তী গা-খজুৱা যুৱক সংঘৰ সৌজন্যত অহা ২৯ আৰু ৩০ এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপনৰ দিহা কৰিছে।
|
গা-খজুৱাত ৰঙালী বিহুৰ প্ৰস্তুতি
|
https://www.newsnextone.com/jajori-bihu-commitee
|
11
|
গুৱাহাটীঃ নদীদ্বীপ মাজুলীৰ ৬৫ নং বালিচাপৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা যুৱ লেখক জিতুল বৰালৈ 'গৌৰৱ বঁটা-২০১৯' আগবঢ়োৱা হৈছে।
|
শিক্ষক-যুৱ লেখক জিতুল বৰালৈ গৌৰৱ বঁটা
|
https://www.newsasn.com/node/9175
|
12
|
মোৰাঝাৰঃ হোজাই থানাৰ অন্তৰ্গত ইছলামনগৰ টেংৰিপাৰ গাঁৱত কালি সন্ধিয়া সংঘটিত হোৱা এক হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে উত্তেজনা।
|
শিশু হত্যাক কেন্দ্ৰ কৰি নীলবাগানত উত্তেজনা
|
https://www.newsnextone.com/child-killing-at-nilbagan-hojai/#comments
|
13
|
গুৱাহাটীঃ খেল আৰম্ভ হোৱাৰ পিছতে ভাৰতৰ দুই উইকেট পতন হয়৷ ৰোহিত শৰ্মা ৮ ৰান আৰু বিৰাট কোহলিয়ে শূন্য ৰানত পেভেলিয়ানলৈ উভতি আহে৷ অষ্ট্ৰেলিয়াৰ অধিনায়ক ডেভিড ৱাৰ্নাৰে টচত জয়ী হৈ বল কৰাৰ সিন্ধান্ত লৈছিল ছিৰিছৰ দ্বিতীয় খন টি-২০ মেচত৷ গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰত অনুষ্ঠিত হৈছে ছিৰিছৰ দ্বিতীয় খন টি-২০ মেচত আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
উজুটি খালে ভাৰতে, বিৰাট-০, ৰোহিতৰ-৮ৰান কৰি আউট
|
https://www.newsnextone.com/two-wicket-down-ind/#comments
|
14
|
হাৰিয়ানাঃ হাৰিয়ানাৰ কুৰুক্ষেত্ৰত কল্কা-হাওৰা একপ্ৰেছত এক ভয়াবহ অগ্নি কাণ্ড সংঘটিত হয়৷ মঙলবাৰে হাৰিয়ানাস্থিত ধীৰপুৰ নামৰ ঠাইত চলন্ত যাত্ৰীবাহী ৰে'লখনত হঠাৎ অগ্নিদগ্ধ হোৱাত তিনিগৰাকী মহিলা আৰু দুজনকৈ পুৰষ যাত্ৰীৰ গুৰুত্বৰভাৱে আহত হোৱা বুলি জানিব পৰা যায়৷ এই ৰে'লখনত হঠাৎ জুই লগাৰ বাবে অগ্নি সংযোগ হৈ থকা দবাটোক কাটি বেলেগ কৰি দিয়া হয়৷ সোমবাৰে সন্ধিয়া এই এক্সপ্ৰেছখন দিল্লীলৈ ৰাওনা হোৱাৰ অৱস্থাতে এই কাণ্ড সংঘটিত হয়৷ তিনিঘন্টাৰ বাবে জুই লগা ৰে'লখনক বন্ধ কৰি দিয়া হয় যদিও পাছত মেৰামতি কৰি ৰে'লখনক যাবলৈ দিয়ে৷ লগতে আহতহোৱা ব্যক্তিসকলকো ঘটনাস্থলিৰ সমীপৰ চিকিৎসাললৈ নি ভৰ্তি কৰোৱা হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
চলন্ত অৱস্থাত অগ্নিদগ্ধ কল্কা-হাওৰা এক্সপ্ৰেছ
|
https://www.newsnextone.com/hariyana-kalka-haura-train-burned/#comments
|
15
|
গোৱাঃ মিত্ৰজোঁটেৰে গোৱাৰ শাসনৰ গাদী দখল কৰিবলৈ সক্ষম হ'ল ভাৰতীয় জনতা দল।
|
গোৱাত বিজেপিৰ চৰকাৰ, মুখ্যমন্ত্ৰী হ'ব পাৰিকৰ
|
https://www.newsnextone.com/manohar-parikar-cm-goa/#comments
|
16
|
বিহালীঃ বাঢ়নী পানীয়ে পথ উটুৱাই নিয়াত ব্যাপক সমস্যাত পৰে পাভৈ আৰু মিজিকা অঞ্চলৰ লোকসকল৷ বিহালীৰ মিজিকা সপ্তাহিক বজাৰৰ ওচৰত আজি বাঢ়নী পানীয়ে উটুৱাই নিয়ে মিজিকা-পাভৈ সংযোগী পথ।
|
বিহালীৰ মিজিকাত বাঢ়নী পানীয়ে উটুৱাই নিলে পথ-কালভাৰ্ট
|
https://www.newsnextone.com/public-trouble-for-road/#comments
|
17
|
অসমত আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,তিনিচুকীয়া জিলা সমিতিয়ে শদিয়া অাঞ্চলিক সমিতিৰ সহযোগত শুক্ৰবাৰে দিনৰ ১১বজাৰ পৰা তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ শদিয়াৰ শান্তিপুৰ গেটত তিনিঘণ্টীয়া এক প্ৰতিকী চেকগেটেৰে প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে।
|
শদিয়াৰ শান্তিপুৰ গেটত যুৱ ছাত্ৰ পৰিষদৰ ৰণ ডংগা
|
https://neindianews.com/%e0%a6%b6%e0%a6%a6%e0%a6%bf%e0%a7%9f%e0%a6%be%e0%a7%b0-%e0%a6%b6%e0%a6%be%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0-%e0%a6%97%e0%a7%87%e0%a6%9f%e0%a6%a4-%e0%a6%af%e0%a7%81/
|
18
|
আলকাচ আলী,বৰমা নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মাজতে এই বিধেয়কৰ বিৰোধিতা কৰিছে বিদ্ৰোহী সংগঠন এন ডি এফ বি (প্ৰ)-ই ৷ বাকসা জিলাৰ বৰমাত আজি পিপুল জইণ্ট একশ্যন কমিটী ফৰ বডোলেণ্ড মুভমেন্ট নামৰ সংগঠনটোৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।
|
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা এন ডি এফ বি (প্ৰ)-ৰ
|
https://janambhumi.in/VFdwWmQwOUVXVDA9/%E0%A6%A8%E0%A6%BE%E0%A6%97%E0%A7%B0%E0%A6%BF%E0%A6%95%E0%A6%A4%E0%A7%8D%E0%A6%AC-%E0%A6%B8%E0%A6%82%E0%A6%B6%E0%A7%8B%E0%A6%A7%E0%A6%A8%E0%A7%80-%E0%A6%AC%E0%A6%BF%E0%A6%A7%E0%A7%87%E0%A7%9F%E0%A6%95%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A6%BF%E0%A6%A4%E0%A6%BE-%E0%A6%8F%E0%A6%A8-%E0%A6%A1%E0%A6%BF-%E0%A6%8F%E0%A6%AB-%E0%A6%AC%E0%A6%BF-(%E0%A6%AA%E0%A7%8D%E0%A7%B0)-%E0%A7%B0.html
|
19
|
বিহালীঃ দেশৰ ষষ্ঠগৰাকী প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সোমবাৰে ২৭ সংখ্যাক মৃত্যু তিথি ৰাজ্যজুৰি কংগ্ৰেছে পালন কৰে৷ ১৯৯১ চনত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মান জনোৱা ৰাজীৱ গান্ধীক বিহালী সমষ্টিৰ বাঘমৰা ব্লক কংগ্ৰেছ সমিতিয়ে স্মৰণ কৰে৷ বাঘমৰা ব্লক কংগ্ৰেছে ২৭তম মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।
|
বিহালীত ৰাজীৱ গান্ধীক স্মৰণ
|
https://www.newsnextone.com/behali-rajiv-gandhi-death-anniversary
|
20
|
চাবুৱাঃ চাবুৱা কৰ্মচাৰী সন্থাই বৃহস্পতিবাৰে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে৷ ২২ মাহে বিনা দৰমহাই কাম কৰা চাবুৱা নগৰ সমিতিৰ কৰ্মচাৰীয়ে দৰমহা আদায় কৰাৰ দাবীত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীত ৰাজ্যজুৰি পৌৰ নিকায় কৰ্মচাৰী সন্থাই পালন কৰা কৰ্মবিৰতি কাৰ্যসূচীক সমৰ্থন জনাই সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে।
|
পৌৰ নিকায় কৰ্মচাৰীৰ ১২০ ঘন্টীয়া ধৰ্মঘট, আৱৰ্জনাৰে ভৰি পৰিছে চাবুৱা
|
https://www.newsnextone.com/chabua-protest-worker
|
21
|
নলবাৰীঃ নলবাৰীৰ পাইকাৰকুছিত আজি দুপৰিয়া ভাগত এটা পথ দূৰ্ঘটনা সংঘটিত হয়।
|
নলবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত পথ দূৰ্ঘটনা
|
https://www.newsnextone.com/people-died-in-accident-nalbari-ghograpar
|
22
|
ডিজিটেল ডেস্কঃ ভাৰতত আয়ুৰ্বেদিক দৰৱ, প্ৰসাধন আদিৰ সমাদৰ অতীজৰেপৰা আছে।
|
ঘিউ বিক্ৰী কৰি পালে ১৪৬৭ কোটি
|
https://www.newsnextone.com/patanjalli-turn-over-twice-than-previous-year-ramdev/#comments
|
23
|
শুক্লাইঃ ওদালগুৰি জিলাৰ ডিমাকুছিৰ থানাৰ অন্তৰ্গত ১নং সোনাজুলীত দেওবাৰে নিশা এজন যুৱকে ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লয়৷ বিকাশ মুণ্ডা নামৰ ১৯ বছৰীয়া যুৱকজনৰ ডিঙি আৰু গুপ্তাংগত আঘাতৰ চিন সুস্পষ্ট হৈ পৰাত যুৱকজনক হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
ওদালগুৰিত যুৱকৰ অস্বাভাৱিক মৃত্যু
|
https://www.newsnextone.com/youth-died-in-odalguri
|
24
|
প্ৰতিকী ফটো কামপুৰঃ এইবাৰ পত্নীৰ দাৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ৷ নগাঁও জিলাৰ কচুৱাৰ চিতলমাৰী বৰবিল অঞ্চলত সংঘটিত হয় এই ঘটনা।
|
পত্নীৰ দাৰ ঘাপত প্ৰাণ গ'ল স্বামীৰ, কান্ধত মৃতদেহ
|
https://www.newsnextone.com/murder-at-kampur-wife
|
25
|
কোকৰাঝাৰঃ গৌৰৱজ্জ্বল ২৫ বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা কোকৰাঝাৰৰ ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শনিবাৰে ৰূপালী জয়ন্তী সমাৰোহ জাকজমতাৰে পালন কৰে।
|
গুণগত শিক্ষা প্ৰদানত ডনবস্ক' বিদ্যালয় সফল হৈছেঃফাডাৰ ডেনিয়েল
|
https://www.newsnextone.com/don-bosco-school-foindation-day-celebrate/#comments
|
26
|
গুৱাহাটীঃ অসম সমবায় এপেক্স বেংকে কৃষকৰ কঢ়িযাই আনিছে সু খবৰ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গ্ৰাম্য উন্নয়ন যোজনা অাচঁনিলৈ সহাঁৰি জনাই বেংকটোৱে অসমৰ কৃষকক কম সুতত সাধাৰণ নথি পত্ৰৰে দিব ট্ৰেক্টৰ৷ এপেক্স বেংকৰ উপাধ্যক্ষ বিশ্বজিৎ ফুকনে বেংকটোৰ পানবজাৰ শাখাত সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষকক সকলৰ বাবে লোৱা আঁচনিৰ কথা ঘোষণা কৰে৷ অাঁচনিৰ অধীনত প্ৰত্যেকখন গাঁৱৰ প্ৰতিটো কৃষক গোটে ৯.৫ সূতৰ হাৰত অাৰু সাধাৰণ নথি-পত্ৰৰ ট্ৰেক্টৰ ক্ৰয়ৰ বাবে ঋণ লব পাৰিব বুলি ফুকনে সংবাদমেলত উল্লেখ কৰে।
|
কৃষকৰ বাবে সহজ কিস্তিত চৰকাৰৰ টেক্টৰ
|
https://www.newsnextone.com/easy-loan-for-farmers-by-apex-bank
|
27
|
নগাঁওঃ গুৰুজনাৰ পৱিত্ৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱাৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান বটদ্ৰৱা শ্রীশ্রী শংকৰদেৱ মহাবিদ্যালয়ে ইতিমধ্যে সগৌৰৱেৰে ৰূপালী জয়ন্তী বর্ষ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।
|
বটদ্রবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ প্ৰস্তুতি
|
https://www.newsnextone.com/nagaon-jayanti-22-1/#comments
|
28
|
অভয়াপুৰীঃ অভয়াপুৰীৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ আহি নিৰুদ্দেশ হ'ল কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওৰ নিৰ্মল সুত্ৰধৰ নামৰ লোক এজন৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওৰ ১নং ভাওৰাগুৰীৰ নিৰ্মল সুত্ৰধৰ নামৰ লোকজনে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বাসন্তীপাৰাৰ খুসী মোহন সুত্ৰধৰৰ ঘৰলৈ যোৱা ১৫ অক্টোবৰত ফুৰিবলৈ আহে।
|
আত্মীয়ৰ ঘৰলৈ আহি নিৰুদ্দেশ নিৰ্মল
|
https://www.newsnextone.com/kokrajhar-gossaigaon-nirmal-sutradhar-missing-from-abhyapuri-bongaigaon/#comments
|
29
|
ডিজিটেল ৰিপ'ৰ্টঃ নিজম পৰিল ম'হঘূলি চাপৰি।
|
ফাটবিহুৰ সামৰণি, নিজম পৰিল ম'হঘূলি চাপৰি
|
https://www.newsnextone.com/phat-bihu-closing-ceremony
|
30
|
জ ডেস্ক 19 / 2020 চলিত মাহৰ ১ আৰু ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ ফলাফলত স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়।
|
জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ ফলাফল বন্ধ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
|
https://www.newsasn.com/node/11037
|
31
|
বিষাক্ত সুৰা সেৱন কৰি যাতে কোনো লোকে মৃত্যুমুখত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলা আৰক্ষী বিভাগে জিলাখনত পুনৰ তীব্ৰতৰ কৰিছে বিশেষ অভিযান।
|
চৰাইদেউত পুনৰ আৰম্ভ লালীগুৰ ব্যৱসায় তথা সুৰা বিৰোধী অভিযান
|
https://neindianews.com/%e0%a6%9a%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%a6%e0%a7%87%e0%a6%89%e0%a6%a4-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%86%e0%a7%b0%e0%a6%ae%e0%a7%8d%e0%a6%ad-%e0%a6%b2%e0%a6%be%e0%a6%b2%e0%a7%80/
|
32
|
ফখৰুল ইছলাম,দৰং দৰংঃ অহা ২০ মে'ৰপৰা দৰ্শনাৰ্থীৰ আৰু পৰ্যটকসকলৰ বাবে বন্ধ থাকিব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান।
|
২০ মে'ৰপৰা বন্ধ থাকিব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান
|
https://www.newsnextone.com/rajiv-gandhi-urang-national-park-closed-2oth-may/#comments
|
33
|
লক্ষীমপুৰঃ অৰুণাচল প্ৰদেশৰ নিৰিজুলি নিকুমনিয়া খেলপথাৰত আজি ইনডিজিনিয়াচ ফেইট দিৱস উদযাপন কৰে।
|
অৰুণাচলত ইনডিজিনিয়াচ ফেইট দিৱস পালন
|
https://www.newsnextone.com/arunachal_pradesh_indigenous_faith_day/#comments
|
34
|
১৭,৭৭৩ জন কৃষকলৈ ৫ হাজাৰ টকাকৈ সাহায্য প্ৰদান, মৰিগাঁৱত শীঘ্ৰে মাটি পৰীক্ষাৰ পৰীক্ষাগাৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিব জিলা প্ৰশাসনে মৰিগাঁওঃ মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা আঁচনিৰ অনুদান বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই।
|
মৰিগাঁৱত মুখ্যমন্ত্ৰী কৃষি সা-সজুলি যোজনা আঁচনিৰ শুভাৰম্ভ
|
https://www.newsnextone.com/print/18115
|
35
|
ডিব্ৰুগড় বিশ্ববিদ্যালয়ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ বাস আৰু আন্তঃবিভাগৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজমানি মহিলা ভলীবল প্ৰতিযোগিতাত বিশ্ববিদ্যালয়ৰ ফিজিকেল এডুকেশ্বন বিভাগে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে৷ শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ ভলীবল খেলপথাৰত অনুষ্ঠিত প্ৰাইজমানি প্ৰতিযোগিতাত বিশ্ববিদ্যালয়ৰ ফার্মাচিউটিক্যাল ছাইন্স বিভাগৰ দলে ৰানাৰ্ছ-আপ খিতাপ অৰ্জন কৰে।
|
ডিব্ৰুগড় বিশ্ববিদ্যালয় ভলীবলত ফিজিকেল এডুকেশ্বন চূড়ান্ত বিজয়ী
|
https://www.newsnextone.com/vallyball-du/#comments
|
36
|
কলিয়াবৰঃ পঞ্চায়ত নিৰ্বাচনলৈ কেই ঘন্টামান বাকী৷ কলিয়াবৰৰ জখলাবন্ধাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে বিজেপিৰ প্ৰভাৱ শালী নেতা হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁৰ লগত উপস্থিত থাকে দ্বীপলু ৰঞ্জন শৰ্মা, কলিয়াবৰ সভাপতি অনিল শইকীয়াৰ আৰু বহু কেইজন নেতাই অংশগ্ৰহণ কৰে এই সভাত।
|
বিজেপিয়ে ৰাইজৰ হৃদয়ত থাকি ৰাজনীতি কৰে আৰু কংগ্ৰেছে সূতা কম্বল লৈ লুঙীৰ লগত হে ৰাজনীতি কৰে, হিমন্ত বিশ্ব শৰ্মা
|
https://www.newsnextone.com/kaliabar-himanta-biswa-sarma
|
37
|
গোৱালপাৰাৰ এটা সূত্ৰৰ পৰা এই কথা গম পোৱা গৈছে যে ইয়াৰ গাওঁ পঞ্চায়তে এগৰাকী মহিলাৰ নামত প্ৰদান কৰা এখন প্ৰমাণপত্ৰত মহিলাগৰাকীৰ পৰিৱৰ্তে এজন পুৰুষৰ ফটো সন্নিৱিষ্ট কৰাৰ প্ৰমাদ ঘটিছে।
|
পঞ্চায়তৰ নথিত মহিলাৰ নামৰ বিপৰীতে পুৰুষৰ ফটো
|
https://assam.nenow.in/%e0%a6%aa%e0%a6%9e%e0%a7%8d%e0%a6%9a%e0%a6%be%e0%a7%9f%e0%a6%a4%e0%a7%b0-%e0%a6%a8%e0%a6%a5%e0%a6%bf%e0%a6%a4-%e0%a6%ae%e0%a6%b9%e0%a6%bf%e0%a6%b2%e0%a6%be%e0%a7%b0-%e0%a6%a8%e0%a6%be%e0%a6%ae/
|
38
|
গুৱাহাটীঃ অসমৰ সংবাদ জগতৰ পিতামহ, জ্যেষ্ঠ সম্পাদক, পণ্ডিত তথা বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বড়ো সাহিত্য সভাই৷ বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই ভাগৱতীৰ মৃত্যুত অসমে এগৰাকী সু-চিন্তাবিদ, সাংবাদিকক হেৰুৱালে বুলি কয় ৷ সভাই এক শোক বাৰ্ত্তা যোগে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি তেওৰ আত্মাৰ সদ্গতি কামনা কৰে৷ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি শুকুৰবাৰে আমাৰ মাজৰ পৰা অচিনা দেশলৈ পৰা গুছি গল অসমৰ দৈনিক বাতৰি কাকতৰ নক্ষত্ৰগৰাকীয়ে শনিবাৰে পুৱা ৯.২০ বজাত ইণ্টাৰনেচনেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে।
|
বড়ো সাহিত্য সভাৰ শোক প্ৰকাশ
|
https://www.newsnextone.com/bodo-sahitya-sabha-rmb
|
39
|
দৈনন্দিন ডিক্লেয়াৰ - মিতালী চহৰীয়া এদিন প্ৰণৱদাই অফিচৰ পৰা আহি দেখে যে, দুদিনমানৰ আগতে ভূটানৰ পৰা পুহিবলৈ বুলি অনা ভূটীয়া কুকুৰটো বাৰাণ্ডাখনত লাং খাই পৰি আছে৷ লৰচৰ একো নাপাই লগে লগে প্ৰণৱদাই কুকুৰটোক গাড়ীত তুলি আমাৰ পশু চিকিৎসকৰ চেম্বাৰলৈ লৈ গ'ল৷ প্ৰণৱদা : ছাৰ ছাৰ চাওকচোন, মোৰ মৰমৰ কুকৰটোচোন কিবা হঠাতেই মাত বোল নোহোৱা হৈ পৰি থাকিল৷ আপোনাৰ ওপৰতেই ভৰষা আৰু৷ ডাক্তৰ : (ষ্টেথোস্কোপডাল দুবাৰমান লগাই চাই) বুজিছে আই এম চৰি।
|
ডিক্লেয়াৰ - মিতালী চহৰীয়া - ফটাঢোল
|
https://fotadhol.com/%e0%a6%a1%e0%a6%bf%e0%a6%95%e0%a7%8d%e0%a6%b2%e0%a7%87%e0%a7%9f%e0%a6%be%e0%a7%b0-%e0%a6%ae%e0%a6%bf%e0%a6%a4%e0%a6%be%e0%a6%b2%e0%a7%80-%e0%a6%9a%e0%a6%b9%e0%a7%b0%e0%a7%80%e0%a7%9f%e0%a6%be/
|
40
|
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ তিনি লাখ ২২ হাজাৰ ৮শ উনত্ৰিশ জন ভোটাৰক নালাগে কংগ্ৰেছ কিম্বা বিজেপিৰ চৰকাৰ৷ জেডিএছৰো চৰকাৰ নালাগে এইসকল ভোটাৰক৷ দৰাচলতে এইসকল ভোটাৰে কৰ্ণাটকৰ শেহতীয়া বিধানসভা নিৰ্বাচনত ইভিএম মেচিনত ভোট দিওতে 'নান অৱ দি এবাভ' অৰ্থাৎ নোটা বুটাম টিপিছে৷ অৰ্থাৎ কোনো প্ৰাৰ্থীকে তেঁওলোকৰ পচন্দৰ নহয়৷ ইয়াৰে আটাইতকৈ বেছি নোটা আছে পশ্চিম বেংগালুৰু সমষ্টিত৷ তাতে ১৫ হাজাৰ ৮২৯ জন ভোটাৰে নোটা বুটাম টিপিছে৷ কৰ্ণাটকত শপত ল'লে য়েডুৰাপ্পাই, পঢ়ক এই বাতৰিঃ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
৩ লাখ ২২ হাজাৰজনক নালাগে কংগ্ৰেছ কিম্বা বিজেপি
|
https://www.newsnextone.com/nota-vote-in-karnataka
|
41
|
ৰঙাপৰাঃ বুধবাৰে নিশা শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাত এগৰাকী আৰক্ষী বিষয়া চাকৰিৰ পৰা অৱসৰ লোৱাত এক বিদায় সভা অনুষ্ঠিত হয়।
|
ৰঙাপৰা আৰক্ষী চকীৰ উপ-আৰক্ষী পৰিৰ্দশক বিষয়া তোষেশ্বৰ বৰুৱাৰ বিদায় সভা
|
https://assamtimespost.com/?p=11315
|
42
|
জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰৰ বগীনদী উন্নয়ন খণ্ডৰ অধিনত থৌ-থোৱানী গাঁও পঞ্চায়তৰ অন্তৰ্গত লীলাবস্তি বীণাপাণি মধ্য ইংৰাজী বিদ্যালয়ৰ খেল পথাৰ আৰু ফিচাৰিৰ বাবে যোৱা ২০১৭-১৮ বৰ্ষত আঁচনিৰ কামৰ আবন্টিত ধনৰ পৰিমাণ আছিল ফিচাৰিৰ বাবে ৫ লাখ আৰু খেলপথাৰৰ বাবে ৩ লাখ টকা।
|
লখিমপুৰৰ বগীনদী উন্নয়ন খণ্ডৰ অধিনত থৌ-থোৱানী গাঁও পঞ্চায়তত MGNREGA আঁচনিত ব্যাপক দুৰ্নীতি
|
https://www.newsnextone.com/lakhimpur-mgnerega-corruption/#comments
|
43
|
গুৱাহাটীঃ পৃথিৱী বিখ্যাত অক্টোবৰ বিপ্লৱৰ শতবর্ষ উদযাপনৰ সৈতে সংগতি ৰাখি দেওবাৰে গুৱাহাটী মহানগৰীৰ বিএছএনল মুখ্য কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা৷ "ভাৰতবৰ্ষৰ অৰ্থনৈতিক আৰু সামাজিক বৈষম্য দূৰ কৰাৰ একমাত্ৰ পথ সমাজতন্ত্ৰ" শীৰ্ষক বিষয়ৰ ওপৰত ভাৰতীয় ছাত্র সন্মিলনী চমুকৈ এছএফএইৰ উদ্যোগত অনুষ্ঠিত হয় তৰ্ক প্ৰতিযোগিতা।
|
অক্টোবৰ বিপ্লৱৰ শতবর্ষ উপলক্ষে তৰ্ক প্ৰতিযোগিতা, জিএমচি শ্ৰেষ্ঠ-নলবাৰী দ্বিতীয় শ্ৰেষ্ঠ দল
|
https://www.newsnextone.com/sfi-held-debate-at-ghyti/#comments
|
44
|
ৰাজ্যত বানপানীৰ সমান্তৰালভাৱে কালৰূপ ধাৰণ কৰা জাপানীজ এনকেফেলাইটিছে দৰং জিলাত আৰু এগৰাকী লোকৰ প্ৰাণ কাঢ়ি নিলে।
|
দৰং জিলাত জাপানীজ এনকেফেলাইটিছত মৃত্যু অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-পৰিদৰ্শকৰ
|
https://assam.nenow.in/retired-assam-police-sub-inspector-died-of-je-in-assams-darrang-district/
|
45
|
নলবাৰীঃ নলবাৰী জিলা পৰিষদৰ সভাকক্ষত আজি এখন সজাগতা সভা অনুষ্ঠিত হৈ য়ায৷ এমজিএনৰেগা সন্দৰ্ভত অনুষ্ঠিত সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা উপস্থিত থাকে৷ বিধায়কগৰাকীয়ে পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১০ খন গাঁও পঞ্চায়তলৈ সৰ্বমুঠ ৯ কোটি ৫৬ লাখ টকাৰ আবন্টন পত্ৰ পঞ্চায়ত সচিবসকলৰ মাজত বিতৰণ কৰে।
|
নলবাৰী জিলা পৰিষদৰ সভাকক্ষত সজাগতা সভা
|
https://www.newsnextone.com/meeting-at-nalbari-mgnrega
|
46
|
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট গুৱাহাটীঃ সোমবাৰে সন্ধিয়া এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটী মহানগৰীৰ শান্তিপুৰত গোৱিন্দ সিংহানীয়া নামৰ যুৱক এজনৰ বাসগৃহৰ বাথৰুমত কে চি দাস কমাৰ্চ কলেজৰ এগৰাকী অতি মেধাৱী ছাত্ৰী স্বেতা আগৰৱালৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হয়।
|
মহানগৰীত মেধাৱী ছাত্ৰীক অপহৰণ, ধৰ্ষণ কৰি জ্বলাই হত্যা কৰাৰ অভিযোগ
|
https://www.newsnextone.com/one-murder-guwahati/#comments
|
47
|
পঙ্কজ নাথ, চাংসাৰি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত কালি সন্ধিয়া ৮মান বজাত আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা চুলাই মদ জব্দ কৰে।
|
সুৰাৰ বিৰুদ্ধে বাইহাটা চাৰিআলি আৰক্ষীৰ অভিযান, এজনক আটক
|
https://janambhumi.in/VFdwTk5VMXFXVDA9/%E0%A6%B8%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A7%87-%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%B9%E0%A6%BE%E0%A6%9F%E0%A6%BE-%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A6%BF%E0%A6%86%E0%A6%B2%E0%A6%BF-%E0%A6%86%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80%E0%A7%B0-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8,-%E0%A6%8F%E0%A6%9C%E0%A6%A8%E0%A6%95-%E0%A6%86%E0%A6%9F%E0%A6%95.html
|
48
|
বিলাসীপাৰাঃ অসমৰ ৭০ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত নামনি অসমৰ চাৰিখন জিলা সামৰি দেওবাৰে ধুবুৰীৰ বিলাসীপাৰাৰপৰা দিশপুৰলৈ সংকল্প যাত্রা আৰম্ভ কৰা হয়।
|
৭০ সংগঠনৰ দিশপুৰ অভিমুখী সংকল্প যাত্ৰা আৰম্ভ
|
https://www.newsnextone.com/bilashipara-70-organisation-bike-relly
|
49
|
তেজপুৰঃ শুভ্ৰ শেৱালী , অপৰাজিতা গুচ্চ ,ৰক্তাভ পদ্মৰ মালাৰে ভৰপুৰ হৈ পৰিছে প্ৰকৃতি।
|
চৌদিশে এতিয়া শেৱালি সুৱাস, চিৰাচৰিত নীতিৰে ধৰালৈ দেৱী দুৰ্গাৰ আগমন
|
https://www.newsnextone.com/tezpur-sewali-konhowa-flower
|
50
|
তেজপুৰঃ জনজাতিকৰণ আৰু সুকীয়া ৰাজ্যৰ দাবীত সংগ্ৰাম কৰি অহা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু ২৭ বছৰীয়া হ'ল৷ আক্ৰাছুৰ ২৭ সংখ্যাক প্ৰতিষ্ঠা দিৱস আজি উষা নগৰী তেজপুৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হয়৷ দিনজোৰা কাৰ্য্যসূচীৰে তেজপুৰৰ ঐতিহাসিক বাণ থিয়েটাৰ সভা কক্ষত প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে সংগঠনটোৱে পালন কৰে।
|
বিজেপিৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ আক্ৰাছুৰ
|
https://www.newsnextone.com/foundation-day-anniversary-aakrsu-tezpur
|
51
|
জ এ.এছ.এন. প্ৰতিনিধি / 2018 মাজুলীৰ পৰা ৰাজীৱ পাতিৰ 'জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰিবলৈ হ'লে সাংসদসকলৰ সন্মতিৰ প্ৰয়োজন।
|
মাজুলীৰ ভকতিদুৱাৰত পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজাই বিজেপিৰ বিশাল পৃষ্ঠা প্ৰমুখ সমাৰোহ
|
https://www.newsasn.com/node/2694
|
52
|
চাবুৱাঃ ইটোৰ পিছত সিটো বিপ্লৱী গীত গাই জনপ্ৰিয় হৈ ৰাইজৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়ালৈ মটক যুৱ-ছাত্ৰ পৰিষদে কেইদিনমানৰ আগতে শিল্পীগৰাকীক 'বিপ্লৱী শিল্পী' বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল।
|
ৰাজীৱ শদিয়াক 'বিপ্লৱী শিল্পী' বঁটা প্ৰদানৰ ঘোষণা মটক যুৱ ছাত্ৰৰ
|
https://www.newsnextone.com/awarded-to-rajib-by-matak-yuba-satra
|
53
|
শিৱসাগৰঃ শিৱসাগৰৰ শিৱ দৌল চৌহদত ব'ল বমত অংশ লবলৈ অহা এগৰাকী লোকৰ বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
শিৱসাগৰৰ শিৱ দৌলত ব'ল বমত অংশ লবলৈ অহা ভক্তৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্য
|
https://www.newsnextone.com/electrification-one-died-sivsagar
|
54
|
তামুলপুৰ অক্টোবৰ তিনিচুকীয়াত যোৱা ২৮ ,২৯ আৰু ৩০ চেপ্টেম্বৰত অনুষ্ঠিত ৩৮ সংখ্যক আন্ত:জিলা জুনিয়ৰ ছোৱালী কাবাদী প্ৰতিযোগিতাত চেম্পীয়নশ্বীপ অৰ্জন কৰি তামুলপুৰলৈ সন্মান কঢ়িয়াই অনা তামুলপুৰ জিলা ছোৱালীৰ কাবাদী দলটোক আজি আবেলি তামুলপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত বিপুল সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
|
তামুলপুৰত বিজয়ী কাবাডী খেলুৱৈক সম্বৰ্ধনা
|
https://www.newsnextone.com/falicitation-kabaddi-player-at-tamulpur
|
55
|
ডিজিটেল ডেস্কঃ গো হত্যা তথা কছাইখানা সমূহৰ ওপৰত কেন্দ্ৰই আৰোপ কৰা নিষেধাজ্ঞা ৩ মাহৰ বাবে স্থগিত ৰাখিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে৷ কেইমাহমানৰ পূৰ্বে কেন্দ্ৰই দেশৰ বিভিন্ন অঞ্চলৰ কছাইখানাসমূহ অবৈধ বুলি ঘোষণা কৰি নিষেধ কৰিছিল৷ চৰকাৰৰ উক্ত সিদ্ধান্তৰ ওপৰত আজি ৩ মাহলৈ নিষেধাজ্ঞা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।
|
গো মাংসঃ ৩ মাহলৈ নিষেধাজ্ঞা স্থগিতকৰণৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
|
https://www.newsnextone.com/sc-suspends-centers-cattle-slaughter-ban-court-order/#comments
|
56
|
দলগাঁৱৰ প্ৰতিবেদক অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক শাক-পাচলি উৎপন্ন হোৱা অঞ্চল হিচাপে বিশেষ স্থান পাই অহা বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ একুৰিৰো অধিক গাঁৱৰ শ শ বিঘা মাটিৰ পাচলি খেতি বৰষুণৰ পানীত বিনষ্ট হৈছে।
|
খাৰুপেটীয়াত সৰ্বস্বান্ত কৃষক :কেইবাশ বিঘা মাটিৰ শাক-পাচলি নষ্ট বৰষুণৰ পানীত
|
https://www.newsasn.com/node/6923
|
57
|
সোণাৰিঃ সোণাৰি চাপৰিত শুকুৰবাৰে বন্ধ সৰ্বাত্মক অসমৰ ছয় জনগোষ্ঠীৰ লোকক জনজাতিকৰণৰ বিৰোধীতাৰে জনজাতি সংগঠনসমূহৰ সমন্বয় ৰক্ষা সমিতিয়ে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ ফলত সোণাৰি চাপৰিত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হয়৷ বন্ধৰ সৰ্মথক সকলে টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল' গানেৰে ৰাজপথ কপাঁই তোলে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
সোণাৰিত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ
|
https://www.newsnextone.com/sonari-close-today/#comments
|
58
|
বঢ়মপুৰঃ এইবাৰ হাতীৰ উপদ্ৰৱ নহয়¸ গৰুৰ খুন্দাত পথৰ ওপৰতে বগৰিলে দুই বাইক আৰোহী৷ কথমপিহে ৰক্ষা পৰিল দুয়োৰে প্ৰাণ।
|
নিশা পুৰনিগুদামৰ ৰাজপথত গৰুৰ উপদ্ৰৱ
|
https://www.newsnextone.com/accident-for-attacking-by-cow-barhampur/#comments
|
59
|
তাজমহল চাবলৈ যাওঁতে ড'নাল্ড ট্ৰাম্প আৰু পৰিয়ালৰ সৈতে নাথাকে নৰেন্দ্ৰ মোদী* 1 ১৬ মাৰ্চৰ ২০২০ৰ পৰা সমগ্ৰ দেশতে এ টি এম কাৰ্ডেৰে ধন উলিওৱাৰ নিয়ম সলনি হ'ব 3 3 ষ্টাফৰিপৰ্টাৰ, ২১ এপ্ৰিল, খৃষ্টান ধৰ্মাৱলম্বীসকলৰ ইষ্টাৰৰ দিনটোতে সন্ত্ৰাসবাদীৰ ৮টাকৈ বিস্ফোৰণত কঁপি উঠে শান্ত শ্ৰীলংকা।
|
শ্ৰীলংকাত ইষ্টাৰৰ দিনটোতে সন্ত্ৰাসবাদীৰ ৮টাকৈ বিস্ফোৰণ : 2 শতাধিক নিহত
|
http://firstnewsreport.com/%e0%a6%b6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%b2%e0%a6%82%e0%a6%95%e0%a6%be%e0%a6%a4-%e0%a6%87%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a6%be%e0%a7%b0%e0%a7%b0-%e0%a6%a6%e0%a6%bf%e0%a6%a8%e0%a6%9f%e0%a7%8b%e0%a6%a4/
|
60
|
তেজপুৰ টাউনঃ আজি মহাসপ্তমী৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সাংস্কৃতিক নগৰী তেজপু্ৰতো আজি পূৱাৰে পৰা মহাসপ্তমী উপলক্ষে অগণন ভক্তৰ ভীৰ দেখিবলৈ পোৱা গৈছে।
|
আজি মহাসপ্তমী, তেজপুৰত উখল মাখল পৰিৱেশ
|
https://www.newsnextone.com/maha-saptami-in-tezpur/#comments
|
61
|
অসম আন্দোলনৰ চহিদসকলৰ দৰে আলফাৰ চহিদসকলৰ পৰিয়ালকো চৰকাৰৰ সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰিছে বিটিচিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীয়ে।
|
আলফাৰ চহিদৰ পৰিয়াললৈ সাহায্য; আত্মসমৰ্পণকাৰী সদস্যক দিব ঘৰ, সাহায্য দিব মহিলাৰীয়ে
|
https://assam.nenow.in/btc-chief-hagrama-mohilary-will-offer-ex-gratia-to-surrendered-ulfa-cadres-and-martyred-ulfa-cadres-families/
|
62
|
আছিফ আলি,শিৱসাগৰ কেবৰ বিৰুদ্ধে আজি সন্ধিয়া শিৱসাগৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰবাসীয়ে।
|
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ নেতৃত্বত ওলাই আহিল শিৱসাগৰবাসী ৰাইজ
|
https://assamtimespost.com/?p=10449
|
63
|
পাথৰিঘাটঃ উজনি-নামনিৰ বিভিন্ন প্ৰান্তত যোৱা শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎলৱ৷ ইতিমধ্যে ৰাজ্যৰ ৰাস মহোৎসৱ সমূহৰ প্ৰাংগনত ভক্তৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হৈছে৷ দৰং জিলাৰ ছিপাঝাৰতো ব্যাপক উলাহ-মালহেৰে ২৯ সংখ্যক ৰাস মহোৎসৱ শনিবাৰৰ পৰা আৰম্ভ হৈছে৷ ৮ নৱেম্বৰলৈ পাচঁদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ছিপাঝাৰৰ ৰাস।
|
পাথৰিঘাটত ৰাস উৎসৱত ভক্তৰ সমাগম
|
https://www.newsnextone.com/rash-lila-at-patharighat-da
|
64
|
গুৱাহাটীঃ মহানগৰীৰ দীঘলীপুখুৰী পাৰত জনজাতিকৰণৰ দাবীত কলিতা জনগোষ্ঠী সন্মিলন আৰু সদৌ কলিতা ছাত্ৰ সন্থাই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ দুই শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰক শীঘ্ৰে কলিতা জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীক আগুৱাই নিবলৈ অহা বিধানসভা অধিৱেশনত বিশেষজ্ঞ সমিতি গঠন কৰাৰ দাবী উত্থাপন কৰে।
|
জনজাতিকৰণৰ দাবীত কলিতা সন্মিলনৰ প্ৰতিবাদ
|
https://www.newsnextone.com/protest-kalita-community-dighalipukhuri
|
65
|
আজাৰাঃ কথাতে আছে ৰাইজে নখ জোকাৰিলে নৈ বয়।
|
চাব্বাছ! নিজৰ ধনেৰে পকী দলং নিৰ্মাণ ৰাইজৰ
|
https://www.newsnextone.com/print/1391
|
66
|
সৰভোগঃ ৰাজ্যৰ দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে ৰাজ্যৰ বানপীড়িতক সহায় কৰাৰ বাবে ওলাই আহে৷ পথচাৰী, ব্যৱসায়ী, চাকৰিয়াল আদিৰ পৰা অৰ্থ সংগ্ৰহ কৰি বান বিধ্বস্ত অঞ্চলৰ লোকক ৰাজ্যৰ দল-সংগঠনে সহায় সহযোগ কৰিছে৷ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সৰভোগ আঞ্চলিক সমিতিয়ে সৰভোগ নগৰত আজি বান সাহায্য পুজি সংগ্ৰহ অভিযান চলায়৷ সৰভোগ অঞ্চলৰ একাংশ লোকে সৰভোগ চহৰত এই পুজি সংগ্ৰহ কৰিছে৷ সংগ্ৰহ হোৱা সমুদায় ধন বানত বিধ্বস্ত অঞ্চলৰ ৰাইজক প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে দলটোৰ নেতৃত্বই।
|
সৰভোগত বান সাহায্য পুজি সংগ্ৰহ
|
https://www.newsnextone.com/flood-relief-by-help-weal-fare/#comments
|
67
|
গহপুৰঃ পুনৰ বানৰ কবলত পৰিছে গহপুৰ৷ গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা চত্ৰং নৈৰ মথাউৰি যোৱা ২১ জুনত ৬ নং ৱাৰ্ডত চিগাৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল।
|
বানৰ কবলত ছয়দুৱাৰ মহাবিদ্যালয়
|
https://www.newsnextone.com/flood-trouble-student/#comments
|
68
|
নতুন দিল্লীঃ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে এইবাৰ আৰ এছ এছে গণ আন্দোলন গঢ়ি তুলিব।
|
ৰাম মন্দিৰঃ এইবাৰ আন্দোলন কৰিব আৰ এছ এছে
|
https://www.newsnextone.com/ram-temple-suresh-jushi
|
69
|
গোলাঘাট জিলাৰ বিজুলী বনাঞ্চলৰ ভিতৰত উদ্ধাৰ হৈছে এটা হাতীৰ মৃতদেহ ৷ বন্যপ্ৰানী আৰু মানুহৰ সংঘাতৰ শেহতীয়া ঘটনাসমূহৰ লগত এই ঘটনাৰ কিবা মিল থাকিবও পাৰে যদিও সেয়া নিশ্চিত কৰিব পৰা হোৱা নাই।
|
গোলাঘাট জিলাৰ বিজুলী বনাঞ্চলত হাতীৰ শুৰ বিহীন মৃতদেহ উদ্ধাৰ
|
https://assam.nenow.in/%e0%a6%97%e0%a7%8b%e0%a6%b2%e0%a6%be%e0%a6%98%e0%a6%be%e0%a6%9f-%e0%a6%9c%e0%a6%bf%e0%a6%b2%e0%a6%be%e0%a7%b0-%e0%a6%ac%e0%a6%bf%e0%a6%9c%e0%a7%81%e0%a6%b2%e0%a7%80/
|
70
|
তেজপুৰঃ আজি শোনিতপুৰ জিলাৰ বালিপাৰাৰ লখৰাত অাবকাৰী বিভাগে অতৰ্কিতে এক অভিযান চলায়৷ আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে অভিযান চলাই বালিপৰাৰ লখৰাৰ এখন ঘৰৰ ভিতৰত গাত খান্দি লুকাই থোৱা অবস্থাত এশ কাৰ্টুনতকৈও অধিক অৰুণাচলী অবৈধ সুৰা জব্দ কৰে।
|
শোনিতপুৰত জব্দ অবৈধ সুৰা
|
https://www.newsnextone.com/illegal-wine-in-sonitpur
|
71
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্ৰতিবেদন ভূটানৰ পৰা নামি অহা সংহাৰী বানে আতংকিত কৰি তুলিছে নলবাৰী জিলাৰ ধমধমা অঞ্চলৰ পোন্ধৰখন গাঁৱৰ ৰাইজক।
|
নলবাৰীৰ ধমধমাত পাগলাদিয়াৰ সংহাৰী ৰূপ:উন্মুক্ত মথাউৰিৰ বাবে পানীত ডুবিল ১৫ খনৰো অধিক গাঁও
|
https://www.newsasn.com/node/7812
|
72
|
কোকৰাঝাৰঃ এনআৰচিৰ খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছত কোকৰাঝাৰৰ একাংশ জনতাই নিজৰ লগতে পৰিয়াল-আত্মীয় কুটুম্বৰ নাম খচৰা তালিকাত প্ৰকাশ নোপোৱাত হতাশ হোৱাত বৃহস্পতিবাৰে জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই এক সংবাদমেলৰ আয়োজন কৰি এই ক্ষেত্ৰত ৰাইজক চিন্তা নকৰিবলৈ আহ্বান জনায়৷ এনআৰচিৰ খচৰা তালিকাত বহু সংখ্যক লোকৰ ঠিকনা সলনি হোৱা, বহু সংখ্যকৰ নাম ভুলকৈ প্ৰকাশ হোৱাৰ উপৰিও বহু লোকৰ নাম প্ৰকাশ নোপোৱাত অসন্তুষ্টিয়ে বিৰাজ কৰাৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি উপায়ুক্ত নিৰঞ্জন বৰুৱাই একাংশ নথি পত্ৰ পুনৰীক্ষণ কৰি থকা বাবেই কিছু সংখ্যকৰ নাম প্ৰকাশ নোপোৱা বুলি মত প্ৰকাশেৰে প্ৰকৃত ভাৰতীয় কাহানিও বাদ নপৰে বুলি মন্তব্য প্ৰকাশ কৰে।
|
কোকৰাঝাৰৰ DCৰ সংবাদ মেল, প্ৰকৃত ভাৰতীয়ৰ নাম প্ৰকাশ হ'বই চিন্তা নকৰিব
|
https://www.newsnextone.com/press-meet-kokrajhar-dc
|
73
|
খেৰণিঃ এফালে অসমৰ ৪২ টাকৈ জাতীয় সংগঠনৰ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিল কৰাৰ দাবীত ২৩ অক্টোবৰৰ দিনটোত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান আনফালে আকৌ চৰকাৰী পক্ষ আৰু প্ৰশাসনে এই বন্ধ প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰী নিৰ্দেশ দিছে কাৰ্যালয়ে কাৰ্যালয়ে।
|
কাৰ্বি পাহাৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক
|
https://www.newsnextone.com/kheroni/#comments
|
74
|
পাঠশালাঃ অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰত নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী (স্বাধীন) অসমৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।
|
আলফাৰ প্ৰতিষ্ঠা দিৱস উদযাপন
|
https://www.newsnextone.com/ulfa-celebrates-foundation-day-different-places-assam
|
75
|
জিয়াউল আলী, লখিমপুৰঃ সেউজী ধৰা বিনন্দীয়া, সুন্দৰ স্বাস্থ্য যুগমীয়া এই ধাৰাৰে নিৰ্মীয়মান লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ১১০০ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বৃক্ষ ৰোপণ কাৰ্যসূচী আজি পালন কৰা হয়।
|
বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন
|
https://www.newsnextone.com/lakhimpur-dr-sharma1
|
76
|
দৰংঃ দৰং জিলাৰ ধূলাত যোৱা কালি সংঘটিত হ'ল এক আত্মহত্যাৰ ঘটনা।
|
১৩ বছৰীয়া কিশোৰীয়ে কৰিলে আত্মহত্যা
|
https://www.newsnextone.com/print/19789
|
77
|
জনমভূমি সংশোধিত নাগৰিকত্ব আইনক লৈ হোৱা প্রতিবাদৰ প্রসংগত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ প্রধানমন্ত্রীয়ে ইয়াত ঝাৰখণ্ড বিধানসভাৰ নির্বাচনৰ বাবে প্রচাৰ অভিযান চলাই এখন নির্বাচনী সভাত ভাষণ দি কয় যে কংগ্রেছে বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ সকলো সীমা চেৰাই গৈছে৷ তেওঁ কয় যে সংশোধিত নাগৰিকত্ব আইনক লৈ কংগ্রেছ আৰু ইয়াৰ সহযোগী দলসমূহে হুলস্থুলৰ সৃষ্টি কৰিছে, ধুমুহাৰ সৃষ্টি কৰিছে৷ টিভিত দেখা দৃশ্যৰ পৰা এই জুই লগোৱাসকল কোন?
|
অসমৰ জনসাধাৰণক মই নতশিৰে অভিনন্দন জনাইছোঁ ঃ প্রধানমন্ত্রী
|
https://janambhumi.in/VFhwcmQwOUVXVDA9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%9C%E0%A6%A8%E0%A6%B8%E0%A6%BE%E0%A6%A7%E0%A6%BE%E0%A7%B0%E0%A6%A3%E0%A6%95-%E0%A6%AE%E0%A6%87-%E0%A6%A8%E0%A6%A4%E0%A6%B6%E0%A6%BF%E0%A7%B0%E0%A7%87-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%A8-%E0%A6%9C%E0%A6%A8%E0%A6%BE%E0%A6%87%E0%A6%9B%E0%A7%8B%E0%A6%81-%E0%A6%83-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%B0%E0%A7%80.html
|
78
|
নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিবালিত বুধবাৰে তিনিটা সন্তানৰ মাতৃ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
চামগুৰিত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য
|
https://assam.nenow.in/%e0%a6%9a%e0%a6%be%e0%a6%ae%e0%a6%97%e0%a7%81%e0%a7%b0%e0%a6%bf%e0%a6%a4-%e0%a6%8f%e0%a6%97%e0%a7%b0%e0%a6%be%e0%a6%95%e0%a7%80-%e0%a6%ae%e0%a6%b9%e0%a6%bf%e0%a6%b2%e0%a6%be%e0%a7%b0-%e0%a7%b0/
|
79
|
জ এ.এছ.এন. প্ৰতিনিধি 28 / 2018 জীৱনৰ কালৰ অধিক সময় ছাত্ৰ-ছাত্ৰীক বিনা বেতনেৰে জ্ঞানৰ পোহৰ বিলাই নিজে ঘোৰ অমানিশাৰ ফালে গতি কৰা এজন নগঁঞা শিক্ষক।
|
২৪ বছৰে বিনা পাৰিশ্ৰমিকেৰে কাম কৰি অৱসৰ ললে সতীন্দ্ৰ নাথ বৰাই
|
https://www.newsasn.com/node/1193
|
80
|
দুলীয়াজানঃ দেওবাৰে দুলীয়াজানৰ ভাদৈত কংগ্ৰেছে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰে৷ ইন্দিৰা গান্ধীৰ জন্ম শত বাৰ্ষিকী উপলক্ষে পদযাত্ৰা কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি যাচে৷ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি এটুৱা মুণ্ডা, পি গগৈ, অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ সহ মুঠ ১৬খন পঞ্চায়তৰ বিষয়-ববীয়া উপস্থিত থাকে।
|
দুলীয়াজানত কংগ্ৰেছৰ পদযাত্ৰা, ইন্দিৰা গান্ধীক স্মৰণ
|
https://www.newsnextone.com/print/8585
|
81
|
লিডুঃ লিডু আৰক্ষী চকীৰ অন্তৰ্গত শামুকজান গাঁও পঞ্চায়তৰ অধীনৰ ৰিংগাঁও বাহবাৰী অঞ্চলত আজি এক দুৰ্ঘটনা সংঘটিত হয় ৷ বাহবাৰীৰ পুলিয়া নামৰ দলং খনৰ সমীপতে থকা কেচা নলাৰ বোৱতি পানীত গা ধুই থকা অৱস্থাত এজন যুৱকৰ সলিল সমাধি ঘটে ৷ যুৱক জনৰ নাম অনিল মুড়া (২৫) বুলি জানিব পৰা গৈছে ৷ দিনৰ প্ৰায় দুই মান বজাত সংঘটিত এই দুৰ্ঘটনাটোৱে এলেকাটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
লিডুত যুৱকৰ সলিল সমাধি
|
https://www.newsnextone.com/youth%2Bdrowns%2Bin%2Blidoo
|
82
|
জ এ.এছ.এন. প্ৰতিনিধি 14 / 2018 ৰাজ্যখনৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীৰ উদ্যোগত কালি নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত অসমীয়া সাহিত্য জগতৰ অন্যতম মহীৰূহ ডঃ ভৱেন্দ্ৰ নাথ শইকীয়াৰ ১৫সংখ্যক মৃত্যুতিথিৰ লগতে 'বিৰিণা বৈভৱ' শীৰ্ষক গোষ্ঠীটোৰ মাহেকীয়া সাহিত্য আলাপ অনুষ্ঠানটি সম্পন্ন হয়।
|
বৰক্ষেত্ৰীৰ ৰামপুৰত বিৰিণা গোষ্ঠীৰ ভৱেন্দ্ৰ নাথ শইকীয়াক স্মৰণ, সাহিত্য আলাপ অনুষ্ঠান
|
https://www.newsasn.com/node/863
|
83
|
মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই আজি ইম্ফল ইষ্ট জিলাৰ চ্চানিংপকপি গাঁৱৰপৰা বৃ্হৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয়।
|
মণিপুৰত আৰক্ষী-আছাম ৰাইফলছৰ অভিযানত উদ্ধাৰ হ'ল বৃ্হৎ পৰিমাণৰ অস্ত্ৰ
|
https://assam.nenow.in/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%86%e0%a7%b0%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%80-%e0%a6%86%e0%a6%9b%e0%a6%be%e0%a6%ae-%e0%a7%b0%e0%a6%be%e0%a6%87%e0%a6%ab/
|
84
|
নাৰায়ণপুৰঃ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতিক গুৰুত্ব নিদিয়াত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজ্যত৷ অসমৰ ভয়াবহ বান পৰিস্থিতিক কেন্দ্ৰীয় চৰকাৰে অৱহেলা কৰা কাৰ্য্যক তীব্ৰ প্ৰতিবাদ জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে।
|
নাৰায়ণপুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ
|
https://www.newsnextone.com/print/4385
|
85
|
জ ডেস্ক / 2019 নিউজ ডেস্ক : মহানগৰী খানাপাৰাত মংগলবাৰে ৰাতি সংঘটিত হয় এক ডকাইতিৰ ঘটনা।
|
বাইকত অহা দুৰ্বৃত্তই মহানগৰীৰ খানাপাৰাত ব্যৱসায়ী পৰা কাঢ়ি নিলে ৪.৫০ লাখ টকা
|
https://www.newsasn.com/node/9834
|
86
|
পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল মৰিগাঁৱৰ ৰাজপথ ♦ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ মৰিগাঁও চি আৰ পি এফৰ জোৱানৰ মৰিগাঁওঃ জম্মু আৰু কাশ্মীৰৰ পুলৱামাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আহ্বান জনোৱা দেশজোৰা ব্যৱসায় বন্ধৰ আহ্বানক সমৰ্থন জনাই মৰিগাঁও জিলা চেম্বাৰ অব্ কমাৰ্চেও জিলাখনৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰাখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
|
পুলৱামা-কাণ্ড প্ৰতিবাদত দিয়া ব্যৱসায়ী গোষ্ঠী বন্ধ সৰ্বাত্মক
|
https://www.newsnextone.com/print/18174
|
87
|
দেশৰ আগশাৰীৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে সাধাৰণ নিৰ্বাচনক লৈ আগবঢ়োৱা নিৰ্বাচনোত্তৰ সমীক্ষা (এক্সিট প'ল)ক তিনি দিনীয়া মনোৰঞ্জন আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ।
|
পূৰ্বৰ ৮০ শতাংশ 'একজিট প'ল' মিছা প্ৰমাণিত; ই তিনিদিনীয়া মনোৰঞ্জন : প্ৰদেশ কংগ্ৰেছ
|
https://assam.nenow.in/exit-poll-is-a-three-days-entertainment-says-apcc-spokesperson-durgadas-boro/
|
88
|
গুৱাহাটীঃ দিল্লীত অসমৰ জীয়ৰী বিদিশা বেজবৰুৱাৰ মৃত্যুৰ ঘটনাই অন্য দিশে গতি কৰিছে।
|
দিল্লীত চিপ লোৱা অসমৰ বিদিশাক লৈ ৰহস্য, আটক স্বামী
|
https://www.newsnextone.com/jagga-jasus-actress-bidisha-bezbarua-hanged-herself-husband-arrested/#comments
|
89
|
লংকাঃ হাৰিয়ানাৰ এখন চুৰি ট্ৰাক আজি লংকাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্যত বৰ্তমানেও যে আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ আছে সেয়া স্পষ্ট কৰি তুলিছে এই ঘটনাই।
|
হাৰিয়ানাৰ চুৰি ট্ৰাক আহি পালে লংকা
|
https://www.newsnextone.com/theft-arrested-at-lanka-truck/#comments
|
90
|
শুক্লাইঃ বিটিএডিৰ ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ ৩৬খন গাঁৱৰ সুৰক্ষা, নিৰাপত্তাক লৈ বিগত কংগ্ৰেছ চৰকাৰে ভেৰগাঁৱৰ নিকটৱৰ্তী খাগ্ৰাবাৰীত স্থাপন কৰিছিল এটি আৰক্ষী চকী।
|
হায় ৰে হায়! স্কুটী লৈ চোৰ ধৰিবলৈ যায় আৰক্ষী
|
https://www.newsnextone.com/police-drives-scooti-to-follow-thief-at-btad-area
|
91
|
শিবসাগৰ জিলাৰ নাজিৰাত আৰক্ষীয়ে অভিযান চলাই শনিবাৰে নিশা জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
|
শিৱসাগৰৰ নাজিৰাত আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
|
https://assam.nenow.in/%e0%a6%a8%e0%a6%be%e0%a6%9c%e0%a6%bf%e0%a7%b0%e0%a6%be%e0%a6%a4-%e0%a6%ac%e0%a7%83%e0%a6%b9%e0%a7%8e-%e0%a6%aa%e0%a7%b0%e0%a6%bf%e0%a6%ae%e0%a6%be%e0%a6%a3%e0%a7%b0/
|
92
|
নগাঁওঃ নগাঁও জিলাৰ জুৰীয়াত দেওবাৰে পুৱতি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা।
|
ডকাইতৰ গুলীত নিহত মহিলা
|
https://www.newsnextone.com/print/16291
|
93
|
চাবুৱাঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক ৰূপত বন বিভাগৰ চকুৰ সন্মুখতে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেপাৰ।
|
ডিব্ৰুগড়, তিনিচুকীয়াত চোৰাং কাঠৰ বেহা, কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ
|
https://www.newsnextone.com/illegal-wood-in-tinsukia-dibrugarh
|
94
|
ৰাজ্যখনৰ ৮০০ ৰো অধিক চাহ বাগিচাত কাম কৰা শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ দাবীত বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ৰাজপথত চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ অধীনত প্ৰায় ১০০ চাহ শ্ৰমিকে বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰে।
|
দৈনিক মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিক মজুৰি পুনৰীক্ষণ দাবী মঞ্চৰ বিক্ষোভ
|
https://assam.nenow.in/%e0%a6%a1%e0%a6%bf%e0%a6%ac%e0%a7%8d%e0%a7%b0%e0%a7%81%e0%a6%97%e0%a7%9c%e0%a6%a4-%e0%a6%a6%e0%a7%88%e0%a6%a8%e0%a6%bf%e0%a6%95-%e0%a6%ae%e0%a6%9c%e0%a7%81%e0%a7%b0%e0%a6%bf-%e0%a6%ac%e0%a7%83/
|
95
|
কামপুৰঃ দুৰ্গাপূজাৰ ষষ্ঠী দিনাই নিশা নগাঁৱৰ কঠিয়াতলী চিঙৰাপট্টিত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, নগাঁও দিশৰ পৰা অহা নম্বৰৰ চুইফট ডিজায়াৰখনে নিয়ন্ত্ৰন হেৰুৱাই চাৰি পথচাৰীক প্ৰচণ্ড জোৰে খুন্দা মাৰে৷ দূৰ্ঘটনাটোৰ ফলত জামাল উদ্দিন নামৰ পথচাৰীজন থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন পথচাৰী গুৰুতৰ ভাৱে আহত হয়৷ গুৰুতৰভাৱে আহত নেকিবুৰ হুচেইন, ফৰিদূল ইছলাম আৰু চফিকুল ইছলামক পাছত উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়৷ আনহাতে দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখন স্থানীয় একাংশ লোকে ভাঙি চুৰমাৰ কৰে।
|
নগাঁও কঠিয়াতলীত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত ১
|
https://www.newsnextone.com/accident-in-kampur-one-died/#comments
|
96
|
তেজপুৰঃ তেজপুৰ চহৰৰ গ্ৰামাঞ্চলত ক্ৰমশ ভাৱে দেশীয় সুৰাৰ প্ৰচলন।
|
তেজপুৰত মাৰুতি ভেনসহ দেশী সুৰা জব্দ
|
https://www.newsnextone.com/desi-wine-seized-in-tejpur/#comments
|
97
|
টিংখাংঃ ৰাজ্য চৰকাৰৰ উন্নয়নৰ মন্ত্ৰই ঢুকি নাপায় বহু অঞ্চল৷ ডিব্ৰুগড় জিলাৰ ১১৯ নং টিংখাং বিধান সভা সমষ্টিতো তাৰেই ৰূপ প্ৰতিফলন ঘটে৷ সমষ্টিটোৰ চাৰেংপথাৰ-শুকানী, শল'গুৰি সংযোগী পথৰ ডিকচাম নৈৰ ওপৰৰ থকা ধলং-পলং বাঁহৰ দলং খনে সুদীৰ্ঘকালে অঞ্চলবাসীক যমৰ যান্ত্ৰণা ভুগাই আহিছে।
|
হায় উন্নয়ন! ধলং-পলং বাঁহৰ দলং
|
https://www.newsnextone.com/bambo-bridge-tingkhang
|
98
|
তেজপুৰ, অপুৰ্ব বৰাঃ আদিবাসী সকলক নিজৰ অধিকাৰৰপৰা বঞ্চিত কৰি অহাটো অসমত ডাঙৰ কথা নহয়৷ বিদেশী ইংৰাজৰ দিনৰ পৰাই শোষণ-শাসন, নিষ্পেষণৰ বলি হৈ অহা আদিবাসী সকলে নিজৰ অধিকাৰৰ বাবে জংগী আন্দোলন কৰিব লগা হৈছে৷ শুকুৰবাৰে তেজপুৰত থকা উপাযুক্ত কাৰ্যলয়ত ধৰ্ণা কায্যসুচী পালন কৰে আদিবাসী সকলৰ উমৈহতীয়া মঞ্চৰ শোনিতপুৰ জিলা সমিতিয়ে।
|
তেজপুৰত আদিবাসী সকলক মাটিৰ পট্টাৰ প্ৰদানৰ দাবীত ধৰ্ণা
|
https://www.newsnextone.com/tezpur-adibasi-protest/#comments
|
99
|
নলবাৰীঃ নলবাৰী জিলাৰ প্ৰাক্তন ছাত্ৰ নেতা, সমাজকৰ্মী প্ৰসন্ন কলিতাক দেওবাৰে এখন সভা অনুষ্ঠিত কৰি ৰাইজে স্মৰণ কৰে৷ নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী চহৰৰ সমীপৰ সন্ধা যুৱক সংঘৰ বাকৰিত স্মৃতিচাৰণ তথা সোৱঁৰণী গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷ প্ৰয়াত কলিতাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে তেওঁৰ পত্নী অঞ্জু কলিতাই আৰু বন্তি প্ৰজ্বলন কৰে ছাত্ৰ নেতা ভবজিত বেজবৰুৱা আৰু অতুল কলিতাই।
|
প্ৰাক্তন ছাত্ৰ নেতা প্ৰসন্ন কলিতাক স্মৰণ
|
https://www.newsnextone.com/prasanna-kalita-nalbari/#comments
|
100
|
তেজপুৰ, অপূৰ্ব বৰা তেজপুৰ: বৰ্তমান অসমীয়া ছবি গৃহ সমুহ উপযুক্ত প্ৰযুক্তি বিদ্যাৰ অভাৱত প্ৰায় বোৰেই বন্ধ হৈ যোৱাৰ উপসম হৈছে।
|
তেজপুৰত ছবি গৃহ মুকলি কৰিলে জ্যেষ্ঠ বিধায়ক পদ্ম হাজৰিকাই
|
https://www.newsnextone.com/tezpur-cinema-hall-19
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.