id
stringlengths 1
5
| input
stringlengths 23
780
| target
stringlengths 21
203
| url
stringlengths 28
1.06k
|
---|---|---|---|
201
|
জাজৰিঃ অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা জাজৰি আঞ্চলিক শতদল বশাখাৰ ব্যৱস্থাপনাত সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰিছে।
|
জাজৰিত কলাগুৰু বিষ্ণুৰাভা দিৱসৰ ব্যাপক আয়োজন
|
https://www.newsnextone.com/jajari-bishnu-rabha
|
202
|
গুৱাহাটীঃ ক্ৰমাৎ নিম্নগামী হৈছে পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য৷ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা একেৰাহে এটা পষেক ধৰি বৃদ্ধি হৈ থকা পেট্ৰল আৰু ডিজেলৰ মূল্য লাহে লাহে নিয়ন্ত্ৰণলৈ অহা পৰিলক্ষিত হৈছে৷ মূল্য বৃ্দ্ধিৰ ফলত সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছিল৷ সাধাৰণ জনতাই মূল্যবৃদ্ধিৰ দ্বাৰা জুৰুলা হৈ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷ পেট্ৰলিয়াম সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰী আৰু যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি হৈ পৰাও পৰিলক্ষিত হৈছিল৷ কিন্তু লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা দেখিবলৈ পোৱা গৈছে৷ এক পইচা দুপইচাকৈ প্ৰতিদিনে হ্ৰাস পোৱা পেট্ৰল-ডিজেলৰ দামে সাধাৰণ মানুহৰ মনত পুনৰ এবাৰ আশাৰ সঞ্চাৰ কৰি ক্ষোভৰ জুইকুৰা নুমুৱাবলৈ সক্ষম হৈছে।
|
পেট্ৰল, ৭৮.৫৭ টকা প্ৰতি লিটাৰ, হ্ৰাস ১৬ পইচা
|
https://www.newsnextone.com/16-paisa-cut-in-petrol-in-ghy-on-tuesday/#comments
|
203
|
বৰনদ্দীঃ সমগ্ৰ বিশ্বতে পালন কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ আজিৰ দিনটোতেই নলবাৰীত স্বামীয়ে পত্নীক হত্যা কৰা বিষয়টোয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কেহৰুৱা গাঁৱত স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোৰ ৰাইজক সচকিত কৰি তোলে৷ জানিব পৰা মতে এই গাঁৱৰ নিৱাসী ৰত্নেশ্বৰ কলিতাই নিজ পত্নী বিমলা কলিতাক সুৰাত মগ্ন হৈ দাৰে ঘপিয়াই বুধবাৰে নিশা আহত কৰে।
|
নাৰী দিৱসতে মহিলাক আক্ৰমণ
|
https://www.newsnextone.com/nalbari-bornaddi-wife-killed-by-husband
|
204
|
ৰঙিয়াঃ ৰঙিয়াৰ চহৰৰ সমীপৰ বালিসত্ৰত আজি এক অগ্নিকাণ্ড সংঘটিত হৈ ৭ টাকৈ গৰুৰ মৃত্যু হয়৷ ৰঙিয়া বালিসত্ৰৰ খলিহামাৰী গাঁৱৰ দেৱেন কলিতাৰ এটি ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাত গাঁওখনত হুৱা-দুৱা লাগে।
|
ৰঙিয়াৰ বালিসত্ৰত অগ্নিকাণ্ড, ৭টাকৈ গৰুৰ মৃত্যু
|
https://www.newsnextone.com/fire-rangia-7-cows-died/#comments
|
205
|
নগাওঁঃ শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাক ৰোধ কৰাৰ ক্ষেত্ৰত কাম কৰি যাব আমছুৱে৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ 'আমছু'ৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত পৰমাইভেটি আঞ্চলিক সমিতিখন সোমবাৰে গঠন কৰা হয়।
|
শিশু শ্ৰমিক আৰু বাল্যবিবাহ প্ৰথাৰ বিৰুদ্ধে কাম কৰিব আমছুৱে
|
https://www.newsnextone.com/aamsu-nagaon-assam
|
206
|
জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও-মৰিগাঁও সংযোগী মূল পথৰ জাজৰি থানাৰ এলেকাধীন জামুগুৰি চাৰিআলিত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
|
জামুগুৰিত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত মহিলা নিহত
|
https://www.newsnextone.com/nagaon-car-accident-lady-death
|
207
|
ৰাজ্যত বসবাস কৰা আদিবাসীসকলৰ জাতীয় সমস্যাসমূহক লৈ চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, চমুকৈ আছা।
|
ঢেকীয়াজুলিত আছাৰ প্ৰতিবাদী বাইক ৰেলী
|
https://janambhumi.in/VFdwQmVFMVVSVDA9/%E0%A6%A2%E0%A7%87%E0%A6%95%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A6%A4-%E0%A6%86%E0%A6%9B%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%87%E0%A6%95-%E0%A7%B0%E0%A7%87%E0%A6%B2%E0%A7%80.html
|
208
|
ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণ সূচীৰে বিহাৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
|
বিহাৰত অমিত শ্বাহ, ৪০ খন আসনেই লাভ কৰিম, অসমৰ কল্পনাই যোগ দিলে বিজেপিত
|
https://www.newsnextone.com/bjhar-visit-amit-sah-bjp
|
209
|
বিহালীঃ এনআৰচিৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে সীমান্ত আৰক্ষীয়ে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক ডি-ভোটাৰ সজাই এনআৰচিৰ পৰা নাম কৰ্তন কৰাৰ লগতে অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে।
|
বিশ্বনাথত আমছুৰ দুঘণ্টীয়া অৱস্থান, ডি-ভোটাৰৰ জাননী দি হাৰাশাস্তি কৰাৰ অভিযোগ
|
https://www.newsnextone.com/print/14590
|
210
|
হেমন্ত কলিতা, নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱাৰ জ্যেষ্ঠ সাংবাদিক ৰাজেন ডেকাক এদল দুৰ্বৃত্তই পৰিকল্পিতভাৱে হত্যাৰ অপচেষ্টা চলোৱাৰ এমাহ উকলি যােৱাৰ পাছতাে আক্রমণকাৰীক আজিলৈকে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম নােহােৱাত মঙলবাৰে নলবাৰী জিলা সাংবাদিক সন্থা, নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি, 'আপকু'ৰ নলবাৰী জিলা সমিতি আৰু কেইবাটাও জাতীয় সংগঠনে মুকালমুৱাত এক গণ অৱস্থানৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
|
সাংবাদিক ৰাজেন ডেকাৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত নলবাৰী মুকালমুৱাত গণ অৱস্থান
|
https://www.newsnextone.com/nalbari-gana-obastan-jarno-attacked/#comments
|
211
|
গুৱাহাটীঃ অসমত গঢ়ি উঠিছে মোবাইল চোৰৰ বৃহৎ নেটৱৰ্ক।
|
মহানগৰীত সক্ৰিয় মোবাইল চুৰিৰ বৃহৎ চক্ৰ
|
https://www.newsnextone.com/mobile-thief-in-guwahati
|
212
|
ডিজিটেল ডেক্স,খাৰুপেটীয়া: হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে আজি দৰং জিলা মুছলিম ছাত্ৰ সন্থাই দলগাঁও থানাত আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধুলা থানাত এজাহাৰ দাখিল কৰে।
|
দলগাওঁ আৰু ধুলাত বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে গোচৰ
|
https://www.newsnextone.com/nagaon_dhula_against_shiladitya
|
213
|
তেজপুৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক আধুনিক যুগৰ ধৃতৰাষ্ট্ৰ আখ্যা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
|
তৰুণ গগৈ আধুনিক যুগৰ ধৃতৰাষ্ট্ৰঃ মন্ত্রী হিমন্ত বিশ্ব
|
https://www.newsnextone.com/tezpur-himanta-tarun
|
214
|
ভেঁকো-ভাওনাত পৰিণত নিৰ্বাচন আয়োগৰ ঘোষণা,এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীৰ ঘৰত নাই পকী শৌচাগাৰ,কেনেকৈ পালে জিলা পৰিষদত যুজাঁৰ অনুমতি ?
|
ঘৰত পকী শৌচাগাৰ অবিহনেই পঞ্চায়তৰ নিৰ্বাচনত অৱতীৰ্ন হৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী
|
https://www.newsnextone.com/print/16833
|
215
|
াফ ৰিপ'ৰ্টাৰ 16 / 2019 বিধেয়কী বিলৰ বিৰোধিতা কৰি গোলাঘাটৰ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা তিনি ছাত্ৰ নেতা, সদৌ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, জাতীয়তাবাদী যুৱ পৰিষদৰ জিলা সাংগঠনিক সম্পাদক ৰাজীৱ লস্কৰে কাৰাগাৰৰ ভিতৰতে অনশন কাৰ্যসূচী গ্ৰহণ কৰি ক্ৰমাৎ অসুস্থ হৈ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
|
কাৰাৰুদ্ধ তিনি অনশনকাৰীক সাক্ষাৎ সাংসদ গৌৰৱ গগৈৰ
|
https://www.newsasn.com/node/4328
|
216
|
টিহুত চলন্ত গাড়ীত এগৰাকী বিবাহিতা মহিলাক বলাৎকাৰ কৰা ঘটনাৰ লগত জড়িত অন্তিম পাঁচ নম্বৰ অভিযুক্তজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
|
টিহুৰ জঘন্য বলাৎকাৰ কাণ্ড : পঞ্চমজন অভিযুক্তকো গ্ৰেপ্তাৰ আৰক্ষীৰ
|
https://assam.nenow.in/fifth-accused-of-gang-rape-in-tihu-arrested/
|
217
|
মাৰ্ঘেৰিটাঃ উজনি অসমত পুনৰ আৰক্ষীৰ জালত পৰিছে গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্য।
|
পুনৰ আৰক্ষীৰ জালত গোৰ্খা লিবাৰেশ্যন আৰ্মীৰ সদস্য
|
https://www.newsnextone.com/gorkha-liberation-member-arrested-from-golaghat
|
218
|
হাতীগাঁওঃ আক্ষৰিক অৰ্থতে ঘোঁৰামাৰাৰ শিৱম উপ-পথত কেৱল ঘোঁৰাৰেহে যেন যাতায়ত কৰিবপৰা যায়।
|
ঘোঁৰামাৰাৰ শিৱম পথ যেন ঘোঁৰাৰ বাবেহে
|
https://www.newsnextone.com/ghoramara-sibam-by-lane-in-worse-condition
|
219
|
ন'য়ডাঃ ৰাষ্ট্ৰীয় পতাকা কেৱল ফালি পেলোৱাই নহয়, তাৰপিছত সেইখন ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে অপ্প'ৰ এজন কৰ্মচাৰীৰ বিষয়ে।
|
জাতীয় পতাকাক অৱমাননা, অপ্প'ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰৰ দাবী ন'য়ডাত
|
https://www.newsnextone.com/noida-oppo-mobile-compaby-production-manager-faces-protest-over-throwing-india-national-flag/#comments
|
220
|
বুধবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰদ্যুত বৰদলৈক এইদৰে কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।
|
সাংসদ হৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ'বলৈ চেষ্টা কৰিছে প্ৰদ্যুত বৰদলৈয়ে
|
https://assam.nenow.in/pradyut-bodoloi-is-trying-to-become-valmiki-from-ratnakar-says-assam-bjp/
|
221
|
জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰৰ লালুকৰ ১ নং কৰুনাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ নিয়ন্ত্ৰন হেৰুৱাই পথৰ দাতিত বাগৰিল এখন স্কুল বাছ৷ হাৰমতিৰ জ্ঞান অকাডেমীৰ ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই নিছিল বাছখনে৷ দুৰ্ঘটনাটোত দহ জনৰো অধিক ছাত্ৰ-ছাত্ৰী আহত হয়৷ বাছ খনত আছিল ২৫ ৰপৰা ৩০ জন ছাত্ৰ-ছাত্ৰী ৷ দুৰ্ঘটনাটোৰ পিছত স্থানীয় লোকে তৎপৰতাৰে বাছৰ ভিতৰৰপৰা উলিয়াই কন-কন ছাত্ৰ-ছাত্ৰীৰ লগতে আহত সকলক লালুক আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়৷ দুৰ্ঘটনাগ্ৰস্ত বাছ খনৰ নম্বৰ 01 9296 আৰু যাত্ৰীবাহী টেম্প'ৰ দৌৰাত্ম্যৰ বাবেই বাছখন দুৰ্ঘটনাত পতিত হোৱা বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
লখিমপুৰৰ লালুকত পথ দুৰ্ঘটনা
|
https://www.newsnextone.com/lakhimpur-laluk-bus-accident/#comments
|
222
|
জয়ন্ত মুদৈ,নগাঁও নগাঁওঃ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয়।
|
নগাঁৱত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বাটৰ নাট পৰিৱেশন কণ কণ শিশুৰ
|
https://www.newsnextone.com/nagaon-enviroment-day-bator-naat
|
223
|
নতুন দিল্লীঃ পাঠানকোটৰ সন্ত্ৰাসবাদী অাক্ৰমণৰ কভাৰেজৰ বাবে ভাৰত চৰকাৰৰ ৰোষত পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় বৈদ্যুতিন চেনেল কোনো কাৰণতে ক্ষমা নিবিচাৰো বুলি আজি স্পষ্ট কৰি দিছে।
|
পাঠানকোট কভাৰেজৰ বাবে ক্ষমা নোখোজে NDTVয়ে
|
https://www.newsnextone.com/ndtv-will-not-apologize-clarifies-today
|
224
|
মঙলদৈঃ সকলো ক্ষেত্ৰতে অৱহেলিত হৈ আহিছে দৰংবাসী ৰাইজ।
|
দৰং জিলাত মৰণফান্দত পৰিণত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
|
https://www.newsnextone.com/15no-nh-damaged-darrang
|
225
|
তিতাবৰ মহকুমাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বেকাজান এক্সছাৰ্ভিচৰ সমীপৰ পাহাৰৰ দাঁতি কাষৰীয়া অসমভূমিত নগাই ঘৰ নিৰ্মাণ কৰিবলৈ লোৱা ঘটনাক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
|
তিতাবৰ সীমান্তৰ অসমৰ ভূমিত ঘৰ নিৰ্মাণৰ অপচেষ্টা নগাৰ
|
https://janambhumi.in/VFZSbk1FOUVUVDA9/%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A6%BE%E0%A6%AC%E0%A7%B0-%E0%A6%B8%E0%A7%80%E0%A6%AE%E0%A6%BE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%B0-%E0%A6%AD%E0%A7%82%E0%A6%AE%E0%A6%BF%E0%A6%A4-%E0%A6%98%E0%A7%B0-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%BE%E0%A6%A3%E0%A7%B0-%E0%A6%85%E0%A6%AA%E0%A6%9A%E0%A7%87%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BE-%E0%A6%A8%E0%A6%97%E0%A6%BE%E0%A7%B0.html
|
226
|
কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ আৰক্ষী আৰু সেনাৰ ৩নং ৰাজপুত ৰেজিমেণ্টৰ যৌথ অভিযানত সোমবাৰে পুৱতি নিশা এগৰাকী এনডিএফবি(এচ)ৰ কেডাৰ নিহত হয়।
|
কোকৰাঝাৰত আৰক্ষী-সেনাৰে সংঘৰ্ষ এনডিএফবিৰ, নিহত এনডিএফবি কেডাৰ, অস্ত্ৰ উদ্ধাৰ
|
https://www.newsnextone.com/encounter-one-ndfb-died/#comments
|
227
|
দেশৰ অন্যতম প্ৰধান চোৰাংচোৱা সংস্থা ইনটেলিজেন্স ব্যুৰ' (আই বি)ৰ মুৰব্বী পদত অধিষ্ঠিত শোণিতপুৰ জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ।
|
আই বি'ৰ মুৰব্বী পদত শোণিতপুৰৰ প্ৰাক্তন আৰক্ষী অধীক্ষক অৰবিন্দ কুমাৰ
|
https://assam.nenow.in/former-sp-of-sonitpur-arvind-kumar-appointed-as-ib-chief/
|
228
|
টিত হয় আজি পুৱা ১১:৩০ বজাত সংঘটিত হয় এই ঘটনা চাইকেলেৰে গৈ থকা অৱস্থাতে ট্ৰাকে পিছ পিনৰ পৰা মহতিয়াই যায় মহিলা গৰাকীক ৮ অক্টোবৰঃ ওদালগুৰিৰ গৰুৱাঝাৰত আজি পুৱা ১১:৩০ বজাত এক ভয়ঙ্কৰ পথ দূৰ্ঘটনা সংঘটিত হয়।
|
ওদালগুৰিৰ গৰুৱাঝাৰত পথ দূৰ্ঘটনা
|
https://www.newsnextone.com/odalguri-accedent/#comments
|
229
|
আশ্ৰয় লৈছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে।
|
অনাময় শৌচালয় নিৰ্মাণত দুৰ্নীতি
|
https://www.newsnextone.com/borhula-corruption-latrine/#comments
|
230
|
জ এ.এছ.এন. প্ৰতিনিধি 03 / 2018 চৰাইদেউ জিলাৰ সোণাৰিত শুকুৰবাৰৰ নিশা এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক পৰিয়ালৰ লোকে ধৰ্ষণ কৰি হত্যা কৰা বুলি আভিযোগ কৰাৰ পাছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
|
সোণাৰিত ৰাইজে লণ্ডভণ্ড কৰিলে ধৰ্ষণত অভিযুক্তৰ বাসগৃহ
|
https://www.newsasn.com/index.php/node/1336
|
231
|
মঙলদৈঃ বুধবাৰে মঙলদৈত থকা জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হয় ভাৰতীয় অপৰাধ অনুসন্ধান বিভাগ৷ উল্লেখ্য যে জলসম্পদ বিভাগৰ একাংশ ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত ২০১৪-১৫ বৰ্ষতে মথাউৰি নিৰ্মানৰ বাবদ অহা ২.৭৫ কৌটি টকাৰ কামৰ হিচাপ খেলিমেলিৰ অভিযোগৰ তদন্ত কৰিবলৈ উপস্থিত হয় দলটো।
|
দৰং জিলাৰ জলসম্পদ বিভাগত CIDৰ অভিযান
|
https://www.newsnextone.com/cid-in-mangaldoi-water-suply/#comments
|
232
|
কাৰ্বি আংলংঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতেই ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাজান মহকুমাৰ কয়লামাটি অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমলৈ আনি থকা অৱস্থাত সংঘটিত হয় এক ভয়কৰ পথ দুৰ্ঘটনা।
|
কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত
|
https://www.newsnextone.com/bokajan-vehicle-evm-accident
|
233
|
ৰঙিয়াঃ কামৰূপ জিলাৰ ৰঙিয়াত পথ দুৰ্ঘটনাত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰঙিয়াত৷ যুৱকজনৰ মৃত্যুৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰঙিয়া চহৰত৷ ৰঙিয়া চহৰত ভূটান বাছ আস্থানত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ যুৱকৰজনৰ মৃত্যু হয়৷ তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী মানস প্ৰতীম ডেকা নামৰ যুৱকজন।
|
ৰঙিয়াৰ বিশিষ্ট ব্যৱসায়ীৰ পুত্ৰ মানস প্ৰতীম ডেকাৰ মৃত্যু
|
https://www.newsnextone.com/accident-one-died-rangia-assam-ind/#comments
|
234
|
নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামুগুৰিত থকা অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয়ত কালি নিশা দুৰ্বৃত্তই তাণ্ডৱ চলায়।
|
অগপৰ নিৰ্বাচনী কাৰ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ
|
https://www.newsnextone.com/ajp-office-destroyed/#comments
|
235
|
গোগামুখঃ ধেমাজি জিলাৰ এগৰাকী মৌজাদাৰে টকা নিদিলে নকৰে কাম৷ মৌজাদাৰ গৰাকীয়ে টকা সুধিবলৈ ভয়-ভিত নকৰে৷ কৃষক, ব্যৱসায়ী, ছাত্ৰ নেতা কোনোৱে টকা নিদিয়াকৈ কাম আদায় কৰিব নোৱাৰে মৌজাদাৰগৰাকীৰ পৰা৷ জিলাখনৰ বৰদলনি মৌজাৰ মৌজাদাৰৰ বিৰুদ্ধে এই অভিযোগ এতিয়া সৰ্বত্ৰে৷ পইছা বিচৰা সন্দৰ্ভত জানিবলৈ গৈ আজি মৌজাদাৰগৰাকীয়ে সাংবাদিকৰ লগতে ছাত্ৰ নেতাক অপদস্থ কৰা ঘটনাই অঞ্চটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
|
টকা নিদিলে কাম নকৰে মৌজাদাৰ ৰাকেশে
|
https://www.newsnextone.com/mouzadar-illegal-money-demand-gogamukh
|
236
|
দেওবাৰৰ পৰা ইম্ফলৰ ট্ৰাইবেল ৰিচাৰ্ছ ইনষ্টিটিউটৰ প্ৰেক্ষাগৃহত ৰাজ্যিক পৰ্যায়ৰ প্ৰথমখন জনজাতীয় চলচ্চিত্ৰ মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে।
|
মণিপুৰত ৰাজ্যিক পৰ্যায়ৰ জনজাতীয় চলচ্চিত্ৰ মহোৎৱ আৰম্ভ
|
https://assam.nenow.in/%e0%a6%ae%e0%a6%a3%e0%a6%bf%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d%e0%a6%af%e0%a6%bf%e0%a6%95-%e0%a6%aa%e0%a7%b0%e0%a7%8d%e0%a6%af%e0%a6%be%e0%a7%9f%e0%a7%b0/
|
237
|
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ তামুলপুৰ বজাৰ চ'ক বণিক সন্থাই দ্বাদশ বাৰ্ষিক শ্ৰী শ্ৰী গণেশ পূজা উদযাপনৰ ব্যপক প্ৰস্তুতি আৰম্ভ কৰিছে৷ অহা ২৪-২৬ আগষ্টলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বিঘিনি বিনাশক শ্ৰী শ্ৰী গণেশ পূজা অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে পূজা পৰিচালনা সমিতিৰ সভাপতি লঙ্কেশ্বৰ ঠাকুৰীয়া আৰু সম্পাদক হেমন্ত দাসে৷ কাৰ্যসূচী অনুসৰি ২৫ আগষ্টৰ সন্ধিয়া অভিনেতা সখী দ্বীপ দেউৰীৰ লগতে প্ৰিয়ংকা কলিতা আৰু মিন্টু দাসে গীত পৰিবেশন কৰিব৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
তামুলপুৰত শ্ৰী শ্ৰী গণেশ পূজা উদযাপনৰ প্ৰস্তুতি
|
https://www.newsnextone.com/ganesh%20puja%20tamulpur
|
238
|
নিউজ ডেস্ক: গুৱাহাটীৰ কুমাৰপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা।
|
গুৱাহাটীত অপৰাধীৰ ভয় নাই পুলিচলৈ:কুমাৰপাৰাত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী
|
https://www.newsasn.com/node/9285
|
239
|
খাৰুপেটীয়াঃ সমগ্ৰ দেশৰ লগত সংগতি ৰাখি খাৰুপেটীয়াৰ বিভিন্ন চৰকাৰী, বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান সমূহত শিক্ষক দিৱস পালন কৰা হয়।
|
শিক্ষক দিৱসত খাৰুপেটীয়া আজমল কলেজৰ সম্বৰ্দ্ধনা, অৱসৰপ্ৰাপ্ত শিক্ষক,সাহিত্যিক আৰু সাংবাদিকক জনালে সম্বৰ্দ্ধনা
|
https://www.newsnextone.com/ajmol-college-teachers-felicitation
|
240
|
দৰংঃ যি সময়ত কংগ্ৰেছ দলে ১০ বছৰ ভাৰতত শাসন চলাইছিল সেই সময়ত আৰম্ভ হোৱা ৰাফেল বিমান চুক্তি বিজেপি চৰকাৰৰ দিনত স্বাক্ষৰিত হোৱাৰ পিছত ৰাফেল চুক্তিৰ আসোঁৱাহ উলিয়াই ৰাইজৰ ওচৰ চপাৰ প্ৰয়াস চলাইছে কংগ্ৰেছ দলে।
|
ৰাফেল বিমান চুক্তি ৰাজহুৱা নকৰাত বিজেপিৰ বিৰুদ্ধে মঙলদৈত কংগ্ৰেছৰ সংবাদমেল
|
https://www.newsnextone.com/congress-press-meet-mangaldoi
|
241
|
খাৰুপেটীয়াঃ কৱৰস্থানৰ নৱনিৰ্মিত দেৱাল বাগৰি পৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দৰং জিলাৰ দলগাঁৱত৷ জিলাখনৰ শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ফকিৰপাৰা গাঁও পঞ্চায়তত চতুৰ্থদশ বিত্তীয় আয়োগৰ ধনেৰে নিৰ্মিত কৱৰস্থানৰ চৌহদৰ এখন দেৱাল বাগৰি পৰাত অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
|
বাগৰিল কৱৰস্থানৰ নৱনিৰ্মিত দেৱাল
|
https://www.newsnextone.com/kharupetia-wall-sleep
|
242
|
ডিজিটেল ডেস্কঃ হিংসা-বিদ্বেষ বিয়পোৱা ভিডিঅ'ৰ ওপৰত কঢ়া নজৰ দিয়াৰ কথা ঘোষণা কৰিছে ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গে।
|
ভাইৰেল ভিডিঅ'ক ফেচবুকে লগাব লেকাম
|
https://www.newsnextone.com/face-book-to-monitor-viral-videos-and-content/#comments
|
243
|
চামগুৰিঃ দৰিদ্ৰতাৰ কঢ়াল গ্ৰাসে যেন আজিৰ যুগত নি:শেষ কৰিছে কৰিছে মানৱতা।
|
ধনৰ অভাৱত সৎকাৰ কৰিব নোৱাৰি পত্নীৰ মৃতদেহ নাদত পুতি থ'লে বৃদ্ধ স্বামীয়ে
|
https://www.newsnextone.com/print/18754
|
244
|
নগাঁওঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে যোৱা ২ ডিচেম্বৰত শিলচৰৰ এখন ৰাজহুৱা সভাত হিন্দু সংহতি'ৰ সভাপতি দেৱতনু ভট্টাচাৰ্যই কেতবোৰ সাম্প্ৰদায়ীক মন্তব্য প্ৰকাশ কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ প্ৰৰোচনামূলক মন্তব্যই ৰাজ্যত অশান্তি সৃষ্টি হ'ব পাৰে বুলিও বুলিও একাংশ লোকে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ দেৱতনু ভট্টাচাৰ্যই ৰাজহুৱা সভাত মুছলমানৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি ল'বলৈ আৰু যুদ্ধ কৰাৰ বাবে হিন্দু সমাজক আহবান জনাইছিল।
|
দেৱতনু ভট্টাচাৰ্যৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত আমছুৰ গোচৰ
|
https://www.newsnextone.com/fir-against-batadrava-against-debatanu/#comments
|
245
|
ডিজিটেল ডেস্কঃ যোৱা ২৫ জুলাইত অনুষ্ঠিত হৈ যোৱা পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত চৰকাৰৰ গঠন কৰাৰ দিশে আগবাঢ়িছে প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ খানৰ দল পিটিআই দল।
|
এ লাভ কৰিছে ১০৫ খন আসন, পাকিস্তানৰ নতুন চৰকাৰৰ সৈতে কাম কৰিবলৈ সাজু আমেৰিকা
|
https://www.newsnextone.com/pak-election-105-pti/#comments
|
246
|
ভুবনেশ্বৰঃ ওড়িষা আৰক্ষীৰ বিশেষ অভিযানকাৰী গোট এটাৰ সৈতে ৰাজ্যখনৰ মালকানগিৰি জিলাত হোৱা সংঘৰ্ষত পাঁচজন মাওবাদী নিহত হয়।
|
ওড়িষাত পাঁচ মাওবাদীক নিধন
|
https://www.newsnextone.com/maobadi-killed
|
247
|
বিভিন্ন শ্ৰেণীৰ সংবাদ পত্ৰলৈ চৰকাৰী বিজ্ঞাপন প্ৰদান কৰাৰ ক্ষেত্ৰত স্বচ্ছতা আৰু গতিশীলতা অনাৰ বাবে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ সভাপতিত্বত আৰু অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড০ এ কে সিঙৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈ যায়।
|
সংবাদকৰ্মীৰ লগত মত বিনিময় চৰকাৰী পক্ষৰ: চৰকাৰী বিজ্ঞাপন সম্পৰ্কত আলোচনা
|
https://assam.nenow.in/%e0%a6%b8%e0%a6%82%e0%a6%ac%e0%a6%be%e0%a6%a6%e0%a6%95%e0%a7%b0%e0%a7%8d%e0%a6%ae%e0%a7%80%e0%a7%b0-%e0%a6%b2%e0%a6%97%e0%a6%a4-%e0%a6%ae%e0%a6%a4-%e0%a6%ac%e0%a6%bf%e0%a6%a8%e0%a6%bf%e0%a6%ae/
|
248
|
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰ শ্ৰীনগৰৰ জামিয়া মছজিদৰ সমুখতে সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষী বিষয়াক বৃহস্পতি বাৰে আবেলি নামাজৰ সময়তে উত্তেজিত জনতাই চোচৰাই নি নিৰ্মমভাৱে হত্যা কৰা ঘটনাই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
মছজিদৰ সমুখতে নৃশংস হত্যা আৰক্ষী বিষয়াক
|
https://www.newsnextone.com/cope-dragged-killed-at-srinagar/#comments
|
249
|
জিয়াউল আলী, লখিমপুৰঃ লখিমপুৰ ফুলবাৰীত মৃত্যু যন্ত্ৰণাত ছটফটাইছে এটা বনৰীয়া হাতীয়ে৷ মঙলবাৰে এটা দুৰ্ঘটনাগ্ৰস্ত বনৰীয়া হাতীয়ে নিশা খাদ্যৰ সন্ধানত ওলাই আহি অসম-অৰুণাচল সীমান্তৰ লখিমপুৰ ফুলবাৰীৰ ২ নং হাতীয়েমৰা গাঁৱৰ পুখুৰীত সোমাই মৃত্যু যন্ত্ৰণাত ছটফটাই আছে হাটীটোৱে৷ পূৰ্বতে গুলীবিদ্ধ হোৱা বুলি সন্দেহ কৰা হাতীটো ২ নং হাতীয়েমৰাৰ যাদৱ বৰা নামৰ লোকজনৰ বাৰীৰ পুখুৰীত সোমাই পৰিছে।
|
লখিমপুৰ ফুলবাৰীত হাতী মানুহৰ সংঘাত
|
https://www.newsnextone.com/lakhimpur-phoolbari-elephant
|
250
|
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে হিন্দু বাংলাদেশী লোকক সংস্থাপন দিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে এইবাৰ থিয় দিছে খোদ বিজেপিৰে বিধায়ক।
|
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ বিজেপি বিধায়কৰ
|
https://assam.nenow.in/bjp-mlas-in-meghalaya-utter-against-cab/
|
251
|
বিহালীঃ সোমবাৰে বিশ্বনাথত চিপিআই এম-এলৰ নেতা-কৰ্মীয়ে সৰ্বহাৰাৰ নেতা দলৰ প্ৰতিষ্ঠাপক সম্পাদক বিনোদ মিশ্ৰক স্মৰণ কৰে৷ ১৯ সংখ্যাক মৃত্যু দিৱস উপল৭ে "সংকল্প" দিৱস পালন কৰে বিশ্বনাথ জিলাৰ বিশ্বনাথ, গহপুৰ আৰু বিহালী বিধান সভা সমষ্টিৰ প্ৰায় সহস্ৰাধিক দলীয় কৰ্মীয়ে৷ বৈশাকু ৰয় ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সংকল্প দিৱসত প্ৰাক্তন শিক্ষক ধৰ্মকান্ত হালৈ, পূষ্প শৰ্মা, লাচিত দাসে উপস্থিত থাকে।
|
ৰ সভা, মোডীৰ জন্মদিন দুৰ্নীতিৰ উৎসৱত পৰিণত হৈছে
|
https://www.newsnextone.com/cpiml-meeting-at-biswanath
|
252
|
আমি শ্ব' পিচ নেকি যে আমাক চাবলৈ দিল্লীৰ পৰা বাৰে বাৰে আহি থাকিব লাগে?
|
আমি শ্ব' পিচ নেকি? হিমন্ত
|
https://janambhumi.in/VFZSSmVVNXFWVDA9/%E0%A6%86%E0%A6%AE%E0%A6%BF-%E0%A6%B6%E0%A7%8D%E0%A6%AC%E2%80%99-%E0%A6%AA%E0%A6%BF%E0%A6%9A-%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF||||-%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4.html
|
253
|
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাত এখন ৰেলৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
ডিব্ৰুগড়ত ৰেলৰ ডবাত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ, তীব্ৰ চাঞ্চল্য
|
https://www.newsnextone.com/gun-recovered-at-dibrugarh/#comments
|
254
|
শ্মীৰ: কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনৰ হিজবুল মুজাহিদীৰ এলাৰ্ট।
|
কাশ্মীৰত থকা বহিৰাগত বনুৱাক হত্যাৰ হুংকাৰ হিজবুল মুজাহিদীৰ
|
https://www.newsnextone.com/HIJBOL/MUJAHIDDIN/KASHMIR/#comments
|
255
|
মুম্বাইৰ পৰা ব্লেংক আগ্নেয়াস্ত্ৰ কৰ্য় কৰি সেইবোৰ চলচ্চিত্ৰ আৰু টেলিভিশ্বন প্ৰডাকশ্যনৰ বাবে ভাড়াত দিয়াৰ অভিযোগ থকা দুজন চোৰাং বন্দুক যোগানকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিছে।
|
চলচ্চিত্ৰৰ শ্বুটিঙৰ বাবে ভাড়াতীয়া আগ্নেয়াস্ত্ৰ যোগান ধৰা চোৰাং বন্দুক যোগানকাৰী আটক
|
https://assam.nenow.in/gun-runners-who-rented-weapons-for-film-shooting-caught/
|
256
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 মানকাচৰৰ পৰা চান বৰ আলী আজি দিনৰ ১১ বজাত হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ যৌথ উদ্যোগত অসমৰ পঞ্চায়ত আৰু গ্ৰামান্নয়ণ মন্ত্ৰী নৱ কুমাৰ দলে মুখ্য মন্ত্ৰী কৃষি সা-সজুলি আচঁনিৰ উদ্ধোধন কৰে।
|
হাটশিঙিমাৰীত মুখ্য মন্ত্ৰী কৃষি সা-সজুলি যোজনাৰ উদ্ধোধন
|
https://www.newsasn.com/node/5352
|
257
|
উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭সংখ্যক দেৰগাওঁ অধিৱেশনখন আজিৰ পৰা দেৰগাৱঁৰ আহোম পথাৰত আৰম্ভ হৈছে।
|
আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক বাৰ্ষিক অধিৱেশন
|
https://assam.nenow.in/%e0%a6%86%e0%a6%9c%e0%a6%bf%e0%a7%b0-%e0%a6%aa%e0%a7%b0%e0%a6%be-%e0%a6%b6%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4-%e0%a6%b6%e0%a6%82%e0%a6%95%e0%a7%b0%e0%a6%a6%e0%a7%87/
|
258
|
নামতিঃ শিৱসাগৰ জিলাৰ জাঁজীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ দুগৰাকী লোক গুৰুতৰ ভাবে আহত হয়।
|
জাঁজীত পথৰ পৰা ২০ ফুট তলত বাগৰি পৰিল হু'ণ্ডাই ক্ৰেটা
|
https://www.newsnextone.com/road-accident-jaji
|
259
|
যোৱা নিশা আৰক্ষীয়ে আটক কৰা ডকমকা-কাণ্ডৰ মূল অভিযুক্ত তথা পূৰ্বেও এটা হত্যাত অভিযুক্ত 'আলফা' ওৰফে জৰ্জ তিমুঙে কিছুমান চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে।
|
সোপাধৰা সজাই ল'লে প্ৰতিশোধ! নীলোৎপলহঁতৰ সৈতে তৰ্ক হৈছিল ডকমকা-কাণ্ডৰ মূল অভিযুক্তৰ
|
https://assam.nenow.in/%e0%a6%b8%e0%a7%8b%e0%a6%aa%e0%a6%be%e0%a6%a7%e0%a7%b0%e0%a6%be-%e0%a6%b8%e0%a6%9c%e0%a6%be%e0%a6%87-%e0%a6%b2%e0%a6%b2%e0%a7%87-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a4%e0%a6%bf%e0%a6%b6%e0%a7%8b/
|
260
|
খাৰুপেটীয়াঃ দৰং জিলাৰ পূৱ মঙলদৈ বেচৰকাৰী পৰিবহন সন্থাই বিভন্ন কাৰ্যসূচীৰে শ্ৰমিক দিৱস উদযাপন কৰে মঙলবাৰে।
|
খাৰুপেটীয়াত শ্ৰমিকে সম্বৰ্ধনা যাচিলে বিশিষ্ট নাগৰিকক
|
https://www.newsnextone.com/feliciation-senior-citizen-kha/#comments
|
261
|
গোৰেশ্বৰঃ ভেন্সাৰ শিক্ষানুষ্ঠানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে সময়ে-সময়ে আইন সংশোধন, আইন সলনি কৰি সময় পাৰ কৰিছে৷ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীয়ে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে স্কুল সমুহ আজিলৈ প্ৰাদেশিকীকৰণ কৰা নাই।
|
বিটিচি শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ সভা আহ্বান
|
https://www.newsnextone.com/meeting-btad-non-provincialised-school-associaction
|
262
|
তেজপুৰঃ সকলো জল্পনা কল্পনাৰ অন্তত মঙলবাৰে শোণিতপুৰ জিলা পৰিষদৰ সভাপতিৰ পদত ফুলগুৰি জিলা পৰিষদৰ সদস্য ডলি চুৰিন নিৰ্বাচিত হয়।
|
শোনিতপুৰ জিলা পৰিষদৰ সভাপতিৰ পদত ডলি চুৰিন
|
https://www.newsnextone.com/sonitpur-district-doli-surin/#comments
|
263
|
অসমত বাস কৰা প্ৰায় ৪০ লাখ অনুসূচিত জাতি লোকৰ সৰ্বাংগীণ বিকাশ আৰু কল্যাণৰ বাবে ৰাজ্যখনৰ অন্যান্য জাতি-জনগোষ্ঠীসমূহক স্বায়ত্ত শাসন ব্যৱস্থাৰ আওতালৈ অনাৰ দাবীৰে আজি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে।
|
অনুসূচিত জাতিক স্বায়ত্ত শাসন প্ৰদান নকৰিলে হ'ব জংগী আন্দোলন : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ
|
https://assam.nenow.in/kamalakanta-das-warns-government-to-full-fill-their-demand-before-25th-octobar/
|
264
|
গুৱাহাটী ইউথ ফেষ্টিভেলত মোকা অভিনয়ৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়লৈ সোণৰ পদক চন্দন শৰ্মা চেপ্টেম্বৰ ৭, ২০১৯ 0 ২৮৭ মহানগৰীস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰা ইউথ ফেষ্টিভেলত মোকা অভিনয়ৰ দৃষ্টি বন্দী কৰা প্ৰদৰ্শনৰ জৰিয়তে চতিয়া সমষ্টিৰ অন্তৰ্গত এখন আগশাৰী শিক্ষানুষ্ঠান হিচাপে পৰিচিত কুসুমটোলাস্থিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সোণৰ পদক অৰ্জন কৰি প্ৰথম স্থান দখল কৰি মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।
|
গুৱাহাটী ইউথ ফেষ্টিভেলত মোকা অভিনয়ৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়লৈ সোণৰ পদক - ভাল খবৰ
|
https://bhalkhabar.com/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80-%e0%a6%87%e0%a6%89%e0%a6%a5-%e0%a6%ab%e0%a7%87%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a6%bf%e0%a6%ad%e0%a7%87%e0%a6%b2%e0%a6%a4/
|
265
|
অসমৰ খিলঞ্জীয়া নাগৰিকক ভূমি পট্টা প্ৰদানৰ দাবীত চচলত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
|
খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানৰ দাবীৰে চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ
|
https://assam.nenow.in/kmss-stage-protest-demanding-land-allocation-to-yhe-indigenious-people-of-assam/
|
266
|
নলবাৰীঃ আজি নলবাৰী জিলাৰ অগ্নিশালা সত্ৰৰ দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাক মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাৰ ফালৰ পৰা বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
|
অধ্যাপক নৃপেন্দ্ৰ নাথ কলিতাক বিদায় সম্বৰ্ধনা
|
https://www.newsnextone.com/felicitation-teacher-nalabari
|
267
|
বৰপথাৰঃ গোলাঘাট জিলাত পুৱাৰ ভাগতে সংঘটিত হ'ল এক দুখজনক ঘটনা৷ গোলাঘাট জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত টেঙানী গাঁৱৰ সমীপৱৰ্তী ৰেলৱে লাইনত এগৰাকী মহিলা পুৱাভাগত ৰেলৰ আগত পৰি মৃত্যু হয়৷ মৃত মহিলাগৰাকী জুনমনি বুঢাগোঁহাই বুলি জানিব পৰা গৈছে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
বৰপথাৰত ৰেলৰ আগত পৰি মহিলাৰ মৃত্যু
|
https://www.newsnextone.com/women-died-in-rail-accident-borpothar/#comments
|
268
|
উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ দায়িত্বত থকা দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ এটা আজৱ কাণ্ডৰ কথা পোহৰলৈ আহিছে।
|
দক্ষতা বিকাশ বিভাগৰ "দক্ষতা"ৰ নমুনা; বিচাৰি নাপালে যুটীয়া সঞ্চালকৰ পদোন্নতি সম্পৰ্কীয় ফাইল
|
https://assam.nenow.in/assam-rti-activist-gets-reply-as-file-is-not-being-able-to-trace-after-1-year-of-application/
|
269
|
পাঞ্জাবাৰীঃ মহানগৰীৰ সিজুবাৰীৰ শ্বাহনগৰৰ মিৰজাক তালীফৰ বাসগৃহৰ পৰা হাতীগাঁও আৰক্ষীৰ সহযোগত চাইল্ড লাইনে এটি দহ বছৰীয়া কিশোৰীক উদ্বাৰ কৰে।
|
হাতীগাঁৱত শিশু শ্ৰমিক উদ্বাৰ
|
https://www.newsnextone.com/child-labour-rescued-at-hatigaon
|
270
|
ৰঙিয়াঃ ৰঙিয়াত সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ ৰঙিয়া জনকল্যাণ সমিতিৰ উদ্যোগত অহা ১৬ আৰু ১৭ ডিচেম্বৰত তৃতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা খন ৰঙিয়া সংগম সংঘৰ বাকৰিত অনুষ্ঠিত হ'ব।
|
ৰঙিয়াত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা
|
https://www.newsnextone.com/cricket-competition-at-rangia
|
271
|
ডিব্ৰুগড়ঃ অসমৰ সংবাদ-জগতত সংযোজন ঘটিল আন এক সংবাদ পত্ৰ।
|
সংবাদ জগতত নৱতম সংযোজন 'দ্য ফ্ৰন্টিয়াৰ ডেইলি
|
https://www.newsnextone.com/frontier-daily-inauguration-at-dibrugarh
|
272
|
মুম্বাইঃ অসমত পোন প্ৰথবাৰৰ বাবে মোবাইল সেৱা আৰম্ভ কৰি বিপ্লৱৰ সূচনা কৰা কোম্পেনীটোৱে বন্ধ হ'ব৷ হয়, ৰিলায়েন্স টেলিকমিউনিকেচনে তেওঁলোক দুৰসংযোগ সেৱা বন্ধ কৰিব বুলি জানিব পৰা গৈছে।
|
অসমত পোন প্ৰথমে মোবাইল সেৱা আৰম্ভ কৰা ৰিলায়েন্স হ'ব বন্ধ
|
https://www.newsnextone.com/relience-bandh-from-30-nov
|
273
|
পশ্চিম নলবাৰীঃ নলবাৰী বিধান সভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই যোৱা ১১ তাৰিখে আবেলি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বেৰ, লৌহ গেট, ৰোগীৰ জিৰনী কোঠা আৰু ৰাজহুৱা শৌচগাৰৰ আধাৰশিলা স্হাপন কৰে৷ অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ অনুমোদিত নলবাৰী জিলা গড়কাপ্তাণী (গৃহ বিভাগ) বিভাগৰ দ্বাৰা আবন্টিত প্ৰায় ১৭ লাখ টকাৰ উদগনি আগবঢ়ায়৷ লগতে নিৰ্মাণ হ'বলগীয়া উক্ত কাম চাৰিটাই স্বাস্থ্য কেন্দ্ৰটোত দীৰ্ঘদীন ধৰি ভূগি অহা ৰাইজৰ অসুবিধা দূৰ কৰিব বুলি বিধায়ক গৰাকীয়ে ভাষনৰ প্ৰসংগত উল্লেখ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
চাৰিটাকৈ উন্নয়ণ মূলক কামৰ আধাৰশিলা বিধায়ক অশোক শৰ্মাৰ
|
https://www.newsnextone.com/half-dozen-of-public-health-care-center-by-mla-ashok-sharma
|
274
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 লাহৰীঘাটৰ পৰা স্বামীমূল ইছলামৰ প্ৰতিবেদন : মৰিগাঁও জিলাৰ নৈ-পৰীয়া অঞ্চল লাহৰীঘাটৰ বিভিন্ন বিদ্যালয়ৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা প্রায় অৰ্ধ শতাধিক কৃতি ছাত্র ছাত্ৰীক আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ টেঙাগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু টেঙাগুৰি ইকৰা একচেলেঞ্জ একাডেমিৰ সহযোগত একোখনকৈ ফুলাম গামোচা, কিতাপ আৰু প্ৰসস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে অবিভাৱক সকলকো একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
|
লাহৰীঘাটত কৃতি ছাত্র ছাত্ৰীক সম্বৰ্ধনা
|
https://www.newsasn.com/node/7452
|
275
|
শ্বাহ আলাউদ্দীন আহমেদ, মুকালমুৱা মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংস্থা, চমুকৈ মাছাৰ দ্বাৰা পৰিচালিত, সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অষ্টম বাৰ্ষিক চক্ৰধৰ ডেকা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাখন কাইলৈৰ পৰা আৰম্ভ হ'ব।
|
কাইলৈৰ পৰা চক্ৰধৰ ডেকা ফুটবল প্ৰতিযোগিতা, উদ্বোধন হ'ব ৰাজ্যৰ প্ৰথমটো গ্ৰীন গেলাৰী
|
https://janambhumi.in/VFdwUk5VOVVWVDA9/%E0%A6%95%E0%A6%BE%E0%A6%87%E0%A6%B2%E0%A7%88%E0%A7%B0-%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A6%9A%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A7%B0-%E0%A6%A1%E0%A7%87%E0%A6%95%E0%A6%BE-%E0%A6%AB%E0%A7%81%E0%A6%9F%E0%A6%AC%E0%A6%B2-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A6%BF%E0%A6%A4%E0%A6%BE,-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A7%8B%E0%A6%A7%E0%A6%A8-%E0%A6%B9%E2%80%99%E0%A6%AC-%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE%E0%A6%9F%E0%A7%8B-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%A8-%E0%A6%97%E0%A7%87%E0%A6%B2%E0%A6%BE%E0%A7%B0%E0%A7%80.html
|
276
|
চামগুৰিঃ শনিবাৰে নিশা নগাঁও-কাৰ্বিআংলং সীমান্তৰ্ৱতী পানীমূৰাত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ তিনি দুৰ্ধষ ডকাইতক মঙ্গলবাৰে চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
|
চামগুৰি আৰক্ষীৰ জালত তিনি দুৰ্ধষ ডকাইত
|
https://www.newsnextone.com/print/19515
|
277
|
ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ ভয়ানক চেলফিখন লৈ অলপতে জেলৰ ভাত খোৱা ৰাছিয়ান মডেল ভিক্টৰিয়া অডিনকভাৰ কথা নিশ্চয় মনত আছে।
|
চেলফি ল'ব গৈ উলটিল নাও
|
https://www.newsnextone.com/selfie-died-doctors-pune
|
278
|
লংকাঃ পৰিৱৰ্তনৰ দোহাই দি ৰাজ্যৰ শাসনভাৰ দখল কৰা মিত্ৰজোঁটৰ চৰকাৰখনে গ্ৰাম্য অঞ্চলক গুৰুত্ব দিছেনে?
|
লংকাত বিকশিত অসমৰ পয়ালগা পথ
|
https://www.newsnextone.com/rural-road-lanka-poor-condition/#comments
|
279
|
বালিপৰাঃ সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰায় শতাধিক প্ৰতিনিধি চাৰিদুৱাৰৰ অসম অৰুণাচল সীমান্তৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে সমৱেত হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞা আৰু অসম সেনাৰ জিলা সংগঠক ৰাজনিশ শইকীয়া উপস্থিত থাকি সন্থাৰ শৈক্ষিক, সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰে।
|
মথাউৰি নিৰ্মাণ-বন ধ্বংস ৰোধ কৰাৰ দাবীত শোণিতপুৰ আছুৰ আন্দোলন ঘোষণা
|
https://www.newsnextone.com/sonitpur-aasu-declare-programme
|
280
|
কাজিৰঙা, পলিমা চেতিয়া বসুমতাৰীঃ এক ব্যতিক্ৰমী পদক্ষেপ এজন কিশোৰৰ৷ এটকা এটকাকৈ সাঁচি ৰখা টকাৰে শিক্ষাৰ অৰ্থে প্ৰয়োজনীয় সামগ্ৰীৰে সাহাৰ্য্য প্ৰদান কৰিলে প্ৰলয়ংকৰী বানত সৰ্বস্ব হেৰুওৱা বহু ছাত্ৰ-ছাত্ৰীক৷ বিগত ভয়াৱহ বানত কাজিৰঙাৰ দাঁতিকাষৰীয়া বহু ছাত্ৰ-ছাত্ৰীৰ শিক্ষা লাভৰ বাবে প্ৰয়োজনীয় কিতাপ-বহী উটি গ'ল।
|
বন্যাৰ্ত ছাত্ৰ-ছাত্ৰীৰ কাষত এজন ব্যতিক্ৰমী কিশোৰ
|
https://www.newsnextone.com/kaziranga-one-boy-help-flodd-relief-people/#comments
|
281
|
ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত উত্তৰ-পূৱ অঞ্চলৰপৰা এতিয়াও ক'লা ডাৱৰ আঁতৰ হোৱা নাই।
|
উত্তৰ-পূবৰপৰা ক'লা ডাৱৰ আঁতৰা নাই বুলি ক'লে সমুজ্জ্বল ভট্টাচাৰ্যই
|
https://www.newsnextone.com/rangia-assu-samujaal-bhattacharya/#comments
|
282
|
কোকৰাঝাৰঃ বিটিচিৰ চেণ্ট্ৰেল চিলেকচন বৰ্ডৰ অধ্যক্ষ, বিপিএফৰ পলিচি মেকিং সমিতিৰ জ্যেষ্ঠ সদস্য তথা বিএচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জয়ন্ত মহিলাৰীৰ (৬০) অকস্মাৎ মৃত্যুক আকোৱালি লোৱাত কোকৰাঝাৰৰ লগতে সমগ্ৰ বিটিএডি অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।
|
বিটিচিৰ চেণ্ট্ৰে ল চিলেকচন বৰ্ডৰ অধ্যক্ষৰ মৃত্যু, বিটিচিত শোকৰ ছাঁ
|
https://www.newsnextone.com/jayanta-mohilary-no-more/#comments
|
283
|
িদুদ জামান 28 / 2019 আজি সমগ্ৰ দেশৰ লগতে কেন্দ্ৰীয় বিদ্যালয় নগাঁৱতো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটি উদযাপন কৰা হয়।
|
কেন্দ্ৰীয় বিদ্যালয় নগাঁৱত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদ্যাপন
|
https://www.newsasn.com/node/5349
|
284
|
যোৱা কেইদিনমান পূৰ্বৰে পৰা উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পাছতে অক্টোবৰ মাহ আজিৰ পৰা আৰম্ভ হৈছে।
|
সাজু থাকক; এই মাহত ১১ দিন বন্ধ থাকিব বেংক, নৱেম্বৰতো বন্ধ থাকিব ৭ দিন
|
https://assam.nenow.in/bank-will-closed-for-11-days-in-this-october-and-7-days-in-november/
|
285
|
মৰিগাঁওঃ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জিলা প্ৰশাসনে ল'বলগীয়া ব্যৱস্থাৰ সন্দৰ্ভত বৃহস্পতিবাৰে মৰিগাঁও নগৰৰ পাঁচ ঠাইত ম'ক ড্ৰিল প্ৰদৰ্শন কৰা হয়।
|
দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ ম'ক ড্ৰিল
|
https://www.newsnextone.com/marigaon-mork-drill
|
286
|
দেওবাৰে ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধন বিৰোধী মঞ্চৰ আহ্বান মৰ্মে এক গণ অভিৱৰ্তন অনুষ্ঠিত হয়।
|
ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধন বিৰোধী মঞ্চৰ গণ অভিৱৰ্তন
|
https://assam.nenow.in/%e0%a6%a1%e0%a6%bf%e0%a6%ac%e0%a7%8d%e0%a7%b0%e0%a7%81%e0%a6%97%e0%a7%9c%e0%a6%a4-%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a7%b0%e0%a6%bf%e0%a6%95%e0%a6%a4%e0%a7%8d%e0%a6%ac-%e0%a6%b8%e0%a6%82%e0%a6%b6%e0%a7%8b/
|
287
|
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিছিয়ালত একেটা পৰিয়ালৰ ৫ সদস্যৰ সলিল সমাধি ঘটা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে, হৰেন বৰা, পত্নী ফুনো বৰা আৰু দুই জিয়াৰী আৰু শাহুৰ সৈতে এখন চুইফট ডিজায়াৰ বাহনেৰে ৰঘুবাৰীত থকা আত্মীয়ৰ ঘৰলৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই দিখৌ নৈৰ মথাউৰিৰ পৰা বাগৰি দিখৌ নৈত পৰে৷ ফলত বাহনখনত থকা পৰিয়ালৰ ৫ সদস্যই কৰুণ মৃত্যুক সাৱটি লয়৷ আনফালে ঘটনা সংঘটিত হোৱাৰ পিছত এনডিআৰএফ বাহিনীয়ে দিখৌ নৈৰ বুকুৰ পৰা পৰিয়ালৰ সদস্যকেইজনক উদ্ধাৰ অভিযানত নামি পৰিছে৷ জানিব পৰা মতে, দিখৌমুখ ন-কাটনিৰ নিৱাসী পৰিয়ালটো কৰ্মসূত্ৰে গুৱাহাটীত থাকে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
শিৱসাগৰৰ দিখৌমুখ দিছিয়ালত অঘটন, একেটা পৰিয়ালৰ ৫ সদস্যৰ সলিল সমাধি
|
https://www.newsnextone.com/sivsagor-family-died/#comments
|
288
|
শদিয়াঃ অৱশেষত অসমবাসীয়ে বাঞ্ছা নকৰা ৰক্তাক্ত পৰিৱেশেই সষ্টি হ'ল অসমত।
|
শদিয়াত ৫ জনক গুলীয়াই হত্যা, আলফা (স্বা)ক সন্দেহ
|
https://www.newsnextone.com/sadia-dead1/#comments
|
289
|
চাবুৱাঃ দুৰ্গা পূজাৰ উলহ-মালহৰ মাজতেই শুকুৰবাৰে নিশা চাবুৱাত মাতাল চালকে তীব্ৰবেগে আহি স্কুটিত খুন্দা মৰাৰ ফলত উত্তেজনাৰ সৃষ্টি হয়৷ ট্ৰাকৰ চালকে মদৰ ৰাগীত মাতাল হৈ তীব্ৰবেগেৰে ৰখাই থোৱা স্কুটিত খুন্দা মাৰে৷ চাবুৱাৰ বিজয় ফাৰ্মাচিৰ সন্মুখত স্কুটি খন পথৰ দাতিত ৰখাই থোৱা আছিল৷ ট্ৰাকৰ খুন্দাত স্কুটীখনৰ বিদ্ধস্ত হৈ পৰে৷ স্কুটিত খুন্দা মাৰি ট্ৰাকৰ চালক পলায়ণ কৰে।
|
চাবুৱা নগৰত মাতাল চালকৰ তাণ্ডৱ
|
https://www.newsnextone.com/truck-hit-scooty-chabua/#comments
|
290
|
ীৱ পাতিৰ 10 / 2019 অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ'বলগা মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে আজি মাজুলীৰ তিনিওটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।
|
মাজুলীত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী ঘোষণা
|
https://www.newsasn.com/index.php/node/4233
|
291
|
আজি ছিকিম ফুটবল এছ'চিয়েশ্যনৰ চি ডিভিজন ফুটবল টুৰ্নামেণ্ট, ২০১৮ৰ ফাইনেলত য়ং অৰ্কিড চেম্পিয়ন হয়।
|
ছিকিম ফুটবল এছ'চিয়েশ্যনৰ চি ডিভিজন ফুটবলত 'য়ং অৰ্কিড' চেম্পিয়ন
|
https://assam.nenow.in/%e0%a6%9b%e0%a6%bf%e0%a6%95%e0%a6%bf%e0%a6%ae-%e0%a6%ab%e0%a7%81%e0%a6%9f%e0%a6%ac%e0%a6%b2-%e0%a6%8f%e0%a6%9b%e0%a6%9a%e0%a6%bf%e0%a7%9f%e0%a7%87%e0%a6%b6%e0%a7%8d%e0%a6%af%e0%a6%a8%e0%a7%b0/
|
292
|
ডিজিটেল ডেক্সঃ ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰি আমেৰিকাই সোমবাৰে ছিয়াটেলত অৱস্থিত ৰুছ দূতাবাসটো বন্ধ কৰি দিয়াৰ লগতে ৬০ জন কূটনীতিকক বহিষ্কাৰ কৰিছে।
|
প্ৰাক্তন ব্ৰিটিছ চোৰাংচোৱাক বিষ খুৱাই হত্যা, ৬০ জন ৰুছ কূটনীতিকক বহিষ্কাৰ আমেৰিকাৰ
|
https://www.newsnextone.com/india-europe-full-list-of-russian-diplomats-expelled-over-s-intl
|
293
|
ৰঙিয়াঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাক ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগী উপ-সভাপতি মনোনীত কৰা হয়৷ ৰাজ্যৰ প্ৰাক্তন উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি ড০ নৰিন্দৰ ধ্ৰুৱ বাট্ৰাই এক পত্ৰযোগে কলিতাক এই কথা অৱগত কৰা বুলি জানিব পৰা গৈছে৷ যোৱা ১৩ জানুৱাৰীত লিখা পত্ৰত কলিতাৰ খেল সংগঠকৰূপে দক্ষতাৰ প্ৰশংসা কৰি তেওঁক উক্ত পদ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
ভাৰতীয় অলিম্পিক সন্থাই উপ-সভাপতি হিচাপে নিয়ুক্তি দিলে ভূৱনেশ্বৰ কলিতাক
|
https://www.newsnextone.com/bhubneswar-kalita-as-a-vice-president-congress/#comments
|
294
|
ডিজিটেল ডেস্কঃ কেৰিয়াৰৰ সৰ্বোচ্চ ৰেংকিং লাভ কৰাৰ এসপ্তাহ পিছতে অৱনমিত হ'ব লগা হ'ল অলিম্পিক ৰূপৰ পদক জয় কৰি ইতিহাস ৰচনা কৰিবলৈ সক্ষম হোৱা পি ভি সিন্ধু।
|
অৱনমিত সিন্ধু, পঞ্চম স্থানত ভাৰতীয় শ্বাটলাৰ
|
https://www.newsnextone.com/pv-sindhu-drops-down-to-5th-position/#comments
|
295
|
নগাঁওঃ জাতি-মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰীৰ দিনতেই সংঘটিত হৈছে চৰকাৰী ভূমি বেদখলৰ ঘটনা৷ এইবাৰ এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত টুকটুকীত৷ জানিব পৰা মতে, বটদ্ৰৱা সমষ্টিৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰি নিউ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৰকাৰী ভূমি নিশাৰ ভিতৰতে বেদখল কৰিছে একাংশ লোকে।
|
বটদ্ৰৱাত স্বাস্থ্য কেন্দ্ৰত বহিছে বজাৰ, আৰক্ষীক এজাহাৰ দিয়াৰ পিছতো লোৱা নাই ব্যৱস্থা
|
https://www.newsnextone.com/nagaon-batadrava-fir-health-centre/#comments
|
296
|
গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীৰ নামক লৈ বাৰে বাৰে সলনি হৈছে ৰাজনৈতিক মহলৰ "পূৰ্বানুমান"।
|
বাৰে বাৰে সলনি ৰাজনৈতিক মহলৰ 'পূৰ্বানুমান'; ববিতা শৰ্মাৰ নাম চূড়ান্ত হোৱাৰ শেহতীয়া খবৰ
|
https://assam.nenow.in/bobeeta-sarma-is-likely-candidate-of-congress-in-guwahati/
|
297
|
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বৃক্ষৰোপন, স্বচ্ছ অভিযানকে ধৰি সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰে।
|
গোৰেশ্বৰত বিশ্ব পৰিৱেশ দিৱস পালন
|
https://www.newsnextone.com/world-environment-day-at-goreswar
|
298
|
চামগুৰিঃ নগাঁও জিলাৰ চামগুৰিৰ ৰাইনুজ একাদশৰ উদ্যোগত অনুস্থিত প্ৰাইজ মানী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সামৰণি পৰে।
|
চামগুৰিত প্ৰাইজমানী ক্ৰিকেটত প্ৰাঞ্জল ইলেভেনৰ বিজয়ী
|
https://www.newsnextone.com/samaguri-prize-money-cricket/#comments
|
299
|
কাজিৰঙাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিয়ন্ত্ৰনলৈ অহা নাই বান পৰিস্থিতি৷ এটুপি পানী, এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে কাজিৰঙাৰ মিহিমুখত ঘটিল অঘটন৷ নিজৰ বানত বুৰ যোৱা ঘৰখন চাবলৈ আহি অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এজন লোকে৷ বানে বিধস্ত কাজিৰঙাৰ ৰঙাজান বান শিৱিৰত পৰিয়ালৰ স'তে আশ্ৰয় লৈ থকা গোৱৰ্দ্ধন গোৱালা নামৰ লোকজেন শুকুৰবাৰে বিয়লি বানে ধোৱা নিজৰ মৰমৰ ঘৰখন চাবলৈ আহিছিল৷ আৰু তাৰ পিছতেই নিয়তিৰ বানত সন্ধানহীন হৈ পৰে ৪৫ বছৰীয়া লোকজন৷ ৰাইজ, বনবিভাগ আৰু আৰক্ষীৰ অনুসন্ধানৰ অন্তত আজি পুৱা লোকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
কাজিৰঙাৰ বানত মৃত্যু এজনৰ
|
https://www.newsnextone.com/one-died-in-flood-kaziranga
|
300
|
দিছাংমুখঃ শিৱসাগৰ নগৰৰ ডৰবাৰ ৰোডৰ কাষত তথা পৌৰসভাৰ ৩ নং ৱাৰ্ডত আছে বৃটিছৰ দিনৰ খ্ৰীষ্টিয়ান ধৰ্মৰ কবৰস্থান।
|
ডাষ্টবিনলৈ ৰূপান্তৰ হৈছে নাথান ব্ৰাউন, নিধি লেৱী ফাৰৱেলৰ কৱৰস্থান
|
https://www.newsnextone.com/dustbin-at-kabarsthan-of-nathan-brown/#comments
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.