id
stringlengths 1
5
| input
stringlengths 23
780
| target
stringlengths 21
203
| url
stringlengths 28
1.06k
|
---|---|---|---|
401
|
তেজপুৰঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তেজপুৰৰ শিল্পী, সাহিত্যিক, কবি আৰু অধিবক্তাসকল।
|
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ওলাই আহিল শিল্পী-সাহিত্যিক-অধিবক্তা
|
https://www.newsnextone.com/tezpur-protest-11-1/#comments
|
402
|
জাজৰিঃ জাজৰিৰ নিকটবৰ্তী মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ লক্ষ্মীপ্ৰসাদ দেৱগোস্বামীলৈ ২০১৬-১৭ বৰ্ষৰ এছিয়া শান্তি উৎকৰ্ষ বঁটা (এছিয়া পেচিফিক এক্সেলেঞ্চ এৱাৰ্ড) আগবঢ়োৱা হৈছে।
|
লক্ষ্মীপ্ৰসাদ দেৱগোস্বামীলৈ এছিয়া শান্তি উৎকৰ্ষ বঁটা
|
https://www.newsnextone.com/asia-pacific-excelency-award-to-lakshmi-prashad/#comments
|
403
|
পুনেঃ শনিবাৰে পুৱতি নিশা পুনেৰ কণ্ডৱা অঞ্চলত পাৰ্কিং স্থানৰ এখন দেৱাল খহি পৰাত অতি কমেও ১৭ জন লোক নিহত হয়।
|
পুনেত দেৱাল খহি ১৭ জনৰ মৃত্যু
|
https://www.newsnextone.com/pune-wall-collapse-17-killed1/#comments
|
404
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন : বজালীৰ ভৱানীপুৰ , পাঠশালা অাদি বিভিন্ন অঞ্চলৰ বান পৰিস্থিতি অাজিও অপৰিৱৰ্তিত হৈ অাছে।
|
আজিও অপৰিবৰ্তিত বজালীৰ বান পৰিস্থিতি
|
https://www.newsasn.com/index.php/node/8165
|
405
|
লখিমপুৰৰপৰা জিয়াউল আলীঃ লখিমপুৰ লালুক থানাৰ আৰক্ষীৰ নাকৰ তলতেই দীৰ্ঘকালে চলিছে নকল সোণৰ দুই নম্বৰী বেহা।
|
লখিমপুৰত বৰ্তমানো অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা
|
https://www.newsnextone.com/lakhimpur-fake-gold-arrested
|
406
|
ডিজিটেল ডেস্কঃ ভাৰতীয় টেনিছ দলৰ হৈ খেলিব অসম কন্যাই৷ গোৱাত অনুষ্ঠিত হোৱা যোৱা ৭৯ সংখ্যক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক টেবুল টেনিছ প্ৰতিযোগীতাত উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যাই ভাৰতীয় মহিলা টেবুল টেনিছ দলত স্থান লাভ কৰা বিষয়টো ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ বববে ভাল খবৰ৷ ২০১৮ বৰ্ষৰ ১৪-১৮ ফেব্ৰুৱাৰিত চেক গণৰাজ্যত অনুষ্ঠিত হ'বলগীয়া আই টি টি এফ প্ৰিমিয়াৰ জুনিয়ৰ আৰু কেডেট অ'পেনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব তৃষাই।
|
ভাৰতীয় টেবুল টেনিছ দলত অসম কন্যা, চেক গণৰাজ্য অভিমুখে তৃষা
|
https://www.newsnextone.com/assam-girl-trisa-in-india-table-tennis-ass/#comments
|
407
|
ভ্ৰুণ হত্যা বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, যৌতুক প্ৰথা বন্ধ কৰক শ্ল'গানেৰে ছাত্ৰ-ছাত্ৰীৰ শোভাযাত্ৰা খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া আজমল উইমেন কলেজত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়।
|
খাৰুপেটীয়াত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন
|
https://www.newsnextone.com/kharupetia-girl-child-day/#comments
|
408
|
ৰাজ্যত দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত আজি নলবাৰী জিলাৰ আল্লিয়াত মঙলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।
|
আল্লিয়াত ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ
|
https://assam.nenow.in/ex-chief-minister-of-assam-tarun-gogoi-campaign-at-allia-nalbari/
|
409
|
বনৰীয়া জীৱ-জন্তু সুৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অপেনিং বেটছমেন তথা এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় ৰেংকৰ ৰোহিত শৰ্মাই পুনৰ দেখুৱালে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন।
|
বণ্যপ্ৰাণী সংৰক্ষণৰ বাবে ২৫ লাখ টকাৰ বৰঙণি ক্ৰিকেটৰ 'হিটমেন' ৰোহিত শৰ্মাৰ
|
https://assam.nenow.in/cricketer-rohit-sharma-donates-rupees-25-lakh-for-wildlife-protection/
|
410
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই অসম আৰক্ষী দিৱস উপলক্ষে শিৱসাগৰ জিলা আৰক্ষী বিভাগে আয়োজন কৰা এক মিনি মাৰাথনৰ দেওবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে জিলাখনৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই।
|
শিৱসাগৰত উপায়ুক্তই কৰিলে মিনি মাৰাথনৰ শুভাৰম্ভ
|
https://www.newsasn.com/node/9598
|
411
|
পতঞ্জলীৰ যোগ নিৰীক্ষক সতীনাথ বাৰালক প্ৰশাসনে গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল ১০অক্টোবৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বিৰুপ মন্তব্য কৰা বাবা ৰামদেৱৰ শিষ্য যোগ নিৰীক্ষক সতীনাথ বাৰালক গ্ৰেপ্তাৰৰ দাবীত এক প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰে ছিপাঝাৰৰ দুনী আঞ্চলিক ছাত্ৰসন্থা আৰু মঙলদৈ মহকুমা ছাত্ৰ সন্থাই।
|
সতীনাথক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল
|
https://www.newsnextone.com/satinath-baral-mangaldai
|
412
|
কাজলগাঁও: চিৰাং জিলাৰ ছাপাগুৰিত শনিবাৰে আবেলি কে'বাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধি, শিক্ষাবিদ, বুদ্ধিজীৱী, বিশিষ্ট নাগৰিকৰ উপস্থিতিত অসম সাহিত্য সভাৰ 'চিন্তন বৈঠক' অনুষ্ঠিত হয় ৷ চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত চিন্তন বৈঠকত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ লগতে ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
|
কাজলগাৱঁত চিন্তন বৈঠক সম্পন্ন
|
https://www.newsnextone.com/Kajolgaon-news
|
413
|
নগাঁও/আমগুৰিঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ দৌল মন্দিৰ পথত পথ দুৰ্ঘটনাত সংঘটিত হৈ দুজন লোক গুৰুতৰ ভাবে আহত হয়।
|
নগাঁও-আমগুৰিত পথ দুৰ্ঘটনা, নিহত-১, আহত-২
|
https://www.newsnextone.com/nagaon-amguri-road-accident-1-died
|
414
|
বঢ়মপুৰঃ ঘৰৰ পৰা ওলাই গৈ যোৱা ১১ দিনে ঘৰলৈ উভতি অহা নাই এগৰাকী কিশোৰী৷ ১৫ বছৰীয়া কিশোৰীগৰাকীয়ে ঘৰলৈ উভতি নহাৰ লগতে পৰিয়ালে শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰাত হাহাকাৰ কৰিব লগা হৈছে পৰিয়ালটোৱে৷ কিশোৰী নিৰুদ্দেশৰ এই ঘটনাই তীব্ৰ চাঞ্চলৰো সৃষ্টি কৰিছে নগাঁও জিলাৰ চামগুৰিত।
|
ভাতৃক স্কুলৰ পৰা আনিবলৈ গৈ ১১ দিনে উভতি নাহিল ১৫বছৰীয়া পাপিয়া
|
https://www.newsnextone.com/missing-papiya-samaguri-assam/#comments
|
415
|
জোনাইঃ জোনাই মহকুমাৰ অন্তৰ্গত চিমেন চাপৰিস্থিত বাথৌ মহাসভাৰ উদ্যোগত আজি ৪২ সংখ্যক মাইনাও পূজা আয়োজন কৰা হয়৷ বড়ো সকলৰ বাবে মাইনাও হৈছে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ বেদী৷ আজি বাথৌ মহাসভাই বাথৌ মন্দিৰত লক্ষ্মী দেৱীক আদৰি আনি মাইনাও বেদীত স্থাপন কৰে৷ পুৱা ৬ বজাত চিমেন বাথৌ মহাসভাৰ সভাপতি ৰামেশ্বৰ ৰামছিয়াৰীয়ে পতকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছত চিমেন নদীত পূজা অৰ্চনা কৰি লক্ষ্মী আইক আদৰি মাইনাও বেদীত স্থাপন কৰা হয়।
|
জোনাই চিমেন চাপৰিৰ বাথৌ মন্দিৰত লখিমী আদৰাৰ প্ৰস্তুতি
|
https://www.newsnextone.com/bodo-mainao-puja-jonai/#comments
|
416
|
মহানগৰীৰ কুমাৰপাৰাত অচিনাক্ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে আহত হোৱা শ্যাম সুন্দৰ শৰ্মা(৫০) নামৰ কৰ্মচাৰীজনৰ অৱশেষত মৃত্যু হয়।
|
মহানগৰীৰ গুলি চালনাৰ ঘটনাত গুৰুতৰভাৱে আহত ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ মৃত্যু
|
https://assam.nenow.in/the-man-seriously-injured-in-firing-at-kumarpara-died/
|
417
|
আজাৰাঃ মিৰ্জাস্থিত গ্ৰাম্য ষ্টেডিয়ামত দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় ফণীন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া আৰু স্বৰ্গীয় চন্দ্ৰ নাৰায়ণ ঠাকুৰীয়াৰ সোৱৰণী আন্তঃক্লাৱ ফুটবল লীগৰ চুড়ান্ত ফাইনেল খেলত আজাৰা বয়জ ক্লাৱ আৰু সন্মিলীত তিনিআলী সংঘৰ মাজত অনুষ্ঠিত হয়।
|
আজাৰা বয়জ ক্লাৱ চূড়ান্ত বিজয়ী
|
https://www.newsnextone.com/football-competition-azara
|
418
|
পুনৰ পল্টনবজাৰস্থিত গুৱাহাটী ৰেলৱে ষ্টেচনত ৰেল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ সোণ।
|
গুৱাহাটী ৰেলৱে ষ্টেচনত জব্দ প্ৰায় ১৯ কেজি ওজনৰ সোণ
|
https://assam.nenow.in/%e0%a6%97%e0%a7%81%e0%a7%b1%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a6%9f%e0%a7%80-%e0%a7%b0%e0%a7%87%e0%a6%b2%e0%a7%b1%e0%a7%87-%e0%a6%b7%e0%a7%8d%e0%a6%9f%e0%a7%87%e0%a6%9a%e0%a6%a8%e0%a6%a4-%e0%a6%9c/
|
419
|
গুৱাহাটীঃ বাৰিষাৰ বাবে অহা ১৫ জুনৰপৰা পৰ্যটকৰ বাবে বন্ধ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যান।
|
১৫ জুনৰপৰা বন্ধ... মানস ৰাষ্ট্ৰীয় উদ্যান
|
https://www.newsnextone.com/ghy-manas-national-park/#comments
|
420
|
তিনিশ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস মৰিগাঁওঃ আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত মৰিগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশনাত চুলাই মদ আৰু অবৈধ সুৰাৰ বিৰুদ্ধে চলি থকা তীব্ৰ অভিযানৰ মাজতে সোমবাৰে মিকিৰভেটা থানাৰ অন্তৰ্গত নিজ কপাহেৰা আৰু পলাহগুৰিত মৰিগাঁও আবকাৰী বিভাগ আৰু মিকিৰভেটা আৰক্ষীয়ে চলোৱা এক অতৰ্কিত অভিযানত তিনিশ লিটাৰ চুলাই মদ আৰু বৃহৎ পৰিমাণৰ প্ৰস্তুতকৰণ সামগ্ৰী ধ্বংস কৰিবলৈ সক্ষম হয়।
|
মৰিগাঁৱৰ কপাহেৰাত চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান আবকাৰী বিভাগ আৰু আৰক্ষীৰ
|
https://www.newsnextone.com/marigaon-sulai-destroyed/#comments
|
421
|
ডিজিটেল ডেস্কঃ অৱশেষত সাগৰৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱা পৱনহংসৰ হেলিকপ্তাৰৰ ৩ যাত্ৰীৰ মৃতদেহ উদ্ধাৰ হয়৷ বৰ্তমানেওঁ ৪গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱা নাই।
|
৩ যাত্ৰী, ভগ্নাৱশেষ সহ সাগৰত উদ্ধাৰ হ'ল পৱনহংসৰ হেলিকপ্তাৰ
|
https://www.newsnextone.com/recover-helicopter-mumbai/#comments
|
422
|
চাংসাৰিত স্থাপন হ'বলগীয়া এইমছৰ ভূমিত দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় চৰৰকাৰৰ এটি পৰ্যবেক্ষকৰ দল।
|
চাংসাৰিৰ এইমছৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে কেন্দ্ৰীয় দলে
|
https://assam.nenow.in/central-team-visited-site-of-aiims-at-changchari/
|
423
|
ধনশিৰিঃ বিদ্ৰোহী সংগঠন এন এছ চি এনে অসমৰ লোকৰ পৰা সংগ্ৰহ কৰিছে গুণ্ডা টেক্স৷ নাগালেণ্ড চৰকাৰৰ ৰচিদত অসমীয়াই দিব লগা হৈছে ৭০০ৰ পৰা ২০০০ পৰ্যন্ত টকা৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত ন-খুতি, দুৰ্গাপুৰ, চুঙাজান এম ভি, নাওঘাট অঞ্চলত নগা উগ্ৰপন্থী এন এছ চি এনে নাগালেণ্ড চৰকাৰৰ নামত সংগ্ৰহ কৰিছে গুণ্ডা টেক্স৷ অসমৰ অট' চালককে ধৰি বিভিন্ন যান-বাহনৰ চালক তথা মালিকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰাৰ একাংশ লোকে অভিযোগ উত্থাপন কৰে।
|
অসমীয়াৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ নাগা সংগঠনৰ
|
https://www.newsnextone.com/nscn-collect-money-from-assamese-youth-golaghat/#comments
|
424
|
য়ে কয়, বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিব৷ মই প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ আৰু দলৰ সকলো কৰ্মীক শুভেচ্ছা যাচিছো ফলাফলৰ বাবে৷ নাগালেণ্ড, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ বাবে ঐতিহাসিক দিন৷ ভাৰতীয় ৰাজনীতিৰ বাবে প্ৰযোজনীয় দিন৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ আৰু দলৰ সকলো কৰ্মীক শুভেচ্ছা যাচিছোঃযোগী
|
https://www.newsnextone.com/react-yogi
|
425
|
বিহগুৰিঃ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে আৰ্থিক সাহায্য আগবঢ়ায় ৰাজ্যৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠানে৷ শোণিতপুৰ জিলাৰ বিহগুৰিৰ অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ৰেঙণি যুৱ সংঘই প্ৰতিবছৰৰ দৰে এইবাৰো দৰিদ্ৰ পৰিয়ালৰ কৃতী ছাত্ৰ-ছাত্ৰীক আৰ্থিক সাহায্য তথা সম্বৰ্ধনা জনায়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বৰডুবিয়াৰ কৃষ্ণা দাস, নামপিঠাখোৱাৰ পাৰ্থ প্ৰতিম বৰা, মলয়া গাঁৱৰ বিকাশ কোচ আৰু বালিখুতিৰ মহেন্দ্ৰ নাথক আৰ্থিক সাহায্য প্ৰদান কৰে।
|
দৰিদ্ৰ ছাত্ৰক সাহায্য প্ৰদান ৰেঙণি যুৱ সংঘৰ
|
https://www.newsnextone.com/student-felicitation-bihaguri-poor/#comments
|
426
|
বৰনৰ্দ্দীঃ ঐতিহ্যমণ্ডিত নলবাৰী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগ, দ্যা গ্ৰীণ গ্লোৱ, নলবাৰীৰ লগতে ইক' ক্লাব, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ, নলবাৰীৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় আই ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে 'আমাৰ প্ৰজাতিসমূহৰ সংৰক্ষণ' শীৰ্ষক বিষয়বস্তুৰে মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ এক তৰুন সজাগতামূলক সভা অনুষ্ঠিত হয়।
|
নলবাৰীৰত প্ৰজাতি সংৰক্ষণৰ সজাগতামূলক সভা সম্পন্ন
|
https://www.newsnextone.com/bornarddi-conservation
|
427
|
বিলাসীপাৰাঃ বিলাসীপাৰা জিলা আমছুৰ ভাৰপ্ৰাপ্ত সভাপতি আঃ ওহাব মণ্ডলৰ সভাপতিত্বত নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পিঁয়াজবাৰী হাইস্কুল খেল পথাৰত বুধবাৰে দিনৰ ২ বজাত প্ৰায় দুই হাজাৰৰ অধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় এই মুকলি সভা।
|
আমছুৰ জিলা সমিতিৰ উদ্যোগত ২৫ তম বাৰ্ষিক অধিৱেশন আৰু মুকলি সভা
|
https://www.newsnextone.com/amsu-meeting-in-bilashipara/#comments
|
428
|
হেমন্ত কলিতা, নলবাৰীঃ আইটিএফ টাং-চু-দু স্পোৰ্টছ এছোচিয়েচন, অসমৰ উদ্যোগত গুৱাহাটীৰ বেলতলাত দেওবাৰে ৰাজ্যিক পৰ্যায়ৰ আন্তঃস্কুল টাং-চু-দু(ল'ৰা-ছোৱালী) সমৰ কলা প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।
|
ৰাজ্যিক পৰ্যায়ৰ টাং-চু-দু প্ৰতিযোগিতাত নলবাৰী দলৰ সাফল্য
|
https://www.newsnextone.com/nalbari-tang-su-do-achievement/#comments
|
429
|
নগাঁওঃ নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ধিং খৰ্গেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি এখন আইন সাক্ষৰতা সভা অনুষ্ঠিত হয়।
|
নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ধিঙত আইন সাক্ষৰতা সভা সম্পন্ন
|
https://www.newsnextone.com/literacy%20_mission_in_nagaon
|
430
|
জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি পথাৰত শুকুৰবাৰে সংঘটিত হোৱা এক ভূমিকেন্দ্ৰিক বিবাদৰ ফলত এজন বৃদ্ধ গুৰুতৰভাৱে আহত হয়।
|
কদমনি পথাৰত ভূমিকেন্দ্ৰিক সংঘাতত গুৰুতৰভাৱে আহত বৃদ্ধ
|
https://www.newsnextone.com/nagaon-land-despute-injured1/#comments
|
431
|
যদিহে এনএচচিএন-আইএম আৰু কেন্দ্ৰৰ মাজত স্বাক্ষৰিত হোৱা নগা চুক্তিৰ ফলত মণিপুৰৰ ভৌগলিক অখণ্ডতাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা হয় তেন্তে মই আৰু মোৰ লগতে বহুতো বিধায়কে পদত্যাগ কৰিবলৈ বাধ্য হ'ম'।
|
কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ
|
https://assam.nenow.in/%e0%a6%a8%e0%a6%97%e0%a6%be-%e0%a6%9a%e0%a7%81%e0%a6%95%e0%a7%8d%e0%a6%a4%e0%a6%bf-%e0%a6%b8%e0%a6%a8%e0%a7%8d%e0%a6%a6%e0%a7%b0%e0%a7%8d%e0%a6%ad%e0%a6%a4-%e0%a6%95%e0%a7%87%e0%a6%a8%e0%a7%8d/
|
432
|
নলবাৰীঃ নলবাৰী জিলাৰ এতিহ্যমণ্ডিত গোপাল মহা প্ৰভূৰ ৬২ তম মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ বৃহস্পতিবাৰে নাট্যকাৰ শ্যমান্ত কুমাৰ বৈশ্যই মহোৎসৱৰ কাৰ্যালয় উদ্ধোধন কৰে।
|
গোপাল মহা প্ৰভূৰ মহোৎসৱ উদযাপনৰ প্ৰস্তুতি
|
https://www.newsnextone.com/gopal-moha-prabhu-divas
|
433
|
শিমলুগুৰিঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজিও উত্তাল সমগ্র ৰাজ্য।
|
শিমলুগুৰিত প্ৰতিবাদ, লাগে অখিলৰ মুক্তি
|
https://www.newsnextone.com/protest-for-akhil-simaluguri/#comments
|
434
|
বিহালীঃ বুধবাৰে বিশ্বনাথ চাৰিআলিৰ ১নং ৱাৰ্ডৰ কোচগাঁওত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় তথা অলিম্পিক দৰে প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিব পৰাকৈ খেলুৱৈ সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি আন্তৰ্জাতিক খ্যাতি সম্পন্ন সমৰকলা খেলুৱৈ হৃদয়ানন্দ দাসৰ এক অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰা হয়।
|
বিশ্বনাথ চাৰিআলিত মুকলি হ'ল "চেম্পিয়ন মেকাৰ একাডেমী" নামৰ অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ
|
https://www.newsnextone.com/gym-open-bihali
|
435
|
উজ এ.এছ.এন. প্ৰতিনিধি / 2019 গোলাঘাট : সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ পূৱ মৰঙি আঞ্চলিক সমিতিৰ উদ্যোগত ১নং থুৰামুখ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আজি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।
|
গোলাঘাটত আটাছুৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ
|
https://www.newsasn.com/index.php/node/9160
|
436
|
এৰবিলঃ নৃশংস সন্ত্ৰাসবাদী সংগঠন আইছিছে দখল কৰা ইৰাণৰ এৰবিলৰ পৰা স্বদেশলৈ উভতি আহিবলৈ সক্ষম হ'ল ৩৩ জনকৈ ভাৰতীয়৷ আজি ইন্দিৰা গান্ধী বিমানবন্দৰত অৱতৰণ কৰে এইসকল ভাৰতীয়ই।
|
আইছিছৰ কবলৰপৰা স্বদেশলৈ উভতিল ভাৰতীয়
|
https://www.newsnextone.com/indian-returns-from-iran-clutches-of-isis-covered-erbil-arrives-at-indira-gandhi-airport/#comments
|
437
|
কাৰ্বি আংলং জিলাৰ খেৰণিত পুনৰ এটি বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ লগতে বন্যপ্ৰাণী প্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সষ্টি কৰিছে ৷ বনবিভাগৰ গাফিলতিৰ বাবেই হাতীটোৰ মৃত্যু হোৱা বুলি ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খেৰণিৰ বৰ-মাটিখোলাত এটা মতা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ পিছত ঘটনাস্থলীত খেৰণিৰ বন বিভাগৰ কৰ্মীসকল উপস্থিত হয়।
|
কাৰ্বি আংলঙৰ খেৰণিত পুনৰ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ
|
https://assam.nenow.in/%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%bf-%e0%a6%aa%e0%a6%be%e0%a6%b9%e0%a6%be%e0%a7%b0%e0%a6%a4-%e0%a6%aa%e0%a7%81%e0%a6%a8%e0%a7%b0-%e0%a6%ac%e0%a6%a8%e0%a7%b0%e0%a7%80%e0%a7%9f/
|
438
|
মোৰাঝাৰঃ হোজাই জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত শিশু দিৱস পালনৰ প্ৰস্তুতি চলিছে থকা পৰিলক্ষিত হৈছে৷ শিশু দিৱস উপলক্ষে ১৪ নৱেম্বৰত হোজাইৰ মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজত অনুষ্ঠিত কৰা হ'ব ৰচনা প্ৰতিযোগিতা।
|
মোৰাঝাৰত শিশু দিৱস পালনৰ প্ৰস্তুতি
|
https://www.newsnextone.com/child-day-celebrate-murazar/#comments
|
439
|
চতিয়াঃ যি সময়ত অসম চৰকাৰৰ শিক্ষা বিভাগে গুণোৎসৱৰ আয়োজন কৰিছে তেনে সময়ত চতিয়াৰ উত্তৰ অঞ্চলৰ জনজাতি অধ্যুষিত চেঙামাৰী অঞ্চলৰ একমাত্র উচ্চ শিক্ষাৰ অনুষ্ঠান চেঙামাৰী হাইস্কুৰ দুৰৱস্থাই অঞ্চলটোৰ শিক্ষানুৰাগী ৰাইজক উদ্বিগ্ন কৰি তুলিছে।
|
৬ শতাধিক ছাত্ৰ-ছাত্ৰীক পাঠদান মাত্ৰ ৪ শিক্ষকৰ
|
https://www.newsnextone.com/chengamari-high-school-only-4-teachers/#comments
|
440
|
মোৰাঝাৰঃ সমগ্ৰ দেশৰ লগতে হোজাইৰ মোৰাঝাৰতো আমছুৰ উদ্যোগত ৭১ তম স্বাধীনতা দিৱস জাক-জমকতাৰে উদযাপন কৰে।
|
মোৰাঝাৰত আমছুৰ স্বাধীনতা দিৱস উদযাপন
|
https://www.newsnextone.com/independence-day-murazar/#comments
|
441
|
ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰত স্থিতি সুদৃঢ় কৰিবলৈ উঠি পৰি লাগিছে চীন৷ পাকিস্তানৰ সহায়েৰে চীনে কাশ্মীৰৰ সৈতে যোগসূত্ৰ স্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ৰঙা চীনে।
|
অৰুণাচল নহয়, এইবাৰ কাশ্মীৰ দখলৰ দিশে চীন
|
https://www.newsnextone.com/china-wants-to-intervene-kashmir-issue/#comments
|
442
|
কোকৰাঝাৰঃ কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই উদীয়মান যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক দুৰ্বৃত্তই নৃসংশভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত মঙলবাৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা, আক্ৰাছু আৰু স্মাইল ৱেলফেয়াৰ ছছাইটিয়ে সন্ধিয়া ৭ বাজি ৩০ মিনিটত কোকৰাঝাৰত মম জ্বলাই মৌন সমদল উলিয়াই৷ কোকৰাঝাৰ সদৰ চহৰৰ সমীপৰ ভূটীয়াপাৰা শিৱশক্তি ভৱনৰ পৰা উলিওৱা সমদল বালাজান তিনালী এলেকা পৰিভ্ৰমণ কৰি বালাজান তিনালীত মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
|
ডকমকা কাণ্ড, কোকৰাঝাৰত মৌন সমদল, সংযম ৰক্ষা কৰাৰ আহ্বান
|
https://www.newsnextone.com/light-vigil-at-kokrajhar
|
443
|
ডিজিটেল ডেস্কঃ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত দেওবাৰে নিশা এজন যুৱকক গুলিয়াই হত্যা কৰাৰ চেষ্টা চলায় ছফিকুল ইছলাম নামৰ এজন দুৰ্বৃত্তই।
|
দুৰ্বৃত্তৰ আক্ৰমনত বঙাইগাঁৱৰ এজন যুৱক
|
https://www.newsnextone.com/robber-cought-bangaigaon-
|
444
|
খাৰুপেটীয়াঃ দৰং জিলাৰ বেচিমাৰীৰ বৰুৱাঝাৰ গাঁওত আজি এক হত্যাকাণ্ড সংঘটিত হয়।
|
দলগাঁৱৰ বেছিমাৰীত বোৱাৰী হত্যা
|
https://www.newsnextone.com/baruajhar-murder
|
445
|
তেপেছিয়াত অৱস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ষ্টেফেন মেভাৰলিক নতুন দিল্লীস্থিত দ্যা কনফেদাৰেচন অব ইণ্ডিয়ান য়ুনিভাৰ্ছিটিছে জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছে।
|
অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ফাদাৰ ষ্টেফেন মেভাৰলিক জীৱনজোৰা সাধনা বঁটা
|
https://assam.nenow.in/%e0%a6%85%e0%a6%b8%e0%a6%ae-%e0%a6%a1%e0%a6%a8-%e0%a6%ac%e0%a6%b8%e0%a7%8d%e0%a6%95%e0%a7%8b-%e0%a6%ac%e0%a6%bf%e0%a6%b6%e0%a7%8d%e0%a6%ac%e0%a6%ac%e0%a6%bf%e0%a6%a6%e0%a7%8d%e0%a6%af%e0%a6%be/
|
446
|
কৃষ্টি প্ৰিয়া গগৈ 06 / 2018 বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখপাত্ৰ গৰাকীয়ে কয় ভাৰতীয় জনতা পাৰ্টীৰ এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ মূল লক্ষ্য আছিল দুৰ্নীতি নিৰ্মূল আৰু পঞ্চায়ত সমূহৰ সৰ্বাংগীন উন্নয়ন।
|
কংগ্ৰেছ দুৰ্নীতি পৰায়ণ, এআইউডিএফ বিপদজনক আৰু অগপক বিশ্বাস ঘাটকৰ দল আখ্যা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীৰ
|
https://www.newsasn.com/node/3558
|
447
|
তেজপুৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শুকুৰবাৰেও অব্যাহত আছে তীব্ৰ প্ৰতিবাদ৷ তেজপুৰৰ বহুকেইটা সংগঠনৰ সহযোগত তেজপুৰ চহৰৰ আদালত চাৰিআলিৰ ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ চাৰিটাকৈ সংগঠনে উমৈহতীয়াকৈ এনেদৰে দীৰ্ঘ সময় ধৰি মানৱ শৃংখলৰে ৰাজপথ অৱৰোধ কৰাৰ ফলত বৃহৎ যান-জঁটৰ সৃষ্টি হয়৷ কোনো কাৰণতে খিলঞ্জীয়া বিৰোধী জাতিধ্বংসী বিধেয়ক অসমৰ জনগণে মানি নলয়৷ স্থিতি স্পষ্ট প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে৷ অসমৰ জনগণৰ দাবীৰ প্ৰতি সন্মান জনাই নাগৰিকত্ব সংশোধনী বিয়েয়ক বাতিলৰ দাবী অব্যাহত ৰখা সংগ্ৰাম কোনো কাৰণতে স্থবিৰ নহয়৷ সেই চৰকাৰক সকিয়নী প্ৰদান কৰি এই বিধেয়ক বাতিলৰ দাবী জনায় সংগঠনকেইটাই৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধে তীব্ৰ প্ৰতিবাদ
|
https://www.newsnextone.com/tezpur-protast2
|
448
|
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে সাম্প্ৰদায়িক মন্তব্যৰে বিভাজন সৃষ্টি কৰিব খোজা বৰাকৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ক অৱশেষত বিজেপিৰ পৰা বহিস্কৃত কৰা হ'ল।
|
বিজেপিৰ পৰা বহিস্কৃত হ'ল অসমীয়া বিৰোধী মন্তব্য কৰা বৰাকৰ নেতা প্ৰদীপ দত্ত ৰয়
|
https://assam.nenow.in/pradip-dutta-roy-suspends-from-bjp/
|
449
|
মুম্বাইঃ নাহিদৰ বিৰুদ্ধে ফটোৱা জাৰী কৰাৰ পিছত সমস্বৰে প্ৰতিবাদ কৰিছে দেশৰ শিল্পীসমাজে।
|
নাহিদৰ পক্ষত দেশৰ শিল্পীসমাজ, সমৰ্থনত তছলিমা, ৰবীন্দ্ৰ জাদেজা
|
https://www.newsnextone.com/Bollywood-taslima-stand-by-nahid
|
450
|
খাৰুপেটীয়াঃ আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলেই খেলিব অগপই।
|
খাৰুপেটীয়াত প্ৰফুল্ল মহন্তৰ নিৰ্বাচনী ৰণদুন্দুভি
|
https://www.newsnextone.com/pk-mahanta-kharupetia-panchayat-election/#comments
|
451
|
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 2 4 ষ্টাফৰিপৰ্টাৰ, ১৫ জানুৱাৰী, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক চৰকাৰে।
|
নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক চৰকাৰে-ড-সমুজ্জ্বল ভট্টাচাৰ্যৰ
|
http://firstnewsreport.com/%e0%a6%a8%e0%a6%bf%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a6%be%e0%a6%9a%e0%a6%a8%e0%a7%b0-%e0%a6%aa%e0%a7%82%e0%a7%b0%e0%a7%8d%e0%a6%ac%e0%a7%87-%e0%a6%a6%e0%a6%bf%e0%a7%9f%e0%a6%be-%e0%a6%aa%e0%a7%8d/
|
452
|
গুৱাহাটীঃ ঐতিহ্য সংৰক্ষণ সমিতিয়ে খেলুৱৈ-শিশুপ্ৰেমী 'শিশুপ্ৰাণ' নবীন শৰ্মাৰ পূণ্য স্মৃতি উপলক্ষে প্ৰথম বাৰ্ষিক 'নবীন-তন-মন-বিকাশ দিৱস' অাৰু নবীন-তন-মন বিকাশ যোজনাৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটোত বিশিষ্ট বক্তা হিচাপে উপষ্ঠিত থাকে লেখিকা নিৰুপমা বৰগোহাঞি আৰু হিমাংশু শেখৰ দাস।
|
শিশুপ্ৰাণ' নবীন শৰ্মাক স্মৰণ
|
https://www.newsnextone.com/nabin-sarma-press-club/#comments
|
453
|
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন এঘাৰজনীয়া মন্ত্রীসভাৰ সদস্যৰ ভিতৰত শ্রেষ্ঠ মন্ত্রীজন কোন?
|
হিমন্ত, শুক্লবৈদ্য শ্রেষ্ঠ : স্থান পালে কেশৱ, নৱ আৰু প্রমিলাই
|
https://janambhumi.in/VFZSQmVVMUVSVDA9/%E0%A6%B9%E0%A6%BF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4,-%E0%A6%B6%E0%A7%81%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%AC%E0%A7%88%E0%A6%A6%E0%A7%8D%E0%A6%AF-%E0%A6%B6%E0%A7%8D%E0%A6%B0%E0%A7%87%E0%A6%B7%E0%A7%8D%E0%A6%A0-:-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%A8-%E0%A6%AA%E0%A6%BE%E0%A6%B2%E0%A7%87-%E0%A6%95%E0%A7%87%E0%A6%B6%E0%A7%B1,-%E0%A6%A8%E0%A7%B1-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%AE%E0%A6%BF%E0%A6%B2%E0%A6%BE%E0%A6%87.html
|
454
|
ফটোঃ নছিউৰ ৰহমান ৰঙিয়াঃ অসমত শিল্পীয়ে প্ৰাপ্য মৰ্যাদা পায়নে?
|
এসময়ৰ ভ্ৰাম্যমাণৰ বাঁহীবাদক এতিয়া পথৰ ভিখাৰী
|
https://www.newsnextone.com/artist-lives-a-poor-life/#comments
|
455
|
্ৰতিষ্ঠানটোৱে এই বিষয়ে চৰকাৰৰ সৈতে কথা পাতিছে৷ দেশৰ তথ্য প্ৰযুক্তি বিভাগৰ আগশাৰী বিষয়া অৰুণা সুন্দৰৰঞ্জনে কয় যে এপ্লে ভাৰতত প্ৰতিষ্ঠানটোৰ ভালেমান ডিভাইচ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে৷ তদুপৰি সামগ্ৰীসমুহৰ বিতৰণৰ দায়িত্বও ভাৰতত দিয়াৰ সম্ভাৱনা আছে বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে৷ প্ৰতিষ্ঠানটোৱ ভাৰতত সদ্যহতে আইফোন এচ ই নিৰ্মাণ কৰিব৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
ভাৰতত নিৰ্মিত হ'ব আইফোন
|
https://www.newsnextone.com/iphone-manufacture-in-india
|
456
|
তামুলপুৰঃ হেপাহৰ ৰঙালীক বিহুক কেন্দ্ৰ কৰি এতিয়া চৌদিশে উখল মাখল পৰিৱেশ।
|
বিহুক কেন্দ্ৰ কৰি বৈশাগু নৃত্যৰ অন্তিম আখৰাত ব্যস্ত
|
https://www.newsnextone.com/tamulpur-rongali-bihu-boisagu-bihu/#comments
|
457
|
গুৱাহাটীঃ প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ২৬ আৰু ২৭ অক্টোবৰত আয়োজন হ'বলৈ গৈ আছে ষট্ পূজা।
|
নমামীৰ দৰে উলহ মালহেৰে পাতিব ষট্ পূজা, চৰকাৰলৈ আবেদন ১ কোটিৰ
|
https://www.newsnextone.com/need-one-crore-for-sat-puja-press-meet
|
458
|
গুৱাহাটীঃ এটি ম্যাদ উকলা কাৰ্বন ফেক্টৰীৰ অতপালিত অতিষ্ঠ হৈ পৰিছে ৰাইজ৷ কাৰ্বন ফেক্টৰীটোৰ প্ৰদূষণৰ ফলত মানুহ ৰুগীয়া হ'বলগীয়া হৈছে৷ এনে পৰিপ্ৰেক্ষিতত তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত ডিগবৈ কাৰ্বন প্ৰাঃ লিঃ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰাইজ৷ ৰাইজে প্ৰতিষ্ঠানটো অবৈধভাৱে চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ আনহাতে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে তিনিচুকীয়া জিলাৰ বৰগুৰিস্থিত কাৰ্বন প্ৰাঃ লিঃ নামৰ কোম্পানীটোৰ নথি-পত্ৰৰ ম্যাদ উকলি যোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ প্ৰতিষ্ঠানটোৱে অবৈধভাৱে চলি থকাৰ লগতে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিঙৰ লগতে তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ আশীৰ্বাদত লেখাপানীত থকা কাৰ্বন ফেক্টৰীটো তিনিচুকীয়া বৰগুৰিলৈ স্থানান্তৰ কৰে বুলি সংগঠনটোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
|
ম্যাদ উকলা কাৰ্বন ফেক্টৰীৰ মহা প্ৰদূষণ
|
https://www.newsnextone.com/carbon-factory-chabua-no-validity/#comments
|
459
|
দেওবাৰে নিশা নগাওঁ জিলাৰ চামগুৰিৰ কাছখাইটিত সংঘটিত এক গুলীচালনাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
চামগুৰিৰ কাছখাইটিত গুলীচালনা সংঘটিত : এজন আহত
|
https://assam.nenow.in/%e0%a6%9a%e0%a6%be%e0%a6%ae%e0%a6%97%e0%a7%81%e0%a7%b0%e0%a6%bf%e0%a7%b0-%e0%a6%95%e0%a6%be%e0%a6%9b%e0%a6%96%e0%a6%be%e0%a6%87%e0%a6%9f%e0%a6%bf%e0%a6%a4-%e0%a6%97%e0%a7%81%e0%a6%b2%e0%a7%80%e0%a6%9a/
|
460
|
নলবাৰীঃ নলবাৰী জিলাত ৰাইজে ব্যাপক উলাহ-মালহেৰে উদযাপন কৰে পোহৰৰ উৎসৱ দীপাৱলী৷ আৱাল, বৃদ্ধ বনিতাৰ পৰা ডেকালৈ সকলোৱে উচ্চ-নীচ ভেদাভেদ পাহৰি সকলোৱে হেঁপাহেৰে পালন কৰা পৰিলক্ষিত হৈছে দীপাৱলী৷ বৃহস্পতিবাৰে দেৱালীক কেন্দ্ৰ কৰি এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় জিলা খনত।
|
ফটকা-আতচবাজী বৰ্জন, দেহাৰকুছিত জ্বলিল ৩০০০ মাটিৰ চাকি
|
https://www.newsnextone.com/without-crackers-deharkuchi-celebrate-diwali
|
461
|
ডিজেটেল ডেস্কঃ পহিলা জুলাইৰ পৰা কাৰ্যকৰ হ'ব সামগ্ৰী আৰু সেৱা কৰ।
|
জিএছটিলৈ এসপ্তাহ, কি কিনিলে থাকিব লাভত
|
https://www.newsnextone.com/pre-gst-sales-what-to-buy/#comments
|
462
|
বসন্ত দাস, নলবাৰী ধৰ্মপুৰ সমষ্টিৰ বৰী-থু টিকাটা- উলুবাৰী সংযোগী নৱনির্মিত পথছোৱা নিৰ্মান কৰাৰ পিছতেই কালি চপৰা-চপৰে খহি পৰা ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
|
চপৰা-চপৰে খহিল বৰী-উলুবাৰী সংযোগী নৱনির্মিত পথ; ৰাইজৰ প্ৰতিবাদ
|
https://janambhumi.in/VFhwak1rMTZZejA9/%E0%A6%9A%E0%A6%AA%E0%A7%B0%E0%A6%BE-%E0%A6%9A%E0%A6%AA%E0%A7%B0%E0%A7%87-%E0%A6%96%E0%A6%B9%E0%A6%BF%E0%A6%B2-%E0%A6%AC%E0%A7%B0%E0%A7%80-%E0%A6%89%E0%A6%B2%E0%A7%81%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A6%82%E0%A6%AF%E0%A7%8B%E0%A6%97%E0%A7%80-%E0%A6%A8%E0%A7%B1%E0%A6%A8%E0%A6%BF%E0%A6%B0%E0%A7%8D%E0%A6%AE%E0%A6%BF%E0%A6%A4-%E0%A6%AA%E0%A6%A5;-%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A6%BE%E0%A6%A6.html
|
463
|
বৰষুণ তথা ডাৱৰীয়া বতৰৰ মাজতে মৰিয়নিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহৎসংখ্যক লোকে শুকুৰবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে।
|
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত ৰাখক শান্তিপূৰ্ণ প্ৰতিবাদ : বৰষা ৰাণী বিষয়া
|
https://assam.nenow.in/barsha-rani-bishaya-asked-people-to-continue-protesting-against-caa-peacefully/
|
464
|
ডিজিটেল ডেস্কঃ দেশ তোলপাৰ লগোৱা ১৯৯৩ চনৰ ধাৰাবাহিক মুম্বাই বোমা বিস্ফোৰণৰ মাষ্টৰ মাইণ্ড গেংষ্টাৰ আবু ছালেমক আদালতে যানজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে৷ টাডাৰ বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে দুই লাখ টকাৰ জৰিমণা বিহে আবু ছালেমক৷ টাডাৰ বিশেষ আদালতে এই ৰায় দিয়ে বৃহস্পতিবাৰে৷ আনহাতে মুম্বাই কাণ্ডৰ আন দুজন অভিযুক্ত তাহিৰ মাৰ্চেন্ট আৰু ফিৰোজ খানক ফাচিৰ হুকুম দিয়ে টাডাৰ বিশেষ আদালতে৷ আন এগৰাকী অভিযুক্ত ৰিয়াজ চিদ্দিকিক দহ বছৰৰ কাৰাদণ্ড বিহাৰ লগতে কৰিম উল্লাক যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ দিয়াৰ লগতে ২ লাখ টকাৰ জৰিমণা বিহে৷ বিগত ২৪ বছৰৰ মুৰত টাডাৰ বিশেষ আদালতে আবু ছালেম সহ ৫ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ৰায় দিয়ে।
|
গেংষ্টাৰ আবু চালেমক যাৱজ্জীৱন কাৰাদণ্ড, দুজনক ফাচি
|
https://www.newsnextone.com/bombay-blast-judgement/#comments
|
465
|
তেজপুৰঃ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি যোৱা ৩০ ছেপ্তেম্বৰত আমাৰ মাজৰ পৰা অচিনা দেশলৈ গুছি যোৱা অসমৰ দৈনিক বাতৰি কাকতৰ পিতামহ জ্যেষ্ঠ সম্পাদক, পণ্ডিত তথা বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীক শনিবাৰে তেজপুৰত স্মৰণ কৰে ৰাইজে৷ ১৯৩৩ চনৰ ১৯ জানুৱাৰিত জন্ম গ্ৰহণ কৰা ভাগৱতী অসমৰ সংবাদ জগতৰ নক্ষত্ৰ স্বৰূপ আছিল।
|
তেজপুৰত ৰাধিকা মোহন ভাগৱতীক স্মৰণ
|
https://www.newsnextone.com/print/7183
|
466
|
ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশা পুডুচেৰীৰ ৰাজপথত দেখা গ'ল এগৰাকী বিশেষ মহিলাক।
|
নিশাৰ ৰাজপথত আৰক্ষীৰ সন্ধানত এগৰাকী মহিলা
|
https://www.newsnextone.com/bedi-hits-pondy-roads-in-disguise-ontwo-wheeler-at-night/#comments
|
467
|
গিয়াছ উদ্দিন আহমেদ, নগৰবেৰা দক্ষিণ কামৰুপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত টুপামাৰীত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বৃহত্ পৰিমাণৰ নিচাজাতীয় বটলৰ লগতে ১০জন জুৱাৰীক গ্ৰেপ্তাৰ কৰে।
|
টুপামাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, ১০জন জুৱাৰীক গ্ৰেপ্তাৰ
|
https://janambhumi.in/VFdwTmVFOUVXVDA9/en/VFdwTmVFOUVXVDA9/%E0%A6%9F%E0%A7%81%E0%A6%AA%E0%A6%BE%E0%A6%AE%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%A4-%E0%A6%A1%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%97%E0%A6%9B%E0%A7%B0-%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%81%E0%A6%A6%E0%A7%8D%E0%A6%A7%E0%A7%87-%E0%A6%86%E0%A7%B0%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%80%E0%A7%B0-%E0%A6%85%E0%A6%AD%E0%A6%BF%E0%A6%AF%E0%A6%BE%E0%A6%A8,-%E0%A7%A7%E0%A7%A6%E0%A6%9C%E0%A6%A8-%E0%A6%9C%E0%A7%81%E0%A7%B1%E0%A6%BE%E0%A7%B0%E0%A7%80%E0%A6%95-%E0%A6%97%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%AA%E0%A7%8D%E0%A6%A4%E0%A6%BE%E0%A7%B0.html.html
|
468
|
কাকপথাৰঃ সমগ্ৰ দেশৰ লগতে আজি বিশ্ব বৰেণ্য গণশিল্পী ড০ ভূপেন হাজৰিকাৰ ৯১তম জন্ম বাৰ্ষিকী কাকপথাৰ কণিষ্ঠ মহাবিদ্যালয়ত উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়।
|
কাকপথাৰত সুধাকণ্ঠৰ জন্ম বাৰ্ষিকী উদযাপন
|
https://www.newsnextone.com/bhupen-hazarika-birth-day-kakopothar
|
469
|
কৃষ্টি প্ৰিয়া গগৈ 10 / 2018 "বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ বিচৰা নাছিল।
|
পঞ্চায়ত নিৰ্বাচনত ৰাইজ ওলাই অহাটো কংগ্ৰেছৰ বাবে শুভ লক্ষণ : ৰিপুণ বৰা
|
https://www.newsasn.com/index.php/node/3610
|
470
|
ন বৰগোহাঁই 28 / 2019 'ঐতিহাসিক কটন কলেজক প্ৰাক্তন শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুটা বছৰৰ পূৰ্বে কটন বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তিত কৰিলে।
|
কটন বিশ্ববিদ্যালয়ক উপযুক্ত মৰ্যাদা প্ৰদানৰ দাবীত বিদ্যাৰ্থীৰ ধৰ্মঘট
|
https://www.newsasn.com/node/5880
|
471
|
কাজিকঙাঃ নুমলীগড়ত চুলাই সেৱন কৰি এজনৰ মৃত্যু।
|
আকৌ চুলাই সেৱন কৰি নুমলিগড়ত এজনৰ মৃত্যু
|
https://www.newsnextone.com/kaziranga-sulai-dead-one1
|
472
|
শালা , 4, 2019 9:08 1 কটন বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।
|
কটন, ডিব্ৰুগড়ৰ পিছত ভট্টদেৱ বিশ্ববিদ্যালয়তো প্ৰৱেশ নিষিদ্ধ মন্ত্ৰীৰ
|
https://assam.nenow.in/assams-bhattadev-university-students-protest-against-cab/
|
473
|
গুৱাহাটীঃ এন আৰ চিৰ খচৰা প্ৰকাশক লৈ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে কেন্দ্ৰ-ৰাজ্য চৰকাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰি অতিৰিক্ত অৰ্ধসামৰিক বাহিনী অসমলৈ প্ৰেৰণ কৰাৰ সময়তে এগৰাকী কট্টৰপন্থী নেতাৰ ভাষণে তোলপাৰ লগাইছে ৰাজ্যত৷ আৰ্শ্বাদ মাদানী, শিলাদিত্য দেৱৰ পিচতে এক অখ্যাত সংগঠন হিন্দু সংহতি মঞ্চৰ নেতা দেৱতানু ভট্টাচাৰ্য্যই শিলচৰ চহৰত এখন সভাত "হিন্দুসকলে মুছলমানৰ বিৰুদ্ধে হাতত বন্দুক তুলি ল'ব লাগে" বুলি এক সাম্প্ৰদায়িক মন্তৱ্য দিয়ে।
|
দেৱতানুৰ বিৰুদ্ধে গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ গোচৰ
|
https://www.newsnextone.com/print/9283
|
474
|
তাচাক লৈ সন্তুষ্ট নহয় যোৰহাট সমষ্টিবাসী গৌৰীসাগৰঃ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক তৎপৰতা।
|
যোৰহাটত সমষ্টিত কোন হ'ব বি জে পিৰ প্রাৰ্থী
|
https://www.newsnextone.com/gaurisagar-jorhat-ls/#comments
|
475
|
উচ্চতম ন্যায়ালয়ে লৈ অসম আৰু ত্ৰিপুৰা বিষয়ত আবেদনৰ শুনানি পৃথকভাৱে গ্ৰহণ কৰিব।
|
পৃথকভাৱে গ্ৰহণ কৰা হ'ব অসম-ত্ৰিপুৰা বিষয়ত শুনানি, কেন্দ্ৰক ২ সপ্তাহৰ সময়
|
https://assam.nenow.in/sc-will-consider-hearing-pleas-related-to-assam-and-tripura-separately/
|
476
|
চৰাইদেউঃ বহিঃৰাজ্যৰ এগৰাকী যুৱক অসমত নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাৰ সোণাৰিত৷ সোণাৰিৰ ১৩নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে থকা বিহাৰৰ মোজাফ্ফৰপুৰ জিলাৰ মাওনাৰ ঋত্বিক কুমাৰ নামৰ লোকজন যোৱা ১২ নৱেম্বৰৰ পৰা প্ৰায় এমাহ কাল নিৰুদ্দেশ হৈ আছে৷ ঋত্বিক কুমাৰে কেইবা বছৰ ধৰি সোণাৰিত ভাড়াতীয়া হৈ থাকি ব্যৱসায় কৰি আছিল।
|
যোৱা এমাহে শুংসুত্ৰ নাই বিহাৰৰ ব্যৱসায়ী ঋত্বিকৰ
|
https://www.newsnextone.com/muzzafarpur-youth-state-of-bihar-missing-ass
|
477
|
হোজাই টাউন/লংকাঃ নিখিল ভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতিয়ে আজি হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে৷ নাৰী নিৰ্যাতন, বানপানীৰ সমস্যা, অবৈধ মদৰ ব্যৱসায় উচ্ছেদ আদি কেইবাটাও বিষয়ৰ প্ৰতিবাদ জনাই ভাৰতীয় গণতান্ত্ৰিক মহিলা সমিতিয়ে উপায়ুক্তৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে৷ সংসদত ৩৩ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষনৰ দাবী জনাই প্ৰতিবাদকাৰী মহিলা সকলে দণ্ডাধীশ দীপশিখা শইকীয়াৰ জৰিয়তে উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ আমাৰ লক্ষ্য মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা।
|
গনতন্ত্ৰ, সম অধিকাৰ বিচাৰি শ শ মহিলা
|
https://www.newsnextone.com/women-protest
|
478
|
কাজিৰঙাঃ যোৱা ৯ জুনত বিশ্বনাথ জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ শিলডুবী এলেকাত চিকাৰীয়ে বহু দিন পূৰ্বে হত্যা কৰা এটা খৰ্গ বিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই সোমবাৰে বন বিভাগৰ অভিযানত নিহত হয় চোৰাংচিকাৰী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ বাবে প্ৰৱেশ কৰা চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত দীৰ্ঘ সময় সংঘৰ্ষ লাগে।
|
কাজিৰঙাত চোৰাং চিকাৰীৰে বনকৰ্মীৰ সংঘৰ্ষ, নিহত নগা চোৰাং চিকাৰী
|
https://www.newsnextone.com/print/13657
|
479
|
তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্থ উপৰ চৰীয়াত নিশা চাঞ্চল্যকৰ ডকাইতি ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, উপৰ চৰীয়া গাঁৱৰ সম্বৰু বড়ো (৪০) নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত নিশা দুজন অচিনাক্ত দুৰ্বৃত্তই হাতত পিষ্টল লৈ প্ৰৱেশ কৰে।
|
তামুলপুৰত ব্যৱসায়ীৰ ঘৰত চাঞ্চল্যকৰ ডকাইতি, ৰহস্যজনক মৃত্যু সম্বৰুৰ
|
https://www.newsnextone.com/print/15292
|
480
|
আছুৰ নেতৃত্বত নতুন ৰাজনৈতিক দলক আদৰণি জনালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 19, 2020 নাগৰিকত্ব সংশোধনী আইনক লৈ যুৱ প্ৰজন্মক এটা শ্ৰেণীয়ে বিপথে পৰিচালিত কৰিছে- মোদী 13, 2020 24, 2019 ষ্টাফৰিপৰ্টাৰ, ৩০ মাৰ্চ,গহপুৰত প্ৰধানমন্ত্ৰী মোডীযে আজি নিৰ্বাচনী প্ৰচাৰ চলায়।
|
গহপুৰত প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্বাচনী প্ৰচাৰ
|
http://firstnewsreport.com/%e0%a6%97%e0%a6%b9%e0%a6%aa%e0%a7%81%e0%a7%b0%e0%a6%a4-%e0%a6%aa%e0%a7%8d%e0%a7%b0%e0%a6%a7%e0%a6%be%e0%a6%a8%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80-%e0%a6%ae%e0%a7%8b%e0%a6%a1/
|
481
|
আমগুৰিঃ দেওবাৰে পুৱাতেই আমগুৰিৰ বৰবামত ৬১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত এটি যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, মৃতদেহটো আমগুৰিৰ বৰবাম চাহ বাগিচাৰ মেডিকেল লাইনৰ দুৱাৰা দৰাৰ বুলি চিনাক্ত কৰে আৰক্ষীয়ে৷ পুৱাই প্ৰাতঃভ্ৰমণত অহা লোকে মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আমগুৰি আৰক্ষীক অৱগত কৰে।
|
আমগুৰিত মৃতদেহ উদ্ধাৰ
|
https://www.newsnextone.com/dead-body-recovered-at-amguri/#comments
|
482
|
নতুন দিল্লীঃ চন্দ্ৰ মিছন দ্বিতীয়বাৰ 'চন্দ্ৰযান-২'ৰ উৎক্ষেপণ কাৰিকৰী সমস্যাৰ বাবে স্থগিত কৰিছে৷ ইছৰোৰ তৰফৰপৰা সোমবাৰে পুৱতি নিশা ২.৫১ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধবন স্পেছ চেণ্টাৰৰপৰা উৎক্ষেপণ কৰাৰ কথা আছিল যদিও স্থগিত ৰখাৰ ফলত অতি শীঘ্ৰে নতুন তাৰিখৰ ঘোষণা কৰা হ'ব৷ 'চন্দ্ৰযান-২' দেশৰ আটাইতকৈ শক্তিশালী ৰকেট উৎক্ষেপণ কৰাৰ কথা আছিল।
|
চন্দ্ৰযান-২ উৎক্ষেপণ স্থগিত কৰা হ'ল...অতি শীঘ্ৰে ঘোষণা কৰা হ'ব নতুন তাৰিখৰ
|
https://www.newsnextone.com/chandrayaan-2-launch-due-to-technical-snag-to-announce-new-date-soon/#comments
|
483
|
নিজৰ বিতৰ্কিত মন্তব্যৰ বাবে ৰাজহুৱাকৈ ক্ষমা খোজাৰ পাছতো জুবিন গাৰ্গৰ প্ৰতি নৰম হোৱা নাই অসমৰ ব্ৰাহ্মণ সমাজ।
|
জুবিনে লিখিতভাৱে ক্ষমা নোখোজা পৰ্যন্ত ব্ৰাহ্মণ সমাজে উঠাই নলয় গোচৰ
|
https://assam.nenow.in/assam-brahman-samaj-demands-written-apology-from-zubeen-garg/
|
484
|
জ এ.এছ.এন. প্ৰতিনিধি 25 / 2018 অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে প্ৰস্তত কৰা ৰাস্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কাৰ্যত জড়িত কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰাপ্য মজুৰি যোৱা দুই মাহে লাভ নকৰাৰ অভিযোগত আজিৰে পৰা কৰ্মবিৰতি পালন কৰিছে মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি মাজুলীত।
|
মাজুলীত প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত এন আৰ চি কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি
|
https://www.newsasn.com/index.php/node/1135
|
485
|
এজন ব্যক্তিৰ ৰসহ্যজনক হত্যাকাণ্ডক কেন্দ্ৰ কৰি ওদালগুৰি জিলাৰ অন্তৰ্গত বৃহত্তৰ ডিমাকুছিত চাঞ্চল্যই বিৰাজ কৰি আছে।
|
ওদালগুৰিৰ ডিমাকুছিত দুৰ্বৃত্তৰ আক্ৰমণত এজন ব্যক্তিৰ নিহত
|
https://assam.nenow.in/%e0%a6%93%e0%a6%a6%e0%a6%be%e0%a6%b2%e0%a6%97%e0%a7%81%e0%a7%b0%e0%a6%bf%e0%a7%b0-%e0%a6%a1%e0%a6%bf%e0%a6%ae%e0%a6%be%e0%a6%95%e0%a7%81%e0%a6%9b%e0%a6%bf%e0%a6%a4-%e0%a6%a6%e0%a7%81%e0%a7%b0%e0%a7%8d/
|
486
|
জলসিঞ্চন (স্বতন্ত্ৰ) মন্ত্ৰীৰ গৃহ জিলাতেই বিভাগটোৰ দুৰৱস্থা স্পষ্ট ভাৱে ধৰা পৰিছে ৷উল্লেখযোগ্য যে সমষ্টিটোৰ বহু কেইটা অঞ্চলত পানী যোগান আচনি চুড়ান্তৰ ভাৱে ব্যৰ্থ হৈছে।
|
জলসিঞ্চন মন্ত্ৰীৰ গৃহ সমষ্টিত জলসিঞ্চনৰ পয়ালগা স্বৰূপ
|
https://neindianews.com/%e0%a6%9c%e0%a6%b2%e0%a6%b8%e0%a6%bf%e0%a6%9e%e0%a7%8d%e0%a6%9a%e0%a6%a8-%e0%a6%ae%e0%a6%a8%e0%a7%8d%e0%a6%a4%e0%a7%8d%e0%a7%b0%e0%a7%80%e0%a7%b0-%e0%a6%97%e0%a7%83%e0%a6%b9-%e0%a6%b8%e0%a6%ae/
|
487
|
খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়াৰপৰা এজন দশম শ্ৰেণীৰ ছাত্ৰ নিজ গৃহৰপৰা খাৰুপেটীয়া বজাৰলৈ আহি আৰু ঘৰলৈ উভতি নগ'ল।
|
দৰঙৰ খাৰুপেটীয়াত বজাৰ কৰিবলৈ গৈ ঘৰলৈ উভতি নাহিল ছাত্ৰ আব্বাছ
|
https://www.newsnextone.com/khqupetia-boy-missing/#comments
|
488
|
বিলাসীপাৰাঃ ভুৱা শিক্ষাগত অহৰ্তাৰ প্ৰমাণ-পত্ৰ দাখিল কৰি বিলাসীপাৰা মহকুমাৰত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।
|
ভুৱা প্ৰমাণ-পত্রৰে আঞ্চলিক সদস্যা নিৰ্বাচিত
|
https://www.newsnextone.com/bilashipara-fake/#comments
|
489
|
ফখৰুল ইছলাম, দৰংঃ অহা ৪ জুলাইৰপৰা আৰম্ভ হ'বলগীয়া হজযাত্ৰা কুশল সমাপনৰ বাবে বেচিমাৰী কেন্দ্ৰীয় জামে-মছজিদত বেচিমাৰী অঞ্চলৰ বিশিষ্ট লোকসকলৰ উদ্যোগত দিনযোৰা কার্যসূচীৰে সম্পন্ন হৈ যায়।
|
দৰঙৰ বেচিমাৰীত হজ প্ৰশিক্ষণ সম্পন্ন
|
https://www.newsnextone.com/darrang-haj-yatra/#comments
|
490
|
শিৱসাগৰঃ শিৱসাগৰ জিলাত পুনৰ সংঘটিত হয় এক দূৰ্ঘটনা৷ এটাৰ পিছত এটাকৈ ভয়ংকৰ বাহন দূৰ্ঘটনা ঘটিবলৈ লৈছে শিৱসাগৰত৷ নামতিপুলত খুন্দা মাৰি চিটিকি পৰিল বাহন সহ এজন চালক আৰু যাত্ৰী৷ কিন্তু স্থানীয় ৰাইজৰ বাবে ৰক্ষা পৰিল দুয়োজনলোক৷ তীব্ৰ বেগী টাটা নেক্সা এখন বাহনে নামতিপুলত খুন্দা মাৰি বাগৰি পৰে নামতি নদীত।
|
শিৱসাগৰ জিলাৰ ঐতিহাসিক নামতি পুলত মাজনিশা ভয়ংকৰ পথ দূৰ্ঘটনা
|
https://www.newsnextone.com/print/16004
|
491
|
ৰঙিয়াঃ তীৰ্থ নগৰী হাজোত দেওবাৰে অধিনৰ কামৰূপ জিলা শাখাৰ অধিনৰ প্ৰায় ২০০ কাৰাটে খেলুৱৈৰ কালাৰ বেল্টৰ পৰীক্ষা অনুষ্ঠিত হৈ যায়৷ পৰীক্ষাত অৱতীৰ্ণ হয় চেনচেই মণ্টু ওজাৰ নেতৃত্বত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা কামৰূপ জিলা শাখাৰ প্ৰায় ২০০ কাৰাটে খেলুৱৈ।
|
২০০ কাৰাটে খেলুৱৈই দিলে বেল্টৰ পৰীক্ষা
|
https://www.newsnextone.com/karate-exam-at-hajo/#comments
|
492
|
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঙা জিঞাৰ কবি, কাঠনিবাৰী ঘাটৰ স্রষ্টা সাহিত্যাচাৰ্য্য মহিম বৰাক দেওবাৰে নগাঁও জিলা সাহিত্য সভাই দ্বিতীয় মৃত্যু তিথিত গভীৰ শ্ৰদ্ধা নিৱেদন কৰে।
|
দ্বিতীয় মৃত্যু বাৰ্ষিকীত সাহিত্যাচাৰ্য্য মহিম বৰাক নগাঁও জিলা সাহিত্য সভাৰ শ্ৰদ্ধাঞ্জলি
|
https://assam.nenow.in/%e0%a6%a6%e0%a7%8d%e0%a6%ac%e0%a6%bf%e0%a6%a4%e0%a7%80%e0%a7%9f-%e0%a6%ae%e0%a7%83%e0%a6%a4%e0%a7%8d%e0%a6%af%e0%a7%81-%e0%a6%ac%e0%a6%be%e0%a7%b0%e0%a7%8d%e0%a6%b7%e0%a6%bf%e0%a6%95%e0%a7%80%e0%a6%a4/
|
493
|
ওদালগুৰি জিলাৰ মাজবাট ৰে'লৱে ষ্টেশ্যনত বৃহস্পতিবাৰে আৱেলি নিৰাপত্তা বাহিনীৰ লোকে এন ডি এফ বি (এছ) গোটৰ দুজন দুৰ্ধৰ্ষ সদস্যক গ্ৰেপ্তাৰ কৰে।
|
মাজবাট ৰে'লৱে ষ্টেশ্যনত এন ডি এফ বি (এছ)ৰ ২ কেডাৰ গ্ৰেপ্তাৰ
|
https://assam.nenow.in/two-ndfbs-cadres-arrested-in-mazbat-railway-station/
|
494
|
দৰং: দৰং জিলাৰ ছিপাঝাৰৰ সৰাবাৰী অঞ্চলত ধুমুহাৰ তাণ্ডৱে সোমবাৰে ৰাতি অহা কালধুমুহাই কলাইগাঁও আৰু ছিপাঝাৰ সমষ্টিৰ প্ৰায় ২০খন গাঁৱত চলালে তাণ্ডৱ৷ ধুমুহাত সমগ্ৰ অঞ্চল জুৰি বিস্তৰ ক্ষতি সাধন হয়৷ . বিশেষকৈ চকীয়াপাৰা, নিজ সৰাবাৰী, বুঢ়াখাট, কটৰা,ৰাইজঘাট,বৰৰা,শান্তিপুখুৰী, শালৈপাৰা আদি অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি সাধন হয়৷ চকীয়াপাৰাৰ কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি গৃহহাৰা হৈ পৰিছে।
|
বিধ্বংসী ধুমুহাত বিধস্ত দৰঙৰ বহুকেইখন গাঁও
|
https://www.newsnextone.com/darang-dist-gust-atrocity/#comments
|
495
|
কোকৰাঝাৰঃ এনআৰচিৰ চুড়ান্ত খ;ৰা প্ৰকাশৰ প্ৰাকমুহুৰ্তত সকলোপক্ষলৈ শান্তি-শৃংখলা বৰ্তাই ৰাখিবলৈ ইউপিপিএল দলৰ সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই আহ্বান জনায়।
|
উৰ্খাও গৌৰাই কলে, এনআৰচি কোনো জাতি-সম্প্ৰদায়ৰ বিৰুদ্ধে নহয়ঃ সষ্টম কোকৰাঝাৰ আৰক্ষী
|
https://www.newsnextone.com/ex-mp-rs-urkhao-react-for-nrc-draft/#comments
|
496
|
ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত হাতীডুবি খেলপথাৰত ২২ আগষ্টৰ পৰা চলি আছে গোলাঘাট জিলা ভিত্তিত উশ্বু'ৰ পষেকীয়া প্ৰশিক্ষণ শিৱিৰ।
|
উশ্বুৰ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন
|
https://www.newsnextone.com/workshop-at-golaghat/#comments
|
497
|
উত্পল বৰা, মাজুলী ৰাসলৈ মাথোঁ এটা দিন বাকী থকাত এতিয়া মাজুলীত ব্যাপক উত্সাহৰ সমান্তৰালভাৱে প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে।
|
ৰাস মহোত্সৱৰ দৰ্শনাৰ্থীক বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ
|
https://janambhumi.in/VFdwWk0wNVVUVDA9/en/VFdwWk0wNVVUVDA9/%E0%A7%B0%E0%A6%BE%E0%A6%B8-%E0%A6%AE%E0%A6%B9%E0%A7%8B%E0%A6%A4%E0%A7%8D%E0%A6%B8%E0%A7%B1%E0%A7%B0-%E0%A6%A6%E0%A7%B0%E0%A7%8D%E0%A6%B6%E0%A6%A8%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%A5%E0%A7%80%E0%A6%95-%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A7%82%E0%A6%B2%E0%A7%80%E0%A7%9F%E0%A6%BE%E0%A6%95%E0%A7%88-%E0%A6%A5%E0%A6%95%E0%A6%BE-%E0%A6%96%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A7%B1%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE-%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%81%E0%A6%B2%E0%A7%80%E0%A7%B0-%E0%A6%89%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%B0-%E0%A6%95%E0%A6%AE%E0%A6%B2%E0%A6%BE%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A7%80-%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%B0.html.html
|
498
|
উজ এ.এছ.এন. প্ৰতিনিধি / 2019 বঙাইগাঁওঃ বঙাইগাওঁ জিলাৰ বিজনী গেৰুকাবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান।
|
বঙাইগাঁও জিলাৰ গেৰুকাবাৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাকঃ দুজনক আটক
|
https://www.newsasn.com/index.php/node/9266
|
499
|
চিন্ময় ডেকা, চেঙা নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত আজি মুছলিম ছাত্ৰ সন্থা, অসমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
|
চেঙাৰ বৰ আগদিয়াত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ মুছলিম ছাত্ৰ সন্থাৰ
|
https://janambhumi.in/VFdwak0wMTZXVDA9/en/VFdwak0wMTZXVDA9/%E0%A6%9A%E0%A7%87%E0%A6%99%E0%A6%BE%E0%A7%B0-%E0%A6%AC%E0%A7%B0-%E0%A6%86%E0%A6%97%E0%A6%A6%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%A4-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A7%E0%A6%BE%E0%A6%A8%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80-%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%AE%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%B0-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AE%E0%A7%82%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A6%BF-%E0%A6%A6%E0%A6%BE%E0%A6%B9-%E0%A6%AE%E0%A7%81%E0%A6%9B%E0%A6%B2%E0%A6%BF%E0%A6%AE-%E0%A6%9B%E0%A6%BE%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%B8%E0%A6%A8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A7%B0.html.html
|
500
|
গুৱাহাটীঃ অসমত আত্মপ্ৰকাশ কৰিলে মেঘালয়ৰ নেচনে পিপলছ পাৰ্টী দলে উত্তৰ-পূবৰ বাবে মাত মাতি আহিছে, এনেকুৱা দল যি দলে অসমৰ মূল ইছ্যুত মাত মতে৷ উত্তৰ পূবৰ সমস্যাত মাত মাতিবলৈ আমাৰ পতাকা অসমত ঠিয় কৰিছোঁ৷ কাৰণ দিল্লীয়ে আমাৰ কথা সহজে নুশুনে।
|
অসমত আত্মপ্ৰকাশ পি এ চাংমাই জন্ম দিয়া NPP দলৰ
|
https://www.newsnextone.com/hirak-conrad-npp-launhed-assam/#comments
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.