id
stringlengths 1
5
| input
stringlengths 23
780
| target
stringlengths 21
203
| url
stringlengths 28
1.06k
|
---|---|---|---|
101
|
ডিজিটেল ডেস্কঃ নীল আমষ্ট্ৰঙে চন্দ্ৰলৈ শিল-বালিৰ নমুনা অনাৰ বাবে নিয়া বেগটো বিক্ৰী হৈছে ১১ কোটি ৫৭ লাখ, ৯৮ হাজাৰ ৫০০ টকাত।
|
এটা সৰু বেগ, বিক্ৰী হ'ল ১১ কোটিত
|
https://www.newsnextone.com/lunar-bag-sold-at-1-8-milllion
|
102
|
টীয়কঃ ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ হস্পিতাল তিনি আলিত অৱস্থিত সংঘটিত এক কাৰ্ড চুৰিৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
টীয়কত ATM কাৰ্ড চুৰি কৰি নি ধন আত্মসাৎ, নিজৰ অসাৱধানতাৰ বলী হৈছে গ্ৰাহক
|
https://www.newsnextone.com/atm-card-blackmail-tiyok
|
103
|
নাওকাটাঃ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ প্ৰভু আগৰৱালাৰ অধীনত নিৰ্মাণ হৈ থকা বগামাটি-বাইহাটা পথত অব্যাহত আছে শিল-বালি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য।
|
বাগসাত ডাম্পাৰে লণ্ড-ভণ্ড কৰিলে ব্যৱসায়, কথমপি প্ৰাণৰক্ষা
|
https://www.newsnextone.com/accident-in-baksa
|
104
|
বেজেৰাঃ কামৰূপ গ্ৰাম্য জিলাৰ চাংসাৰি থানাৰ অন্তৰ্গত চাংসাৰিৰ নিকটৱৰ্তী ডোৰা-কহৰাত সংঘটিত এক পথ দুৰ্ঘটনাত ৪জনকৈ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
|
চাংসাৰিত ২৫ ফুট দ খাৱৈত বাগৰিল আই টেন
|
https://www.newsnextone.com/i-ten-accident-at-changsari
|
105
|
ৰাজ্যখনৰ ৫,৯২৪ গৰাকী ঠিকাভিত্তিক হাইস্কুল শিক্ষকৰ পাঁচমাহৰ দৰমহা ৰাজ্য চৰকাৰে মুকলি কৰি দিয়া নাই।
|
পাঁচমাহে দৰমহাৰ পৰা বঞ্চিত ৰাজ্যখনৰ ৫,৯২৪ গৰাকী হাইস্কুল শিক্ষক
|
https://assam.nenow.in/deprive-from-salary-for-five-months-the-conractual-teachers-ready-to-protest/
|
106
|
চিচিবৰগাঁওঃ ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত যুৱ-ছাত্ৰ পৰিষদৰ কেইবাগৰাকী প্ৰাৰ্থী বিজয়ী হয়৷ যুৱ ছাত্ৰ পৰিষদৰ সমৰ্থিত সাধাৰণ সম্পাদক পদত মৌচুম বৰগোহাঞি সাংস্কৃতিক সম্পাদিকা হেপী গগৈ আৰু আলোচনী সম্পাদক হিচাপে দিচাংকৰ দিহিঙীয়াই বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হয়।
|
ছাত্ৰ একতা সভা যুৱ-ছাত্ৰ পৰিষদৰ দখলত
|
https://www.newsnextone.com/school-union-ele-ajycp-win/#comments
|
107
|
জ ডেস্ক / 2019 নিউজ ডেস্ক : অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ঘোষণা কৰিলে ২০১৯বর্ষ ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটা।
|
চাহ শ্ৰমিকৰ সন্তানে অধ্যয়ন কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰ্বাচিত ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটাৰ বাবে
|
https://www.newsasn.com/node/9144
|
108
|
বেতবাৰীঃ শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত আজি শিৱসাগৰত অনুষ্ঠিত হৈ যায় শিৱসাগৰ কলেজৰ অৱসৰপ্ৰাপ্ত বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক তথা বিশিষ্ট শিক্ষাবিদ-চিন্তাশীল-লেখক-সাংবাদিক প্ৰয়াত শৰৎ মহন্তৰ চতুৰ্থ সংখ্যাক স্মাৰক বক্তৃতা অনুষ্ঠান।
|
অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠান সম্পন্ন
|
https://www.newsnextone.com/print/2901
|
109
|
মোৰাঝাৰঃ ২০১৬ বৰ্ষৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছিল নোট বন্দীৰ৷ ঘোষণাৰ লগে লগে স্তদ্ধ হৈ পৰিছিল দেশ৷ ৫০০-১০০০ টকাৰ নোট বন্ধ কৰাৰ ফলত দেশত হাহকাৰ লাগিছিল৷ ৰোগী, লৰা-ছোৱালীৰ বিবাহৰ দিন থিক কৰা পৰিয়াল, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে ব্যাপক সমস্যাত পৰিছিল৷ ২০০০ টকাৰ বাবে দিনৰ দিনটো বেংকত লাইনৰ থিয় দিব লগা হয় হাজাৰ হাজাৰ লোকে৷ হোজাই জিলাৰ বিন্নাকান্দি ব্লক কংগ্ৰেছৰ উদ্যোগত কলা দিৱস পালন কৰে।
|
মোৰাঝাৰত কংগ্ৰেছৰ কলা দিৱস পালন
|
https://www.newsnextone.com/congress-black-day-murazar/#comments
|
110
|
ং কৃষ্টি প্ৰিয়া গগৈ 28 / 2018 আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাক আৰক্ষীৰ চমনৰ পাছত দেওবাৰে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হয়।
|
আৰক্ষীৰ চমন : আলফা নেতা মৃণাল হাজৰিকা পাণবজাৰ থানাত হাজিৰ
|
https://www.newsasn.com/index.php/node/2710
|
111
|
ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ৷ ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়া চহৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আৰু মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
|
ৰন্ধন গেছৰ মূল্য বৃদ্ধি, ৰঙিয়াত গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
|
https://www.newsnextone.com/rangia-protest-goriya-yuva-parishad-gas-price-in-crease
|
112
|
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক প্ৰায় ৪ লাখ ভোটৰ ব্যৱধানত পৰাজিত কৰি দ্বিতীয়বাৰলৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীয়ে নৰেন্দ্ৰ মোডীৰ দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত স্থান পোৱাতো প্ৰায় নিশ্চিত হৈছে।
|
মোদীৰ মন্ত্ৰী সভাত ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী
|
https://www.newsnextone.com/modi-parliament-db-mp-rameswar-teli/#comments
|
113
|
জিৎ তালুকদাৰ 05 / 2018 সুস্বাস্থ্য অবিহনে দেশৰ উন্নয়ণ সম্ভৱ নহয়।
|
নাগ্ৰীজুলিত আয়ুষ্মান ভাৰত অভিযান আঁচনিৰ শুভাৰম্ভ
|
https://www.newsasn.com/node/2213
|
114
|
কোকৰাঝাৰঃ এগৰাকী অসহায় মহিলাক তিনিদিন বন্ধ কোঠাত আৱদ্ধ কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ তাৰ মাজতে আৰক্ষীৰ জালত পৰে অভিযুক্ত কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত চেচাঁপানী গাঁও নিবাসী সৰপত আলি শ্বেখৰ পুত্ৰ ইনছাৰ আলি শ্বেখ৷ আৰক্ষীৰ আগত আদিবাসী জনগোষ্টীৰ মহিলা তথা মাগুৰমাৰী অঞ্চলৰ হাকুৰবাৰীৰ সাৰস লাক্ৰাক হত্যা কৰা বুলি স্বীকাৰ কৰে ইনছাৰে।
|
কোকৰাঝাৰত বন্ধ কোঠাত নিৰ্যাতন চলাই মহিলাক হত্যা, ২ মহিলা সহ আটক ৩
|
https://www.newsnextone.com/3-accused-arrested-at-kokrajhar/#comments
|
115
|
গোলকগঞ্জঃ ধুবুৰী জিলাৰ আগমণিত বিদ্যালয়ৰ শ্ৰেনী কোঠা নিৰ্মাণ আৰু গুণ উৎসৱকলৈ আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জিলা খনৰ আগমণি শিক্ষা খণ্ড অন্তৰ্গত মধ্য দফৰপুৰ এল পি স্কুলত অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণক লৈ আজি আলোচনা চলি থকৰা মাজতে প্ৰধান শিক্ষকে এগৰাকী জ্যেষ্ঠ নাগৰিকক দুৰ্ৱ্যৱহাৰ কৰাত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয়৷ বাক-বিতণ্ডাই হতা-হতিৰ ৰূপ লোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ সময়তে অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ ফলত বিদ্যালয় চৌহদত পাগলাহাট আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়।
|
স্কুললৈ আহিল এক গাড়ী আৰক্ষী
|
https://www.newsnextone.com/print/6083
|
116
|
কলিয়াবৰঃ কলিয়াবৰত গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈছে কোটি কোটি টকাৰ দুৰ্নীতি।
|
গ্ৰামোন্নয়ন বিভাগত কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ
|
https://www.newsnextone.com/corruption-of-jobcard-nagaon
|
117
|
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট ডিজিটেল ডেস্কঃ অসম আৰক্ষী আৰু চি আৰ পিএফৰ অভিযানত জালত পৰিল কে পি এল টিৰ লিংকমেন৷ পাহাৰীয়া জিলা কাৰ্বি আংলংত সোমবাৰে অসম আৰক্ষী আৰু চি আৰ পি এফৰ ২০নং বেটেলীয়ানৰ লগতে এছ টি এফে চলোৱা যুটীয়া অভিযানত জিলাখনৰ জমিদাৰ তেৰং গাঁৱৰ পৰা অস্ত্ৰ সহিতে আটক কৰিবলৈ সক্ষম হয় জোনা সিং ৰাঙপি আৰু মনজিৎ ভোমিজ নামৰ দুজন লোকক।
|
কাৰ্বি আংলঙত কে পি এল টিৰ সদস্য আটক
|
https://www.newsnextone.com/kplt-link-man-arrested-karbianglang/#comments
|
118
|
হায়দৰাবাদঃ হোৱাট্ছ এপ্ৰ জৰিয়তে বিবাহ বিচ্ছেদ হায়দাৰাবাদত৷ যিসময়তে সমগ্ৰ দেশতে তিনি তালাকে বিতৰ্কৰ সৃষ্টি কৰিছে সেই সময়তে এনে আজৱ ঘটনা সংঘটিত হৈছে হায়দাৰাবাদত৷ হায়দাৰাবাদৰ এটা পৰিয়ালৰ দুজন ভাতৃয়ে হোৱাটছ এপৰ জৰিয়তেই বিবাহ বিচ্ছেদ কৰিলে পত্নীৰ সৈতে৷ পৰিয়ালটোৰ জেষ্ঠ পুত্ৰ আমেৰিকা নিৱাসী ছঈদ ফইজুদ্দিনে হায়দাৰাবাদত থকা পত্নীক হোৱাটছ এপত 'তালাক' শব্দটো ৩ বাৰ লিখি পঠিয়ায়।
|
হোৱাটচ এপতে তালাক হায়দৰাবাদত
|
https://www.newsnextone.com/muslim-women-hyderabad-divorced-over-whatsapp-fighting-back/#comments
|
119
|
গজেন হাজৰিকা,নাৰায়ণপুৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰে পৰা এচাম অসাধু ব্যবসায়ীয়ে আবকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰীক 'মেনেজ' কৰি অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাৰ অহাৰ অভিযোগ উত্থাপন কৰিছে যুৱ-ছাত্র পৰিষদ আৰু অনুসূচিত জাতি ছাত্র সন্থাই৷ সংগঠন দুটাই আজি নাৰায়ণপুৰ নগৰৰ মাজ-মজিয়াত দাহ কৰিলে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিমূৰ্তি৷ উল্লেখযোগ্য যে, লখিমপুৰ জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাৰ পৰা সুলভ মূল্যত সুৰা ক্ৰয় কৰি অসাধু ব্যৱসায়ীসকলে অঞ্চলটোৰ চুকে-কোণে পাণ দোকান, ধাবা আদিত চুৰিকৈ মদৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছে।
|
নাৰায়ণপুৰত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিমূৰ্তি দাহ
|
https://janambhumi.in/VFdwUmVFOVVRVDA9/%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A7%9F%E0%A6%A3%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A6%AC%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AA%E0%A7%B0%E0%A6%BF%E0%A6%AE%E0%A6%B2-%E0%A6%B6%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%AC%E0%A7%88%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AE%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%A6%E0%A6%BE%E0%A6%B9.html
|
120
|
মৰিগাঁওঃ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে শুকুৰবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় ভোটাৰ দিৱস।
|
ভোটাৰ দিৱস উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত স্বচ্ছ ভাৰত অভিযান
|
https://www.newsnextone.com/morigaon-voter-day/#comments
|
121
|
১৪ দিনীয়া আত্মগোপনৰ অন্তত সোঁশৰীৰে দেখা দিলে আইকন কমাৰ্চ কলেজৰ নিলম্বিত সহযোগী অধ্যাপিকা পাপৰি বেনাৰ্জী।
|
হত্য-ধৰ্ষণৰ ভাবুকি পোৱাৰ বাবে আত্মগোপন কৰিছিলো
|
https://assam.nenow.in/papri-banerjee-has-come-out-of-hiding/
|
122
|
মৰিয়নীত অবৈধ কাঠৰ কুন্দাসহ ট্ৰেক্টৰ জব্দ ♦ মৰিয়নীঃ ধোদৰ আলিৰ খাটিচোনাত পাঁচটা নাহৰ গছৰ কুন্দাসহ পৰিত্যক্ত অৱস্থাত এখন নম্বৰ প্লেটবিহীন ট্ৰেক্টৰ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
|
নিশাৰ আন্ধাৰ গমগমীয়া... চোৰাং বেপাৰীৰ ৰং
|
https://www.newsnextone.com/mariani-log/#comments
|
123
|
মৃত্যুঞ্জয় দাস, সোণাৰি আহোম ৰাজত্ব কালৰ স্মৃতি বিজড়িত চৰাইদেউ মৈদামস্থলীত প্ৰশাসনৰ দুৰ্বল স্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু লোকে দীৰ্ঘ দিন ধৰি চলাই থকা বেদখলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে চাৰিটাকৈ জাতীয় সংগঠন।
|
চৰাইদেউ মৈদামস্থলীৰ বেদখল ২৪ ঘণ্টাৰ ভিতৰত উচ্ছেদ কৰিবলৈ দাবী
|
https://janambhumi.in/VFdwUk0wNTZVVDA9/%E0%A6%9A%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%A6%E0%A7%87%E0%A6%89-%E0%A6%AE%E0%A7%88%E0%A6%A6%E0%A6%BE%E0%A6%AE%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%AC%E0%A7%87%E0%A6%A6%E0%A6%96%E0%A6%B2-%E0%A7%A8%E0%A7%AA-%E0%A6%98%E0%A6%A3%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A7%B0-%E2%80%8C%E0%A6%AD%E0%A6%BF%E0%A6%A4%E0%A7%B0%E0%A6%A4-%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9B%E0%A7%87%E0%A6%A6-%E0%A6%95%E0%A7%B0%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80.html
|
124
|
তামুলপুৰঃ সমগ্ৰ ৰাজ্যৰ লগতে বাক্সা জিলাৰ নাগ্ৰীজুলিস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰতো মঙলবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উলহ মালহেৰে পালন কৰা হয়।
|
নাগ্ৰীজুলিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন
|
https://www.newsnextone.com/sankardev-tithi-at-nagrijuli
|
125
|
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বৃক্ষৰোপন, স্বচ্ছ অভিযানকে ধৰি সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰে।
|
গোৰেশ্বৰত বিশ্ব পৰিৱেশ দিৱস পালন
|
https://www.newsnextone.com/world-environment-day-at-goreswar/#comments
|
126
|
অৰুণাচল প্ৰদেশৰ মাটিত অসমে পথ নিৰ্মাণ কৰাৰ অভিযোগক লৈ অসম-অৰুণাচল প্ৰদেশ আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে।
|
পথ নিৰ্মাণক লৈ অসম-অৰুণাচল আন্ত:ৰাজ্যিক সীমান্তত উত্তেজনা
|
https://assam.nenow.in/%e0%a6%aa%e0%a6%a5-%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ae%e0%a6%be%e0%a6%a3%e0%a6%95-%e0%a6%b2%e0%a7%88-%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%85%e0%a7%b0%e0%a7%81%e0%a6%a3%e0%a6%be%e0%a6%9a/
|
127
|
বৰগোহাঁই 17 / 2020 নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰবল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে শনিবাৰে সোণোৱাল মন্ত্ৰীসভাত নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দুজন নতুন মন্ত্ৰীয়ে।
|
সোণোৱাল মন্ত্ৰীসভাত নতুন মন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব যোগেন মহন,সঞ্জয় কিষাণে
|
https://www.newsasn.com/index.php/node/10729
|
128
|
অভয়াপুৰীঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকালত পেট্ৰল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধি হোৱাৰ ফলত সৰ্বসাধাৰণ ৰাইজে মূৰে-কপালে হাত দিবলগীয়া হৈছে।
|
উত্তৰ শালমাৰাত আছুৱে দাহ কৰিলে পেট্ৰলিয়াম মন্ত্ৰীৰ পুত্তলিকা
|
https://www.newsnextone.com/uttar-salmara-aasu-protest/#comments
|
129
|
ধুবুৰীত অসমীয়া সাহিত্য- সংস্কৃতিৰ বিকৃত উপস্থাপনেৰে এখন গ্ৰন্থ প্ৰকাশক লৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া।
|
ধুবুৰীত অসমীয়া সাহিত্য- সংস্কৃতিৰ বিকৃতকৰণেৰে গ্ৰন্থ প্ৰকাশ কৰা লেখক
|
https://assam.nenow.in/%e0%a6%a7%e0%a7%81%e0%a6%ac%e0%a7%81%e0%a7%b0%e0%a7%80%e0%a6%a4-%e0%a6%85%e0%a6%b8%e0%a6%ae%e0%a7%80%e0%a7%9f%e0%a6%be-%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6%bf%e0%a6%a4%e0%a7%8d%e0%a6%af-%e0%a6%b8/
|
130
|
নতুন দিল্লীঃ আজি এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰা বিমান 191 এখনত বোমা সংস্থাপিত কৰা হৈছে বুলি খৱৰ পোৱাৰ পিচতেই নিউয়ৰ্ক অভিমুখী এই বিমানখন লণ্ডনত জৰুৰীভাবে অৱতৰন কৰোৱা হয়।
|
এয়াৰ ইন্ডিয়াৰ বিমানত "বোমাতঙ্ক"! লন্ডনত জৰুৰী অবতৰণ
|
https://www.newsnextone.com/bomb-threat-air-india-tweets-mumbai-newark-flight
|
131
|
ৰাজ্যত ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনসমূহ মৃত্যুমুখী হোৱা বুলি সঘনাই চৰ্চিত হৈ থকাৰ সময়তে আজি এই সেৱাৰ সৈতে নতুনকৈ সংযোজিত হৈছে ৭৫ খন নতুন মৃত্যুঞ্জয় এম্বুলেন্স আৰু এখন নৌকা মৃত্যুঞ্জয় এম্বুলেন্স।
|
স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ৭৫ খন ১০৮ এম্বুলেন্স আৰু এখন নৌকা এম্বুলেঞ্চ
|
https://assam.nenow.in/%e0%a6%b8%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%b8%e0%a7%8d%e0%a6%a5%e0%a7%8d%e0%a6%af%e0%a6%96%e0%a6%a3%e0%a7%8d%e0%a6%a1%e0%a6%a4-%e0%a6%b8%e0%a6%82%e0%a6%af%e0%a7%8b%e0%a6%9c%e0%a6%a8-%e0%a6%b9/
|
132
|
অৰুণাচল প্ৰদেশৰ ক্ৰীড়া ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন ঘটাই শীঘ্ৰে ৰাজ্যখনত চাৰিখনকৈ নতুন আউটড'ৰ ষ্টেডিয়াম নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাৰ পথত।
|
অৰুণাচল প্ৰদেশত শীঘ্ৰে মুকলি হ'ব ৪ খন নতুন ষ্টেডিয়াম
|
https://assam.nenow.in/%e0%a6%85%e0%a7%b0%e0%a7%81%e0%a6%a3%e0%a6%be%e0%a6%9a%e0%a6%b2-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a6%e0%a7%87%e0%a6%b6%e0%a6%a4-%e0%a6%b6%e0%a7%80%e0%a6%98%e0%a7%8d%e0%a7%b0%e0%a7%87-%e0%a6%ae/
|
133
|
জোনাইঃ ক্ৰমান্বয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিয়ে৷ নেৰানেপেৰা বৰষুণৰ ফলত পুনৰাই বানৰ কবলত পৰিছে ৰাজ্যৰ বহু অঞ্চল৷ পুনৰ ঘৰ-দুৱাৰ বুৰ যোৱাত হাহাকাৰ কৰিব লগা বহু লোক৷ শেহতীয়াকৈ জোনাই মহকুমাৰ শতাধিক গাঁও বানৰ কবলত পৰিছে।
|
জোনাইত বানত উটি গ'ল মাতৃ, ৭ বছৰীয়া পুত্ৰৰ মৃত্যু
|
https://www.newsnextone.com/one-died-one-missing-jonai-flood/#comments
|
134
|
ডিজিটেল ডেস্কঃ মনোজ মুকুন্দ নাৰাভানে, সেনাপ্ৰধান, ভাৰত।
|
দেশৰ নতুন সেনা প্ৰধান নাৰাভানেৰ বিষয়ে জানো আহক
|
https://www.newsnextone.com/know-about-lieutenant-general-manoj-mukund-naravane
|
135
|
ডিজিটেল ডেস্কঃ ফ্লৰিডা নিবাসী ১৪৫ কেজি ওজনৰ বেৰোনিকা পোজে নামৰ ৬৪ বছৰীয়া এগৰাকী মহিলাই শাস্তি হিচাপে নিজৰেই ৯ বছৰীয়া সম্বন্ধীয় ভনীয়েকৰ ওপৰত বহি দিয়ে।
|
শাস্তি দিবলৈ ১৪৫ কিলো ওজনৰ মহিলা বহিল ৯ বছৰীয়া শিশুৰ ওপৰত
|
https://www.newsnextone.com/sitting-on-child-news/#comments
|
136
|
শিৱসাগৰ জিলা কাৰাগাৰত আজি এগৰাকী কয়দী ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
শিৱসাগৰ জিলা কাৰাগাৰত কয়দীৰ মৃত্যু; হত্যাৰ অভিযোগ ভাতৃৰ
|
https://assam.nenow.in/inmate-of-sivasagar-district-jail-dies-brother-alleges-murder/
|
137
|
নলবাৰীঃ বিটিএডিৰ বাক্সা জিলাৰ কুমাৰিকাটাত দেওবাৰে ৰাষ্ট্ৰীয় কম্পিউটাৰ বটাঁ বিতৰণী সভা অনুষ্ঠিত হয়।
|
বাক্সাৰ কুমাৰিকাটাত অনুষ্ঠিত হ'ল ৰাষ্ট্ৰীয় কম্পিউটাৰ শিক্ষা বঁটা বিতৰণ সভা
|
https://www.newsnextone.com/meeting-computer-kumarikata
|
138
|
তেওঁ বৰ্তমানৰ আছুৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য্যৰ জ্যেষ্ঠ ভাতৃ।
|
আছুৰ প্ৰাক্তন সাংগঠনিক সম্পাদক গিৰীশ ভট্টাচাৰ্য্যৰ মৃত্যু
|
https://www.newsnextone.com/ex-aasu-leader-died-girish-bhatta
|
139
|
নতুন দিল্লীঃ কাশ্মীৰৰ এটা ক্ৰিকেট ক্লাবৰ সদস্যই পাকিস্তানৰ জাৰ্ছি পিন্ধি খেলপথাৰত নমাই নহয়, পাকিস্তানৰ ৰাষ্ট্ৰীয় সংগীত নেপথ্যত বাজি থকা ভিডিঅ' এটা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতেই কেউজন কাশ্মীৰী যুৱককে আটক কৰিছে আৰক্ষীয়ে।
|
পাকিস্তানৰ জাৰ্ছি পৰিধান কৰি ৰঙাঘৰত কাশ্মীৰৰ ক্ৰিকেটাৰ
|
https://www.newsnextone.com/kashimiri-cricket-players-detained-after-seen-wearing-pakistan-jersy-in-india
|
140
|
জাজৰিঃ অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা জাজৰি আঞ্চলিক শতদল বশাখাৰ ব্যৱস্থাপনাত সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰিছে।
|
জাজৰিত কলাগুৰু বিষ্ণুৰাভা দিৱসৰ ব্যাপক আয়োজন
|
https://www.newsnextone.com/jajari-bishnu-rabha/#comments
|
141
|
জ এ.এছ.এন. প্ৰতিনিধি 22 / 2019 কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ বাবে 'প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি' নামৰ এখন অভিলাষী আঁচনি গ্ৰহণ কৰিছে।
|
২৪ ফেব্ৰুৱাৰীত বঙাইগাঁৱত 'প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি' আঁচনিৰ উদ্বোধনী সভা
|
https://www.newsasn.com/index.php/node/5219
|
142
|
বঢ়মপুৰঃ ৰেলমন্ত্রী সলনি হলেও বিভাগটোত আহুকাল আঁতৰা নাই৷ কেবাটাও দুৰ্ঘটনাৰ পিছতে অপৰিস্কাৰ খাদ্য খাই ২৪জনকৈ লোক অসুস্থ হৈ পৰাৰ পিছত এইবাৰ ৰেল ষ্টেছনৰ টিকট কাউন্টাৰ বন্ধ হৈ থকাৰ দৰে ঘটনা সংঘটিত হৈছে৷ এইবাৰ ঘটনাৰ স্থান অসম৷ এই ঘটনা সংঘটিত হৈছে কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁঞৰ গৃহ জিলা নগাঁৱত৷ নগাঁও জিলাত নিশা কেবাটাও ৰেল ষ্টেছনৰ টিকট কাউন্টাৰ বন্ধ থকাৰ ফলত তথা বিভাগটোৰ একাংশ কৰ্মচাৰীৰ বাবে দেশে নিতৌ হেৰুৱাবলগীয়া হৈছে বৃহত পৰিমাণৰ ৰাজহ।
|
অফাৰ, ৰেল মন্ত্ৰীৰ গৃহ জিলা নগাঁৱত নিশাৰ যাত্ৰীয়ে কাটিব নালাগে টিকট
|
https://www.newsnextone.com/print/7573
|
143
|
গোৰেশ্বৰঃ নেচনেল ফ্ৰিডম ফাইটাৰ অব বড়োলেণ্ড নামৰ অজ্ঞাত সংগঠন এটাৰ সদস সদস্য বিগৰাই দৈমাৰী (১৮ ) আজি আজি বিয়লি আৰক্ষীৰ জালত পৰে।
|
গোৰেশ্বৰত পুনৰ আটক অজ্ঞাত সংগঠনৰ সদস্য
|
https://www.newsnextone.com/youth-arrested-goreswar/#comments
|
144
|
দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ চামতাৰ সমীপৰ নলনাত সোমবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
|
সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পথ দুৰ্ঘটনাত পতিত
|
https://www.newsnextone.com/bornarddi-accident-sarthebari/#comments
|
145
|
পাটাছাকুছিঃ 'প্ৰথমে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ হ'ব লাগিব।
|
প্ৰথমে NRC, তাৰ পাছতহে CAB... ক'লে পবিন্দ্ৰ ডেকাই
|
https://www.newsnextone.com/tb-pabindra-deka-cab-nrc
|
146
|
অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ ৪ ফেব্ৰুৱাৰিত সফল সামৰণি পৰে।
|
অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ সমাপ্তি; মাজুলীত হ'ব পৰৱৰ্তী অধিৱেশন
|
https://assam.nenow.in/asom-sahitya-sobha-next-conference-at-majuli/
|
147
|
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 পৰিবহন আইন উলংঘা কৰা সৰু-বৰ যান -বাহনে ভৰি পৰিল শিৱসাগৰৰ পৰিবহন কাৰ্য্যালয়ৰ চৌহদ 4 চৰাইদেউৰপৰা অভিজিৎ ভূঞাৰ ৰিপ'ৰ্ট : শক্তিমন্ত্ৰী তপন কুমাৰ গগৈৰ গৃহ জিলাত বিদ্যুৎপৃষ্ট হৈ এজন লোকে মৃত্যুক সাবতিব লগা ঘটনাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ জিলাখনত।
|
শক্তিমন্ত্ৰীৰ গৃহ জিলাত অঘটন, বিদ্যুৎপৃষ্ট হৈ মৃত্যু হ'ল এজনৰ
|
http://firstnewsreport.com/%e0%a6%b6%e0%a6%95%e0%a7%8d%e0%a6%a4%e0%a6%bf%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%97%e0%a7%83%e0%a6%b9-%e0%a6%9c%e0%a6%bf%e0%a6%b2%e0%a6%be%e0%a6%a4/
|
148
|
তেজপুৰঃ হিমন্ত বিশ্ব শৰ্মা বিজেপিত কোনো ফেক্টৰ নহয়।
|
বিজেপিত হিমন্ত বিশ্ব ফেক্টৰ নহয়ঃ ৰাম প্ৰসাদ শৰ্মা
|
https://www.newsnextone.com/tezpur-ram-himanta
|
149
|
বাইহাটা চাৰিআলিঃ মাতৃ-কন্যা কলৈ গ'ল৷ চাংসাৰিত এতিয়া এই প্ৰশ্ন সকলোৰে মুখে মুখে৷ কামৰূপ জিলাৰ চাংসাৰিৰ কন্যা সন্তান সহ এগৰাকী বিবাহিত মহিলা যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত বোনমাজা গাঁৱৰ মনোৰঞ্জন কলিতাৰ পত্নী তথা দুই সন্তানৰ মাতৃ মঞ্জুলা কলিতা চাৰিবছৰীয়া কন্যা সন্তান সহ যোৱা ২২ অক্টোবৰৰ পৰা নিৰুদ্দেশ হয়৷ মহিলাগৰাকীৰ স্বামীয়ে ইতিমধ্যে পত্নী নিৰুদ্দেশ সন্দৰ্ভত চাংসাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
|
কলৈ গ'ল চাংসাৰিৰ মাতৃ-কন্যা
|
https://www.newsnextone.com/kids-mother-missing-changsari/#comments
|
150
|
ডিজিটেল ডেস্কঃ ৰজনীকান্তে কৰিব নোৱৰা একো কামেই নাই।
|
ছুপাৰষ্টাৰ ৰজনীকান্ত হ'ব পৰৱৰ্তী ৰাষ্ট্ৰপতি
|
https://www.newsnextone.com/speculations-over-rajnikanat-to-be-next-president-of-india/#comments
|
151
|
তেজপুৰঃ ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ বাবে শুকুৰবাৰে প্ৰথমখন মনোনয়ন পত্ৰ দাখিল কৰে নিৰ্দলীয় প্ৰাৰ্থী জিয়াবুৰ ৰহমানে।
|
জিয়াবুৰ ৰহমানৰ মনোনয়ন দাখিল
|
https://www.newsnextone.com/tezpur-loksabha-jiyayur-rahman
|
152
|
মঙলদৈঃ আজি সুধাকণ্ঠৰ জন্মদিন৷ গানৰ মাজেৰে হৃদয়ৰ পৰশ বিলোৱা সুধাকণ্ঠই আজিৰ এই দিনটোতে ১৯২৬ চনত জন্মগ্ৰহণ কৰিছিল৷ হেজাৰ গানৰ মাজেৰে নিজকে মানুহৰ মাজত বিলাই দিয়া সুধাকণ্ঠক সুঁৱৰি আজিৰ এই দিনটোত তেওঁৰ নামত পালন কৰা হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ভূপেন হাজৰিকাৰ জন্মদিন পালন কৰাৰ লগতে মঙলদৈতো সুধাকণ্ঠৰ জন্মদিনটোৰ লগত সংগতি ৰাখি আজি ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়৷ ড০ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যেগত স্থাপন কৰা প্ৰতিমূৰ্তিটো উন্মোচন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যেতি দাসে।
|
মঙলদৈত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন
|
https://www.newsnextone.com/statue-of-bhupen-hazarika-mangaldoi-darang
|
153
|
তেজপুৰঃ মন্ত্ৰী পল্লৱলোচন দাস ৰ ৰঙাপৰা সমষ্টিত অনুষ্ঠিত হোৱা সমবায় সমিতি লিমিটেডৰ নিৰ্বাচনত এইবাৰ বিজেপি দলে মুখথেকেচা খাই কংগ্ৰেছ দলে জয় হবলৈ সক্ষম হয়।
|
ৰঙাপাৰত সমবায় সমতি নিৰ্বাচনত বিজেপিৰ মুখথেকেচা
|
https://www.newsnextone.com/rangapara-bjp-overcome-election
|
154
|
কাজিৰঙাঃ কাজিৰঙাত মৃত্যু হৈছে এটা বনৰজাৰ।
|
কাজিৰঙাত প্ৰকাণ্ড ঢেকীয়াপতীয়াৰ মৃত্যু
|
https://www.newsnextone.com/kaziranga-tiger-dead/#comments
|
155
|
ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰয়ায়ৰ ক্ৰীড়া সংগঠকসকলৰ সোঁৱৰণত অহা ১৮-২৩ জানুৱাৰীত ডিব্ৰুগড় জিলাৰ চাবুৱাত অনুষ্ঠিত হ'ব সদৌ অসম আন্তঃ একাডেমী ১৩ বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা আৰু শিশু ফুটবল সমাৰোহ।
|
চাবুৱাত অনুষ্ঠিত হ'ব ১৩ বছৰ অনুৰ্ধৰ ফুটবল প্ৰতিযোগিতা
|
https://www.newsnextone.com/print/10377
|
156
|
নলবাৰীঃ নলবাৰীত ছাত্ৰ নেতাৰ মৃত্যু৷ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক, অসম উন্নতি সভাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, সম্পাদক অমিয় বৰ্মনৰ দেহাৱসান।
|
ছাত্ৰ নেতা অমিয় বৰ্মনৰ দেহাৱসান
|
https://www.newsnextone.com/nalbari-assu-leader-death
|
157
|
যোৱা ৪ জুলাইৰ দিনা অসমৰ পৰা মক্কালৈ যোৱা হজযাত্ৰীসকলৰ মাজৰ এজন যাত্ৰীয়ে আজি পুৱাৰ ভাগত মৃত্যুক সাবটি লয়।
|
মক্কাত মৃত্যু অসমৰ হজযাত্ৰীৰ; আন এজনক হাস্পতালত ভৰ্তি
|
https://assam.nenow.in/haj-pilgrim-from-assam-dies-in-mokka/
|
158
|
ফখৰুল ইছলাম, খাৰুপেটীয়াঃ ভোট গ্ৰহণ কেন্দ্ৰত ৰিগিং কৰাৰ বাতৰি পৰিৱেশন কৰাৰ বাবে মুকালমুৱাত সাংবাদিক ৰাজেন ডেকাক দলবদ্ধভাৱে হত্যাৰ চেষ্টা কৰা কাৰ্যক দৰঙৰ খাৰুপেটীয়া প্ৰেছ ক্লাব আৰু দলগাঁও প্ৰেছ ক্লাবে গৰিহণা দিয়ে।
|
সাংবাদিকক আক্ৰমণৰ ঘটনাক গৰিহণা, দোষীক শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহাৰ দাবী
|
https://www.newsnextone.com/kjarupetia-jarno-attacked-condenm/#comments
|
159
|
বৰগোহাঁই 25 / 2019 নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে ২৭ জানুৱাৰীত গ্ৰহণ কৰিবলগা পথ অৱৰোধ আৰু ৰে'ল অৱৰোধ কাৰ্যসূচী বাতিল।
|
২৭ জানুৱাৰীৰ অৱৰোধ কাৰ্যসূচী বাতিল ৭০ সংগঠনৰ
|
https://www.newsasn.com/node/4515
|
160
|
গুৱাহাটীঃ জাতি-মাটি-ভেটি ৰক্ষা কৰাৰ চৰকাৰৰ বিদেশী বিতৰণৰ ক্ষেত্ৰত যে কোনো গুৰুত্ব নাই সেই কথা অৱশেষত দেশৰ উচ্চতম ন্যায়ালয়ৰ আগত শপতনামযোগে অৱগত কৰিলে ৰাজ্য মুখ্যসচিবে।
|
উচ্চতম ন্যায়ালয়ত সোণোৱাল চৰকাৰৰ ব্যৰ্থতা স্বৰূপ উদঙালে ৰাজ্য মুখ্য সচিবে
|
https://www.newsnextone.com/delhi-supreme-court/#comments
|
161
|
তুলসীবাৰীঃ ৰঙিয়াৰ সমীপৰ খন্দিকৰস্থিত নলিনীবালা দেৱী হাইস্কুলৰ খেল পথাৰত বৈৰাথী ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈ থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বুধবাৰে অনুষ্ঠিত উত্তেজনাময় মেচত বৰমা উদাংশ্ৰী ক্লাবে ধূপধৰা এফ চিক ৩-১ গলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে।
|
বৈৰাথী ক্লাবৰ ফুটবল, ছেমিফাইনেলত বৰমা উদাংশ্ৰী ক্লাব
|
https://www.newsnextone.com/football-tulsibar-barama-semifinal
|
162
|
গুৱাহাটীঃ উত্তৰ পূৱ ভাৰতৰ চুটি ছবি আন্দোলনৰ বাটকটীয়া 'আড্ডা'ই অনুষ্ঠিত কৰি অহা "আড্ডা চুটি ছবি মহোৎসৱে" এইবাৰ চতুৰ্দশ বৰ্ষ উদযাপনৰ দুৱাৰদলিত উপনীত হৈছে।
|
আড্ডা চুটি ছবি মহোৎসৱৰ প্ৰস্তুতি
|
https://www.newsnextone.com/adda-short-film-festival/#comments
|
163
|
চৰাইদেউঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ আজি ৬৭ সংখ্যক জন্মদিন।
|
চৰাইদেউত নৰেন্দ্ৰ মোডীৰ জন্মদিন পালন
|
https://www.newsnextone.com/birth-day-celebration-pm
|
164
|
জ এ.এছ.এন. প্ৰতিনিধি / 2018 কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে অসম গণ পৰিষদৰে গঠিত তেতেলিসৰা গাঁও পঞ্চায়তৰ সভাপতি তথা পঞ্চায়তখনৰ মুৰবীসকলৰ বিৰুদ্ধে এই প্ৰতিবাদ।
|
কামপুৰৰ তেতেলিসৰা পঞ্চায়ত নিৰ্বাচনৰ ৬দিন ধৰি ভোট বৰ্জনৰ প্ৰতিবাদ
|
https://www.newsasn.com/index.php/node/3284
|
165
|
কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে পুৱা এটা প্ৰকাণ্ড গঁড়ৰ আক্ৰমণত এজন বন সুৰক্ষাকৰ্মী গুৰুতৰভাৱে আহত হয়।
|
কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত বন সুৰক্ষাকৰ্মী
|
https://www.newsnextone.com/kaziranga-rhino-attacks%20man/#comments
|
166
|
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২৫ বছৰৰ মূৰকত পুনৰ একেলগ হৈছে ৰূপালী পর্দাৰ অন্যতম সফল যুটি অনিল কাপুৰ আৰু মাধুৰী দীক্ষিত।
|
২৫ বছৰৰ অন্তত যুটি বান্ধিছে লখন-ৰাধাই
|
https://www.newsnextone.com/after-25-year-anil-madhuri-see-in-movie
|
167
|
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 3 4 ষ্টাফ ৰিপোৰ্টাৰ,,,,।
|
ৰেছপেক্ট ৱমেনহুডঃ'অনুষ্ঠান
|
http://firstnewsreport.com/%e0%a7%b0%e0%a7%87%e0%a6%9b%e0%a6%aa%e0%a7%87%e0%a6%95%e0%a7%8d%e0%a6%9f-%e0%a7%b1%e0%a6%ae%e0%a7%87%e0%a6%a8%e0%a6%b9%e0%a7%81%e0%a6%a1%e0%a6%83%e0%a6%85%e0%a6%a8%e0%a7%81%e0%a6%b7%e0%a7%8d/
|
168
|
তামুলপুৰঃ তামুলপুৰৰ ডিমিলাপাৰত বিনয় চন্দ (৩৭) নামৰ ব্যক্তি এজনৰ আত্মহত্যাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ বিদেশী ন্যায়াধিকৰণ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে হতাশাগ্ৰস্ত হৈ যুৱকজনে আত্মহত্যাৰ পথ বাচি লোৱা বুলি পৰিয়ালৰ লোকে সন্দেহ প্ৰকাশ কৰিছে।
|
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে তামুলপুৰত যুৱকৰ আত্মহত্যা
|
https://www.newsnextone.com/man-suicide-tamulpur
|
169
|
শিৱসাগৰঃ শিৱসাগৰ জিলাত পুনৰ সংঘটিত হয় এক দূৰ্ঘটনা৷ এটাৰ পিছত এটাকৈ ভয়ংকৰ বাহন দূৰ্ঘটনা ঘটিবলৈ লৈছে শিৱসাগৰত৷ নামতিপুলত খুন্দা মাৰি চিটিকি পৰিল বাহন সহ এজন চালক আৰু যাত্ৰী৷ কিন্তু স্থানীয় ৰাইজৰ বাবে ৰক্ষা পৰিল দুয়োজনলোক৷ তীব্ৰ বেগী টাটা নেক্সা এখন বাহনে নামতিপুলত খুন্দা মাৰি বাগৰি পৰে নামতি নদীত।
|
শিৱসাগৰ জিলাৰ ঐতিহাসিক নামতি পুলত মাজনিশা ভয়ংকৰ পথ দূৰ্ঘটনা
|
https://www.newsnextone.com/sivsagar-road-accident-in-namti-river
|
170
|
গুৱাহাটীঃ অসম আন্দোলনৰ অন্যতম নেতা তথা বৰ্তমানৰ অসমৰ বিজেপি চৰকাৰৰ এগৰাকী বিধায়ক অতুল বৰাৰ পিছত এইবাৰ জাতীয়তাবাদী শিৱিৰৰ পৰা বিজেপিলৈ গৈ বিধায়ক হোৱা পদ্ম হাজৰিকাই প্ৰস্তাবিত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিলে৷ আজি নাগশংকৰত অনুষ্ঠিত হোৱা এখন দলীয় সভাত ভাষণ প্ৰংগত জাতীয়তাবাদী শিবিৰৰ এসমময়ৰ প্ৰভাবশালী নেতা পদ্ম হাজৰিকাই নিজৰ আবেগ ধৰি ৰাখিব নোৱাৰিলে আৰু কৈ পেলালে মনৰ কথা।
|
অতুল বৰাৰ পিছত জাতিৰ পক্ষত থিয় দিলে আন এগৰাকী বিজেপি বিধায়ক পদ্ম হাজৰিকাই
|
https://www.newsnextone.com/bjp-mla-padma-hazarika-against-amendment-bill/#comments
|
171
|
কামপুৰঃ নগাঁও জিলাৰ ধিং আৰক্ষীয়ে শনিবাৰে নিশা কচুৱাৰ ৰাঙলু বস্তিত অভিযান চলাই অস্ত সহ ডকাইত আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ অভিযানত এটা হাতে হস্ত নিৰ্মিক বন্দুক, এক জাঁই গুলী সহ হনুফা নামৰ ডকাইত জন আৰক্ষীৰ জালত পৰে৷ বহুকেইটা ডকাইতি কাণ্ডৰ সৈতে জড়িত থকা হনুফাৰযক বিছাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল৷ হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ আছে হনুফাৰ বিৰুদ্ধে।
|
শহুৰৰ ঘৰত হনুফা, মাজ নিশা পৰিল জালত
|
https://www.newsnextone.com/docait-arrested-dhing/#comments
|
172
|
বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
|
মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ
|
https://neindianews.com/%e0%a6%ae%e0%a6%be%e0%a7%b0%e0%a7%8d%e0%a6%98%e0%a7%87%e0%a7%b0%e0%a6%bf%e0%a6%9f%e0%a6%be%e0%a6%a4-%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%9c%e0%a6%be%e0%a6%a4%e0%a7%80%e0%a7%9f%e0%a6%a4%e0%a6%be-2/
|
173
|
ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী।
|
পানীতোলাত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে ৰে'লপথ অৱৰোধ যুৱ-ছাত্ৰ পৰিষদৰ
|
https://www.newsnextone.com/dibrughar-rail-protest-7-2
|
174
|
িন্স তৌফিকুৰ ৰাজা, ৰঙিয়া 22 / 2018 ৰঙিয়াৰ বৰদলত ৰাইজে খেদি খেদি ধৰিলে ৰঞ্জন দৈমাৰী গোটৰ আলোচনাপন্থী দুই এনডিএফবিৰ সদস্যক।
|
ৰঙিয়াত ধন দাবী কৰিবলৈ অহা দুই এনডিএফবিৰ সদস্যক কৰায়ত্ত
|
https://www.newsasn.com/index.php/node/2541
|
175
|
কামপুৰঃ ৰোগীয়া দেহেৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল ডিমাচা ৰজাই৷ ৰজা তুলাৰাম সেনাপতিৰ পঞ্চম জন পু-নাতি ৰজা ধৰ্মেশ্বৰ কোঁৱৰ ৰোগীয়া দেহেৰে হাতত লাখুটি লৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাইবংৰ ঘটনাৰ বাবে ক্ষমা খোজাৰ দাবী জনায়৷ ৰাজ্যত মাইবং কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে ডিমাচা ৰজাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷ বিগত ২৫ জানুৱাৰীত মাইবঙত ডিমা হাচাও জিলাক নাগালিমত অন্তৰ্ভুক্তি কৰিব বিচৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ দুজনকৈ ডিমাচা যুৱকৰ প্ৰাণ যোৱা ঘটনাৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ নগাঁও জিলাৰ কপিলীপৰীয়া ডিমাচা সমাজে মঙলবাৰে কামপুৰত প্ৰতিবাদ সাব্যস্ত কৰে।
|
৯০ বছৰীয়া ৰোগীয়া ডিমাচা ৰজাৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজক ডিমাচাৰ ওচৰত
|
https://www.newsnextone.com/protest-dimasa-king-kampur/#comments
|
176
|
শোণিতপুৰ জিলা শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ গভীৰ শোক বিহালীঃ ২৭ বছৰ বিনা বেতনেৰে শিক্ষকতা কৰি অহা গহপুৰ মহকুমাৰ এগৰাকী দুৰ্ভগীয়া শিক্ষকৰ ৫ মাৰ্চৰ দুপৰীয়া আকস্মিকভাৱে হোৱা মৃত্যুৱে মৰ্মাহত কৰি তুলিছে শিক্ষকসমাজক।
|
বিনা বেতনেৰে গহপুৰত শিক্ষকৰ কৰুণ মৃত্যু
|
https://www.newsnextone.com/bihali-teacher-dead
|
177
|
কামপুৰঃ খাদ্য সুৰক্ষা আঁচনিৰ ভূৱা ৰেচন কাৰ্ডৰে লুণ্ঠন চলাইছে কঠীয়াতলী সমবায় সমিতিৰ একাংশ সূলভ মূল্যৰ দোকানীয়ে।
|
ভূৱা ৰেচন কাৰ্ডক লৈ নগাঁও কঠীয়াতলী সমবায় সমিতিত উত্তেজনা
|
https://www.newsnextone.com/samabai-samiti-kampur-situation/#comments
|
178
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা নগাঁও জিলাৰ বটদ্ৰবা বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ হাতীচোং পঞ্চায়তৰ সোণাৰি গাঁৱৰ এজন ছাত্ৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।
|
নগাঁৱৰ হাতীচোঙত জাপানীজ এনকেফেলাইটিছত ছাত্ৰ আক্ৰান্ত
|
https://www.newsasn.com/node/8990
|
179
|
মঙলদৈঃ উচ্ছেদ, নাগালিম চুক্তি, এনআৰচিয়ে ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে সংঘৰ্ষত নিহত হ'ল আলফাৰ এগৰাকী শীৰ্ষ নেতা৷ পৰেশ পন্থী আলফাৰ নামনি অসমৰ অন্যতম নেতা আলফাৰ দৰং-ওদালগুৰিৰ চাৰ্জেন্ট মেজৰ ৰাজেন ডেকা সেনা-আৰক্ষীৰ গুলীত নিহত হয়৷ দৰং জিলাৰ বালিপোতাৰ আলফা নেতাগৰাকীক বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাৰ ছৈবাৰীৰ খৈৰাপাৰা গাঁৱত সেনাৰ গুলীত নিহত হয়।
|
সেনা-আৰক্ষীৰে সংঘৰ্ষ, পৰেশ পন্থী আলফাৰ চাৰ্জেন্ট মেজৰ ৰাজেনৰ মৃত্যু
|
https://www.newsnextone.com/print/9171
|
180
|
ৰঙিয়াঃ একো একোটা অঞ্চলৰ উন্নয়ন হ'ব লাগিলে অঞ্চলটোৰ যাতায়াত ব্যৱস্থা অধিক সূচল হ'ব লাগিব।
|
ৰঙিয়াত দলঙৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশৰ
|
https://www.newsnextone.com/foundation-lay-out-at-jayantipur/#comments
|
181
|
জ এ.এছ.এন. প্ৰতিনিধি 02 / 2018 শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ৭নং ৱাৰ্ডত আজি বিয়লি জেনেৰেটৰৰ পৰা বিদ্যুৎ প্ৰৱাহিত হৈ এজন ব্যক্তিৰ শোকাৱহভাৱে মৃত্যু হয়।
|
আমগুৰিত জেনেৰেটৰৰ পৰা বিদ্যুৎ প্ৰৱাহিত হৈ এজনৰ মৃত্যু
|
https://www.newsasn.com/node/553
|
182
|
ভাৰতৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকালৈ আগবঢ়োৱা হৈছে ২০১৮ ৰ 'বছৰটোৰ ক্ৰীড়াবিদ বঁটা।
|
উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকালৈ ২০১৮ ৰ 'বছৰটোৰ ক্ৰীড়াবিদ বঁটা
|
https://assam.nenow.in/sportsperson-of-2018-for-shooter-hriday-hazarika/
|
183
|
ডিব্ৰুগড়ঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাবে পৰিচিত সংবাদ কৰ্মীক এ আই ইউ ডি এফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে অভব্য আচৰণ কৰাত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
|
সাংবাদিকক অপদস্থ কৰা আজমলক ধিক্কাৰ মটক যুৱ-ছাত্ৰ সন্মিলনৰ
|
https://www.newsnextone.com/print/17359
|
184
|
ডিজিটেল ডেস্কঃ দুই মহৰ যুঁজত বিৰিণাৰ মৰণ ঘটাৰ লেখীয়া গৃহযুদ্ধৰে জৰ্জৰিত মধ্যপ্ৰাচ্যৰ দেশ ছিৰিয়াত এইবাৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠাৰ সম্ভাৱনা প্ৰকট।
|
ছিৰিয়াত আমেৰিকাৰ আক্ৰমণঃ ৰাছিয়াই সকিয়ালে, ভুঞ্জিব লাগিব ফল
|
https://www.newsnextone.com/russsia-warns-us-of-consequesnces-of-strikes-at-syria-today
|
185
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 তপন বৰগোহাঁই ৰাজ্যৰ চৰকাৰীৰ মহাবিদ্যালয়সমূহৰ পৰ্যাপ্ত আন্তগাঁথনি উন্নত কৰাৰ লগতে মহাবিদ্যালয়সমুহৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ দাবীত আজি কাহিলিপাৰাস্থিত উচ্চশিক্ষাৰ সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও কৰে এছ এফ আইৰ অসম ৰাজ্যিক কমিটীয়ে।
|
উচ্চশিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয় ঘেৰাও এছ এফ আইৰ
|
https://www.newsasn.com/node/8111
|
186
|
জ এ.এছ.এন. প্ৰতিনিধি 29 / 2018 ধুহি চ'ক বজাৰ আৰু বাৰাংহাটী সংযোগী পথটি জৰাজীৰ্ণ হৈ থকাৰ ফলত বৃহত্তৰ ধুহি অঞ্চলৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা সৰ্বসাধাৰণ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে।
|
ধুহিত পথ মেৰামতিৰ দাবীত আছুৰ পথ অৱৰোধ
|
https://www.newsasn.com/node/1215
|
187
|
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 4।খোৱাং, ১৮ জুনঃ অইল ইণ্ডিয়াৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ ১০ টা জাতি-জনগোষ্ঠীয় সংগঠনে আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে।
|
অইল ইণ্ডিয়াৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ ডিব্ৰুগড় জিলাৰ ১০ টা জাতীয় সংগঠনৰ
|
http://firstnewsreport.com/%e0%a6%85%e0%a6%87%e0%a6%b2-%e0%a6%87%e0%a6%a3%e0%a7%8d%e0%a6%a1%e0%a6%bf%e0%a7%9f%e0%a6%be%e0%a7%b0-%e0%a6%ac%e0%a6%bf%e0%a7%b0%e0%a7%81%e0%a6%a6%e0%a7%8d%e0%a6%a7%e0%a7%87-%e0%a6%86%e0%a6%a8/
|
188
|
সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নী জংচনৰ কাষতে লাগি থকা ৰে'ল ডিজেল ষ্টেটতৰ বাবে তৈয়াৰ কৰা গৃহ এটাত বৰ্তমান তিতাবৰ মহকুমাৰ বিভিন্ন স্থানত নিয়োজিত হৈ থকা অতিৰিক্ত জোৱানসকল থকা গৃহটোত এডাল প্ৰাপ্তবয়স্ক কেকো সাপ জোৱানসকলে প্ৰত্যক্ষ কৰাত ৰে'ল বিভাগক খবৰ দিয়ে৷ পৰৱৰ্তী সময়ত তাত মৰিয়নী আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত হয়।
|
মৰিয়নীৰ ৰে'ল বিভাগৰ ডিজেল ষ্টেটত উদ্ধাৰ হ'ল এটা দুষ্পাপ্য কেকো সাপ
|
https://www.newsnextone.com/mariani-keko-rescued
|
189
|
নতুন দিল্লীঃ উচ্চ ন্যায়ালয়ে আজি চাৰিজনকৈ ন্যায়াধীশক নিযুক্তি দিয়া হয়৷ কলেজিয়ামৰ বাছনি অনুসৰি চৰকাৰে শীৰ্ষ আদালতত ক্ৰমে হেমন্ত গুপ্তা, অজয় ৰস্তোগী, এম আৰ শ্বাহ আৰু সুভাষ ৰেড্ডীক ন্যায়াধীশৰ পদত নিযুক্তি দিয়ে৷ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ মুঠ পদৰ সংখ্যা ৩১ টা।
|
উচ্চতম ন্যায়ালয়ত চাৰি ন্যায়াধীশৰ নিযুক্তি
|
https://www.newsnextone.com/judge-appointment/#comments
|
190
|
ঐতিহাসিক অসম চুক্তিৰ অধীনত প্ৰতিষ্ঠা হোৱা তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পূৰ্ণাংগ অসমীয়া বিভাগ এটা প্ৰৱৰ্তন কৰিবৰ বাবে অসম সাহিত্য সভাই দীৰ্ঘদিন ধৰি জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ বিশ্ববিদ্যালয় অনুদান আয়োগে(ইউ জি চি)য়ে এই বিষয়ত অনুমোদন জনাইছে।
|
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আৰম্ভ হব অসমীয়া বিভাগ
|
https://assam.nenow.in/tezpur-central-university-is-going-to-open-assamese-department-from-next-educational-year/
|
191
|
গৌৰিসাগৰঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াক দেওবাৰে ৰাজ্যজুৰি কংগ্ৰেছে স্মৰণ কৰে৷ দুবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল, চৈয়দা আনোৱাৰা টাইমূৰ আৰু কেশৱ চন্দ্ৰ গগৈৰ মন্ত্ৰীসভাত শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা শইকীয়াই ১৯৩৪ চনৰ ৩ অক্টোবৰত শিৱসাগৰ জিলাৰ সাপেখাতিত জন্ম গ্ৰহণ কৰিছিল।
|
প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াক ৰাজ্যজুৰি স্মৰণ
|
https://www.newsnextone.com/hiteswar-saikia-death-anniversary/#comments
|
192
|
কানবেৰাঃ বিশ্বৰ ধনিক শ্ৰেণীৰ প্ৰিয় দেশ হৈছে অষ্ট্ৰেলিয়া।
|
মিলিয়নাৰৰ প্ৰিয় দেশ অষ্ট্ৰেলিয়া
|
https://www.newsnextone.com/australia-preferable-country-in-the-world-asia-millionaire
|
193
|
গোৰেশ্বৰঃ নিখিল ভাৰত কৃষক সভাই বাক্সা জিলাৰ গোৰেশ্বৰত সোমবাৰে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে, গণতন্ত্র ৰক্ষাৰ দাবীত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো জোঁৰ সমদল উলিযায়৷ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগতো সন্ধিয়া জোঁৰ সমদল উলিওৱা হয়।
|
গোৰেশ্বৰত জোঁৰ সমদল, কৃষকৰ বাবে নহয় ধনীৰ বাবে কাম কৰিছে চৰকাৰে
|
https://www.newsnextone.com/rally-for-peace-goreswar
|
194
|
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা ৰ চলিত বৰ্ষৰ গণিত আৰু ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত গোৱালপাৰাত ফাদিল হোৱা বুলি ৰাজহুৱা অভিযোগ উঠিছে।
|
প্ৰশ্নকাকত ফাদিল সম্পৰ্কত শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিবক ছাত্ৰ সন্থাৰ সাক্ষাৎ
|
https://assam.nenow.in/%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%b6%e0%a7%8d%e0%a6%a8%e0%a6%95%e0%a6%be%e0%a6%95%e0%a6%a4-%e0%a6%ab%e0%a6%be%e0%a6%a6%e0%a6%bf%e0%a6%b2-%e0%a6%b8%e0%a6%ae%e0%a7%8d%e0%a6%aa%e0%a7%b0%e0%a7%8d%e0%a6%95/
|
195
|
বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে ইচ্ছা গ'লেই আহে আৰু ইচ্ছ নগ'লেই নাহে।
|
ৰাণীৰ এখন আজৱ বিদ্যালয়
|
https://www.newsnextone.com/print/860
|
196
|
ডিজিটেল ডেস্কঃ এসময়ত লালুপ্ৰসাদ যাদৱৰ দম্ভালি আছিল যে চামোচাত আলু থকালৈ বিহাৰত লালু থাকিব।
|
লালুক নীতিশৰ ক্ষমা প্ৰাৰ্থনা
|
https://www.newsnextone.com/forgive-me-nitish-phoned-lalu
|
197
|
দীপৰঞ্জন চমুৱা,ঢকুৱাখনা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰিলে ঢকুৱাখনা আঞ্চলিক ছাত্র সন্থাই।
|
ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল ঢকুৱাখনা
|
https://janambhumi.in/VFdwRk1rNXFXVDA9/%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%A6%E0%A6%A4-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A6%B2-%E0%A6%A2%E0%A6%95%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A6%96%E0%A6%A8%E0%A6%BE.html
|
198
|
ৱৰ্ল্ড কাপ ২০১৯ৰ ছেমিফাইনেলত পৰাজয়ৰ পিছত এতিয়া ইণ্ডিয়াৰ অপ্পোই এৰিব সংগ।
|
ৱৰ্ল্ড কাপত পৰাজয়ৰ ছাইড এফেক্ট! টীম ইণ্ডিয়াৰ সংগ এৰাৰ বাবে সাজু হৈছে
|
http://www.newsassam24.com/sports/%e0%a7%b1%e0%a7%b0%e0%a7%8d%e0%a6%b2%e0%a7%8d%e0%a6%a1-%e0%a6%95%e0%a6%be%e0%a6%aa%e0%a6%a4-%e0%a6%aa%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%9f%e0%a7%b0-%e0%a6%9b%e0%a6%be%e0%a6%87%e0%a6%a1-%e0%a6%8f/
|
199
|
ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ জাৰকোনাত স্থানীয় জংগল ক্লাবৰ উদ্যোগত অনুষ্ঠিত কালিৰাম বড়ো আৰু ফাগুনী বড়ো সোঁৱৰণী প্ৰাইজমানি ফুটবলত মধুকুছি সংঘই জে জে ক্লাবক ৩-২ গলত পৰাস্ত কৰি চুড়ান্ত বিজয়ী হয়৷ জেওবাৰে চুড়ান্ত খেল খন উদ্বোধন কৰে বিটিএডিৰ ই এম মহেশ্বৰ বসুমতাৰীয়ে৷ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে মধুকুছি দলৰ চানচুমা বড়ো আৰু প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে জে জে চিৰ আকাশ বড়োৱে।
|
জাৰকোনা ফুটবলত মধুকুছি চেম্পিয়ন
|
https://www.newsnextone.com/jarkuna-football-madhkuchi-champion
|
200
|
অইন বাৰৰ দৰেই আজিও শিৱৰাত্ৰি উপলক্ষে বহুসংখ্যক ভক্তই গুৱাহাটীৰ বশিষ্ঠত থকা শিৱ মন্দিৰত পুৱাৰে পৰা পূজা আগবঢ়াই।
|
শিৱৰাত্ৰি উপলক্ষে অগণন ভক্তৰ ভিৰ গুৱাহাটীৰ বশিষ্ঠাশ্ৰমৰ শিৱ মন্দিৰত
|
https://assam.nenow.in/%e0%a6%b6%e0%a6%bf%e0%a7%b1%e0%a7%b0%e0%a6%be%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a6%bf-%e0%a6%89%e0%a6%aa%e0%a6%b2%e0%a6%95%e0%a7%8d%e0%a6%b7%e0%a7%87-%e0%a6%ad%e0%a6%95%e0%a7%8d%e0%a6%a4%e0%a6%87/
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.